হায়দৰাবাদৰ হোটেলত কি হৈছিল ৰবি শৰ্মাৰ লগত ? 😂😂 EP - 02
Vložit
- čas přidán 9. 06. 2023
- হায়দৰাবাদৰ হোটেলত কি হৈছিল ৰবি শৰ্মাৰ লগত ?
#baartalaap #chakrapaniparashar #ravisharma #raghupati #assam #newmovie #trending #ravisharmabyte #suv
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
Khob bhal lagil dei ae episode to part 1 & part 2 ❤❤❤ Thank you so much ❤❤❤🙏
Bohut val lgl saii🥰🥰🥰🥰🥰🥰
val lagile
Thanks robi da eman mojja movie akon amak dearkarone
Bohut hahilu dei 🎉🎉🎉
কালি চালোঁ শ্ৰী ৰঘুপতি । আহঃ কি যে সুন্দৰ 👌👌👍👍
গোটেই টিমটোৰ সুন্দৰ অভিনয় ।
ৰবি শৰ্মাৰ দৰে এজনেহে শ্ৰী ৰঘুপতিৰ দৰে চিনেমা এখন বনাব পাৰে । তেখেতৰ সুন্দৰ অভিনয়, যেনে মানুহ প্ৰকাশ তাৰেই,,, অভিনয়ত। যিজনৰ মন সুন্দৰ , সত্যবান তেনে এজনেহে আচলতে আজিৰ তাৰিখৰ এনে এখন সুস্থ ছবি ৰাইজক উপহাৰ দিব পাৰে । ছবিখনৰ পৰা বহু শিকিবলগীয়া আছে। আমি আৰু আশা কৰিছোঁ ৰবি শৰ্মাৰ পৰা সুন্দৰ ছবি পাবলৈ । হিলদল ভাঙি অসমৰ ৰাইজে শ্ৰী ৰঘুপতি চাইছে। তেখেতৰ সু স্বাস্থ্য কামনা কৰিছোঁ । হৃদয়ৰ পৰা ধন্যবাদ ৰবি শৰ্মালৈ ।🙏ধন্যবাদ বাৰ্তালাপ ।🙏
❤❤❤❤❤
সঁচাকৈ দুবাৰকৈ চাব পৰা ফিল্ম এইখন❤ Kudos to the team
Thanks ক'ৱ নেলাগে beer এটা খুৱাই দিবি😀 that's ultimate dialouge 🔥
প্ৰতিটো কথাতে কি সুন্দৰ বাখ্যা, ৱাহ,,,Salute to Ravi দা,,,তেও যদি প্ৰফেচৰ হল হেতেন, ষ্টুডেণ্টচ্ ৰ কেতিয়াও আমনি নালাগিল হয়। 😍😍😍
❤❤
❤️
Ravi Sharma ৰ দৰে positive মানুহ বৰ্তমান অসমত দুৰ্লভ।। Ravi Sharma এটুকুৰা হীৰা হয়।। সযতনে ৰখাটো অসমবাসীৰ কৰ্তব্য।।
জুবিন দাই ৰঘূপতি চাই অলপ complex feel কৰিছে চাগে। কাৰণ জুবিন গাৰ্গ এজন inborn singer hoi aru ৰবি দা এজন inborn actor হয়।। Like comment and share if you love ৰবি দা and জুবিন দা।
Raghupati is blockbluster, congratulations to the entire team of raghupati. And yes of course eagerly waiting for Ravi daa's next film.
Bohudur.goi sree Roghupoti salo.bohut val lagil parile aru sabr mon ase.
Silpathar, Dhemaji, Gugamukh 3khon thait cenima hall nai ami silapathar pora lakhimpurot cinema sabole goisu rabi daa .. we love you and proud of assamese film- Raghupati.... Its look like investment of 200c
ৰবিদাৰ কথা বোৰ বৰ সুন্দৰ আৰু শুনি লে শুনি থাকিবলৈ মন যোৱা অৰ্থ পূৰ্ণ, উৎসাহ মূলক 👏👏👏🥰🥰
Aji loikeee 3bar salu Sri Raghupoti ❤ akhon sob falee di a best movie ❤❤
সত্য সদায় জয় । দশ অৱতাৰে আমাক তাৰে শিক্ষা দিছে । ৰবি দা মনৰ যি উৎকৰ্শতা ---- চিন্তনীয় বিষয় । ইয়াৰ পৰাই আমি শিক্ষা লোৱা দৰকাৰ । শৰিৰীৰ প্ৰতি কেনেকৈ যতন লব লাগে ৰবি দাক সোধক -- কাৰণ স্বাস্থ্যই সম্পদ । যিদিনা স্বাস্থ্য অৱনতি ঘটিব ---- জীৱনৰ অৰ্থই বা কত ।
eikarone bidurbhai ajio amar priyo.....etiya raghupati hit....SUV da all the best for your future project🎉
পৰিয়ালৰ সকলোৰে বাবে উপভোগ্য এখন অতি সুন্দৰ চিনেমা হৈছে।ৰবি শৰ্মা আৰু শ্ৰী ৰঘুপতিৰ সমূহ কলা-কুশলীক অভিনন্দন জনালোঁ।
Always be green Rabi sarma
ৰবি দা আপুনি সঠিক কথাই কৈছে, মই অতি দুখেৰে জনাওঁ যে নলবাৰীত এটা চিনেমা হল নাই ।
Ravi da has chosen a brilliant director.. Suvabrat is a intellectual and very talented.. In Assamese film industry Every film director should learn from this new coming director...I expect a full action movie from Ravi da team in next.🙏
Bohut besi bhal lgil interview tu. Eman intelectual kotha koi duijonei and eman well aware teuluk about their industry. Also love the fact that finally we have a director-scrip writer - actor duo who have an understanding and have a common vision of their goals. And that's "Sri Raghupati" for you all!
Cinema khonor final neelami scene tut jetiya Tora ulai ahe hei homoyot Ravi daar sokut jikhini emotion asil omg that was world class. That scene proved that a brilliant actor needs only one scene to prove his might.. Ravi daa k agor porai bht bhal paisilu respect korisilu, cinema khon sai respect and love have grown manyfold 💜
কি সুন্দৰ কথাৰ উপস্থাপন ❤😊 মোৰ প্ৰিয় আটাইতকৈ আদৰ্শবান ব্যক্তি জন ৰবি দা , তেখেতৰ ইনটাৰভিও চাই চাই মই ধেমাজিৰ পৰা লক্ষিমপুৰ পাই গলোহি , সদাই এনেকৈয়ে থাকক কৰ্তব্যপৰায়ন , সত্যনিষ্ঠ আৰু আৰ্দশবান ৰঘুপতি হৈ 🙏🙏🙏🙏🙏🙏🙏❤
What a masterpiece !! Kudos to the entire team 👏
শ্ৰী ৰঘুপতি চাই বহুত ভাল লাগিলে আৰু চকুৰ পানী ওলায় গ'ল 😢
নলবাৰীত ও হল নাই আমি ৰঙীয়ালৈ দৌৰো😢😢😢
yes
bhut bhal lagil sai.....😍😍😍😍
Ravi Sharma Everything has a logic and meaning that's why I like the person.
Assam needs people like you.
I hope you continue to present such good films to the people of Assam.
ৰবি দা ৰ কথা বোৰ সঁচাই বৰ গভীৰ বৰ ভাল লাগে❤ প্ৰিয় অভিনেতা ☺️
আপোনাৰ কথা বোৰ মোৰ বহুত ভাল লাগে , শ্ৰী ৰঘুপতি চালোঁ , সঁচাকৈয়ে বহুত ভাল লাগিল , আগলৈকো এনেকৈ আৰু ভাল ভাল ছবি চাবলৈ পাম বুলি আশা থাকিল
Moi 3 bar salu..3 bare kandsu...Sai hepah nopolua akhn flim...aru jate anekuwa flim amak d thake👍
যোৱা পৰহি চিনেমা খন চালো । তাৰেই মোৰ বৰ ভাল লগা কিছুমান কথা কৈছোঁ...
১) যেতিয়া গাওঁৰ মানুহ খিনিয়ে সেই মানুহ জনক (নামটো পাহৰিলো) খেদি যায়, তাৰে background music টো ।
২) নিভাজ অসমীয়া গাওঁ এখন যেনেকৈ দেখুৱাইছে আৰু গাওঁৰ মানুহৰ সৰলতা খিনি যিদৰে ফুটি উঠিছে ।
৩) সিদ্ধাৰ্থ শৰ্মা দাৰ অভিনয় । তেওঁৰ মুখত ফুটি উঠা আৱেগ খিনি । যেতিয়া তেওঁ কয় যে - এহেজাৰ কাটিছো ব্যক্তিগত স্বাৰ্থত, তৰাই বায়েক এজনী ও পাব, বাপেকক সকলো কথা খুলি কবলৈ টান পায় ।
৪) সীমা বায়ে Yasmin ঢুকুৱাত যিটো চিঞৰ মাৰি কান্দিছে।
৫) আৰু শেষৰটো dialogue deliver কৰা সময়ত সিদ্ধাৰ্থ দা এ যে আঠুত ভৰ দি ঘূৰি দিয়ে এপাক ।
৬) ভূপেন হাজৰিকা দেৱৰ গান কেইটা যেনেকৈ জেগাত ব্যৱহাৰ কৰিছে ।
Over all movie খন hit, তাত সকলোৰে কষ্ট খিনি আৰু team work ফুটি উঠিছে । সৰু সৰু details ত যিদৰে গুৰুত্ব দিয়া হৈছে, চাই বৰ ভাল পাইছোঁ ।
ধন্যবাদ আৰু congratulations team Sri Raghupati । 🎉🎉🎉🎉🎉
Bhut dhuniya sbola robi da jui❤ film blocbulstr
ৰঘূপতি জুই
মই ২বাৰ চালো দাদা ।। ক'বলৈ ভাষা নাই ।।
27:35 "Size u eke ase" kothar kahini blg asil jen pau🤣🤣🤣🤣🤣
Aji 2nd bar salu dei. Bhal lagil. Thanks sri Roghupoti family
Dubar saisuuuu...omg ravi daaa excellent movie ❤❤❤ ankoi kbloi vakha ni...
Hahi hahi শেষ, jangiya পিন্ধি catwalk diyatu 🤣🤣
Emn dhuniya koi ktha bor explains kri dye Rabi dai😍😍😍
Ravi da..Such a genuine Assamese and a brilliant actor ❤
বৰ সুন্দৰ। পৰিয়ালৰ সকলোৰে সৈতে একেলগে উপভোগ্য চিনেমা। কিন্তু দেউতাক আৰু পুতেকে একেলগে বহি পনীয় গ্ৰহণ কৰাতো। বৰ্তমান আমাৰ সমাজত প্ৰচলিত হোৱা নায়। কিন্তু খিলঞ্জীয়া জনগোষ্ঠী সকলৰ সমাজত আছে। ধুমপান ব্যৱহাৰ মাত্ৰাধিক হৈছে।
Bohut val lagil Ravi da kotha huni...Huniyei thakibo mon goisil akou matibosun motivational kothabur huni imaan val lagil.... Raghupati sai bohut val lagil...
Masterpiece❤
খুউব সুন্দৰ চিনেমা এখন চালো।
ৰঘুপতিৰ সকলো লৈকে অভিনন্দন
থাকিল।
❤😊
আজি গৈ আছো চাব ৰঙিয়া চিনেমা ঘৰত ৰবি দাৰ শ্ৰী ৰঘুপতি ❤❤❤❤
দাদা মই শিঙাৰ পাৰা পৰা কৈছোঁ
প্ৰত্যেশ ৰাজবংশী ৰ ঘৰৰ
If give me a choice to select movie between tollywood, bollywood and hollywood and raghupati., I select raghupati...what a movie.. we want next movie Ravi da...love you ❤❤
Hundor hoise, Jai Shri RAGHUPATI ❣️
Mojjaa lagise sai.....all time fav ravi da❤
😢😢😢মোৰ দুৰ্ভাগ্য 8মহীয়া সন্তানক লৈ কেনেকৈ যাওঁ ৰঘুপতি চাবলৈ😢😢ওচৰত চিনেমা হল ও নাই😢😢😢
😢
Ou 3 k subscribers
😂😂😂 Bow baad diok.. Sbei janile hotelr funny incident 🤣
ভাল লাগিল
Bohut bhal paisu movie khon sai. Jenekua obotha eta dekhuaise Amar Axom khon'r, Bohut bhal lagil. Maa deta'r logot sabo para movie. Aru enekua movie ulaok. Joi aai axom.
প্ৰথম দিনাই চালোঁ দেই ৰঘুপতি । আৰু তৰালী বায়ে কোৱাৰ দৰে খুট উলিয়াও বুলিও উলিয়াব নোৱাৰিলোঁ। ইমান ধুনীয়া চিনেমা এখন চালোঁ একদম পইচা ৱুচুল হৈ গৈছে ।
চক্ৰ দা আপোনাক দেখিও ভাল লাগিল চিনেমাত ।
Kli Salu bahut bahut vl lagil.. Sri raghupati 2 Ahib buli akha korilu Rabi da. Sri raghupati r gotei team tok 🙏🙏👏👍👌👌
Bhut val lagil kotha khini huni 🙂
Amr dhakuakhana t lage
First view, first comment 😍😍
❤❤❤❤❤ interesting
My favorite actor ravi sharma
House full.. Out of ticket .. But most awaited
Great work dada 👍❤❤
Hundar anusthan..rabi da hodai enekoi thakok dei..thanks to chakrapanipani daa for this episode
600 cr adipurush 😂😂
Moi duiba salu etiyaloi..tothapitu hepah polua nai... Wow really Amazing movie ❤❤❤❤❤ love you Ravi da ❤
ইমান ধুনীয়াকে কথাবো কোৱা মোৰ বহুত ভাল লাগে ৰবি দা
Motivation 😩❤️
Rabi sarmar family background khub besi bhal.teur matri sraddhar bandana sarma baideu khub bhal abhinetri asil ata somoyot
Chakra da apuni news porhute ulaute ..cinema hall t lorabur ki ukuiase furtite apunak dekhi…❤ravi da(raghupati) + salman khan kije entertainment 🥰🥰🥰
Dhemaji emn akhn huge district From Gogamukh to jonai
Ata cinema hall ny
Ravi dar kothabor xunilei xuni thakibo mon jai...Raghupati salu..Superhit
Dhuniya.kotha.koisa dei suvrat dai. Xokolu bilk robi dar dore hola axomiya flm r bhut bhut unoti.hobo
ৰঘুপতি চালো বহুত বেছি ভাল লাগিছে
Bgm..xosa k koisu jui hoise❤❤
অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ সৈতে দ্বিতীয় খণ্ডটো সোনকালে দিব 🙏
Kotha bur huni bor val lage.. All time fvrt Rabi Da ❤
Ultimate movie ❤
Majulir manuhe roghupaty sabo pam ne
Love you Ravi da❤❤
🔥
Akou abar sabole mon jua movie❤❤❤.. Eman besi vl lagise... Lots of love Ravi sharma❤
Sobi khn sai khub val lagil robi da khub hundor sobi bonaise... Cinema khn sai thakute swali jnik jetia dorkhn Or boli hobo loga hoixil hei homoi konor poar guteii gantu kandilu last ot apunak salute dixu khub hundor sobi dixe.....
1st view
Ravi da, Bor dhuniya dhuniya kotha koi hai... Motivational speaker o hobo paril hoi ❤❤
Ravi da, pura Josh ase amar✊✊✊, JOI AIE AXOM✊✊✊
Jai sri Raghupati ❤ Ravi daa 🔥❤
Jao kali salu cinema kha bahut vl lagil tikoidilu pis falr pra gali khalu ✌️😀bahut vl lagil sai thank you rabi da
এজন অধ্যয়ন শীল অভিনেতা
First viewer
Love you Ravi daaa❤❤
Xosakoi Rabi dai akhom bakhik akhon dhuniya sobi uphar dile....❤️❤️❤️
9.00mint that's the point ❤
Ravi da...💗
He is a teacher first as I see today thats why he knows what to taught or not ❤❤❤❤