কইনা নিবলৈ অহাৰ কথা আছিল দৰাৰ কিন্তু আহিল পুলিচ

Sdílet
Vložit
  • čas přidán 13. 07. 2024
  • ▶️ কইনা নিবলৈ অহাৰ কথা আছিল দৰাৰ কিন্তু আহিল পুলিচ
    ▶️ ধুম-ধামেৰে আৰম্ভ হৈছিল সকলো কিন্তু তাৰ মাজতে লাগিল হুৱাদুৱা
    ▶️ আলহী-অতিথিসকলো আহিছিল দৰাক চাবলৈ কিন্তু বিয়া ঘৰত দেখা পালে আৰক্ষী
    ▶️ জালিয়াতিৰে বয়স বৃদ্ধি কৰি আয়োজন কৰিছিল বিবাহৰ
    ▶️ ভুৱা বয়সৰ প্ৰমাণপত্ৰ বনোৱা যুৱক এজনক আটক আৰক্ষীৰ

Komentáře • 4

  • @ramendas972
    @ramendas972 Před měsícem

    Good news

  • @saddikurrahman7617
    @saddikurrahman7617 Před měsícem

    আৰু কি চাবলৈ বাকী আছে, ৰভাতলীত এতিয়া পুলিচ আহি আটক কৰি আছে দেই 😅😅😅

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te Před měsícem

    😂😂😂😂😂😂😂😂😂

  • @ultra8142
    @ultra8142 Před měsícem

    বাপেৰৰ মূৰটো
    অকল দৰা ঘৰৰ কেনেকৈ দোষ হব পাৰে
    কইনা ঘৰৰো দোষ আছে
    কইনা ঘৰৰ মানুহকো Arrest কৰ না
    বেছেৰা দৰাৰ কি দোষ
    কাৰোবাৰ কপালত লিখা থাকে নেকি কাৰ age কিমান
    আজি কালি 15 20 বছৰ হোৱা লৰা ছোৱালী বোৰকে বহুত ডাঙৰ ডাঙৰ লাগে তেন্তে মিছা কৈ Age বহাই বিয়া চিঠি চপালে দৰা ঘৰৰ মানুহে specially দৰাই কেনেকৈ গম পাব ?