বিয়ানাম গাই জুমন অসমজুৰি চৰ্চাত। পূৰণ হ'বনে দিন হাজিৰা কৰা পিতৃৰ সন্তান জুমনৰ সপোন?

Sdílet
Vložit
  • čas přidán 24. 09. 2022
  • দিন হাজিৰা কৰা পিতৃৰ সন্তান জুমন বৰা নিশাটোৰ ভিতৰতে ভাইৰেল। পূৰণ হ'বনে যোৰহাটৰ জুমনৰ সপোন? বিয়ানাম গাই জুমন অসমজুৰি চৰ্চাত। জুমনৰ কথা আৰু কণ্ঠ শুনিলে আপুনি মন্ত্ৰমুগ্ধ হ'ব। ষ্টুডিঅ'ত যোৰহাটৰ জুমনৰ যাদু।

Komentáře • 931

  • @shyammahanta7317
    @shyammahanta7317 Před rokem +56

    জুমন, তোমাৰ কন্ঠৰ লগতে কথাবোৰও বৰ অমায়িক | মাত্র অহংকাৰ ভাৱ মনলৈ নানিবা | ভগৱানে কৃপা কৰিব |👍👍👍💐💐🌹🌹👌👌

  • @juridevi8544
    @juridevi8544 Před rokem +141

    জুমন, অতি সুন্দৰ। অসমীয়া সংস্কৃতিৰ এই সম্পদ তোমাৰ কন্ঠত প্রাণ পাই উঠিছে। আগুৱাই যো়ৱা।

  • @niromaboruah143
    @niromaboruah143 Před rokem +158

    জুমনৰ কণ্ঠ শুনি থাকিলে শুনি থাকিবলৈ মন যাই ইমান ধুনীয়া আগুৱাই যোৱা শুভেচ্ছা জনাইছোঁ

  • @rashmigoswami7332
    @rashmigoswami7332 Před rokem +26

    অতি সুন্দৰ ভাইটি।আজিকালি বিয়া ঘৰত ডি জে হে বজায়।বিয়া নাম শুনি আবেগিক হৈ গৈছোঁ।সুন্দৰ কণ্ঠ।

  • @swapnalisarmah7081
    @swapnalisarmah7081 Před rokem +53

    তোমাৰ সপোন নিশ্চয় পূৰণ হব জুমন দাদা❤️অন্তৰ চুই যোৱা কণ্ঠ তোমাৰ আগুৱাই যোৱা বহুদূৰ👍

  • @pradiphazarika4844
    @pradiphazarika4844 Před rokem +12

    অতীত ক সোঁৱৰাই দিয়া বাবে জুমন ভাইটিলৈ অশেষ হিয়া ভৰা শুভেচ্ছা থাকিল...অনাগত দিনত তোমাৰ পৰা আৰু লোকসংগীত শুনাৰ আশাৰে বাট চাই ৰ'ম.....ভগৱন্ত প্ৰভুৰ কৃপা দৃষ্টি সদায় যেন তোমাৰ ওপৰত থাকে...আৰু আই সৰস্বতীৰ আশিষ ধন্য হৈ গোটেই জগতত এই বিয়া নামৰ জৰিয়তে অসমী আইৰ নাম উজ্বল কৰা...তাৰেই কামানাৰে...🙏🙌

  • @himangshuhazarika4387
    @himangshuhazarika4387 Před rokem +36

    গীতৰ লগতে তোমাৰ কথাখিনিও ভাল লাগিল জুমন আৰু আগুৱাই যোৱা 👍

  • @nirupamadevi6457
    @nirupamadevi6457 Před rokem +147

    জুমন তোমাৰ কন্ঠ বৰ ধুনীয়া, পাৰিলে বিয়াৰ গীতখিনি তুমি আগুৱাই লৈ যোৱা

    • @kaustuvvlog3934
      @kaustuvvlog3934 Před rokem +1

      সচাকৈ বহুত সুন্দৰ লাগিলে শুনি জুমন আগলৈ আগুৱাই গৈ থাকা যেন

    • @anjanakhargharia6773
      @anjanakhargharia6773 Před rokem +1

      বৰ ধুনীয়া লাগিছে আগুৱাই যোৱা

    • @arunimaneog9954
      @arunimaneog9954 Před rokem

      Mm l
      L mm in

    • @arunimaneog9954
      @arunimaneog9954 Před rokem +1

      @@anjanakhargharia6773 nok

    • @arunimaneog9954
      @arunimaneog9954 Před rokem +1

      @@anjanakhargharia6773 nok

  • @manalishadas2421
    @manalishadas2421 Před rokem +24

    জুমন দাদা তোমাৰ কণ্ঠ ইমান সুন্দৰ ❤ আগুৱাই যোৱা তুমি জীৱনপথত ❤😍

  • @malabikadas9015
    @malabikadas9015 Před rokem +38

    বহুত সুন্দৰ কন্ঠ ..মন প্ৰাণ ভৰি পৰিছে😊

  • @mahantamunu5384
    @mahantamunu5384 Před rokem +24

    আপোনাৰ কণ্ঠত সৰস্বতীয়ে বাহ লওঁক, এনেকৈ আগুৱাই যাওঁক.,🙏

  • @jitendrarabha4660
    @jitendrarabha4660 Před rokem +14

    ধন্যবাদ জুমন,তোমাৰ কণ্ঠ আৰু চিন্তাধাৰাত যাদু আছে৷

  • @nilimadasdas9694
    @nilimadasdas9694 Před rokem +27

    হৃদয় পৰশা কণ্ঠ ৷ ভৱিষ্যত উজ্জ্বল হওঁক ৷

  • @dhirenborah621
    @dhirenborah621 Před rokem +60

    অতি জনপ্ৰিয় বিয়া নামবোৰ শুনি বহুত দুখ লাগে যদিও শুনি বহুত ভাল লাগে।

  • @robinchangmai9312
    @robinchangmai9312 Před rokem +12

    অসমীয়া সমাজৰ বাবে সুন্দৰ আদৰ্শ, ধন্যবাদ থাকিল ।

  • @babaentertainment2226
    @babaentertainment2226 Před rokem +15

    তোমাৰ বৰ ধুনীয়া কণ্ঠ । বহু দূৰ আগুৱাই যোৱা ।বৰ অমায়িক যেন লাগিছে তুমি এইদৰেই সদায় থাকিবা ।👍👍👍

  • @tubetravelsaxom
    @tubetravelsaxom Před rokem +90

    গৰ্ব কৰি কোৱা "আমি অসমীয়া" ✊✊

  • @RJrekhacreation
    @RJrekhacreation Před rokem +36

    মোৰ চকুপানী ওলাই গ'ল 😭😭😭 মোৰ বিয়াৰ দিনাখনলৈ বহুত মনত পৰিছে । একমাত্ৰ ছোৱালীয়েহে বুজি পায় ঘৰখন এৰি অহা কিমান দূখ 😭

  • @assamvoice4626
    @assamvoice4626 Před rokem +18

    তেওঁৰ কথা বোৰ শুনি বহুত ভাল লাগিল ।
    সঁচাকৈ তেওঁৰ কণ্ঠত কিবা যাদু আছে, ইমান ধুনীয়া কৈ তেওঁ গান গাবলৈ পাৰে ।
    তুমি আগুৱাই যোৱা আৰু তাকে কামনা কৰোঁ।

  • @mintutalukdar7436
    @mintutalukdar7436 Před rokem +9

    বাদ্য যন্ত্ৰ অবিহনে ইমান সুন্দৰ গীত শুনিবলৈ পোৱাতো ভাগ্যৰ কথা।
    বহুত দূৰ আগুৱাই যোৱা বন্ধু‌ তাৰেই কামনা কৰিছো ।।

  • @ngogoi5503
    @ngogoi5503 Před rokem +18

    জুমন , অতি সুন্দৰ ,, আগবাহি যোৱা তুমি ,তোমাৰ সকলো সপোন পূৰণ হওঁক ❤️❤️🥰

  • @anadiphukan5778
    @anadiphukan5778 Před rokem +5

    জুমন তোমাৰ বিয়া নাম শুনি সচাকৈয়ে বহুত ভাল লাগিল ৷লগতে তোমাৰ সহচ সৰল কথা খিনিয়ে হৃদয় চুই গল ৷তোমাক ঈশ্বৰে মঙ্গল কৰক। ইয়াকে কলো।

  • @gunamoni5067
    @gunamoni5067 Před rokem +10

    দুৰ দিগন্তলৈ আগুৱাই যোৱা।।।। বৰ সুন্দৰ হৈছে।।।

  • @bondorobasomia8584
    @bondorobasomia8584 Před rokem +10

    সচাঁকৈয়ে বৰ সুন্দৰ কন্ঠ ৷৷আগুৱাই যোৱা ভাইটি, বহুত বহুত শুভেচ্ছা জনালোঁ ৷৷

  • @pompikonwar3471
    @pompikonwar3471 Před rokem +21

    যোৰহাটৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ সদায় ভালকৈ থাকা আগুৱাই যোৱা 😍

    • @biswaboruah6606
      @biswaboruah6606 Před rokem +1

      Jumon God bless you.Lagate bar biyale matlab dei.Good night.

  • @barnalichakraborty6785
    @barnalichakraborty6785 Před rokem +23

    As a Jorhotian I'm proud u, আগুৱাই যোৱা ,তোমাৰ বিয়া নাম শুনি মন টো উৰা মাৰি গল সেই পুৰণা দিনৰ সোণালী সময় লৈ, আশা কৰিছোঁ হেৰাই যোৱা বিয়া নাম তোমাৰ কন্ঠ ৰে আকৌ উজ্লি উঠক।❤️

  • @hridulborahsvlogs9136
    @hridulborahsvlogs9136 Před rokem +15

    Bohut dhuniya voice .. keep it up 🔥🔥🔥🙏ইমান ধুনীয়া কণ্ঠ লৈ কত যে আছিল ইমান দিনে , শুনিলে শুনি থাকিবৰ মন যায় ।।।।

  • @shyamantakumardutta2492
    @shyamantakumardutta2492 Před rokem +11

    অসমীয়া সমাজৰ প্ৰাণ স্বৰূপ বিয়া নাম বোৰ শুনিলেই মনটো কিবা এটা অজান দুখেৰে ভৰি পৰে। আজিকালি গাঁৱৰ বিয়া ঘৰতো বিয়া নাম শুনিবলৈ দুৰূহ। জুমনৰ কন্ঠত বিয়া নামবোৰে প্ৰাণ পায় উঠিছে। চৰ্চা অব্যাহত ৰাখক। আমাৰ শুভকামনা থাকিল।

  • @bikashborah6109
    @bikashborah6109 Před rokem +4

    গাৰ নোম শিয়ৰী যায় এই বিয়া নাম বোৰ শুনিলে,আগুৱাই যোৱা জুমন লখিমপুৰৰ পৰা বহুত বহুত মৰম যাছিলো।

  • @pankajbaruah9238
    @pankajbaruah9238 Před rokem +5

    জুমন সঁচাকৈ অন্যন্য তোমাৰ কণ্ঠ। তোমাৰ এই যাত্ৰা সুদূৰ প্ৰসাৰি হওঁক। ঈশ্বৰ সহায় হওঁক তোমাৰ যাত্ৰা পথত।🙏

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před rokem +67

    এইবোৰ বিয়া নাম আজিকালি হেৰাই গৈছে ৷ কোনে কি কাপোৰ পিন্ধিব আৰু ফেশ্বন শ্ব’ হে হয় আজিকালি বিয়া বোৰত ৷ আগতে বিয়া ঘৰৰ সন্মুখত তামোল এঠুক থাকে আৰু এতিয়া গনেশ ৰ মূৰ্ত্তি হে প্ৰায়ে দেখিবলৈ পোৱা যায়ো ৷ আজিকালি মহিলা সকলে এইবোৰ গাব নাজানে কাৰন চৰ্চা নাই ৷ বিয়া বোৰত অপসংস্কৃতিয়ে বাহ লৈছে। অসমীয়া মানুহৰ বিয়াত অসমীয়া সংস্কৃতি টো ধৰি ৰখাটো দৰকাৰ ৷ নতুন প্ৰজন্মই আদৰি লওঁক বিয়ানাম আৰু পশ্চিমীয়া ত্যাগ কৰক ৷
    জুমনলৈ মোৰ মৰম থাকিল ৷

  • @saniramhasda1495
    @saniramhasda1495 Před rokem +19

    বহুত সুন্দৰ তোমাৰ ভবিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলো

  • @rajb7906
    @rajb7906 Před rokem +3

    সুন্দৰ কণ্ঠ সৰল ব্যৱহাৰে সচাঁকৈয়ে আমাক আপ্লুত কৰিলে। জুমন তোমালৈ অশেষ শুভেচ্ছা থাকিল।....তুমি আগুৱাই যোৱা....
    (((অসমৰ ৰথী মহাৰথী সকললৈ এটা অনুৰোধ--> এনেকুৱা এখন ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্লেটফৰ্মত তৈয়াৰ কৰিব নোৱাৰি নে যত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভা সকলে সঠিক অৰ্থত ঠাই পাব? যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান সমূহত প্ৰায়েই উত্তৰ পূবৰ প্ৰতিভা সমূহক দমাই ৰখা হয়)))

  • @kunjalatagogoi6621
    @kunjalatagogoi6621 Před rokem +8

    জুমন, তোমাৰ কণ্ঠত বিয়া নাম শুনি চকু পানী ওলায় গ'ল। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো 🙏🙏

  • @AchiniBoruah
    @AchiniBoruah Před rokem +2

    ভাল কথা, সংস্কৃতি থাকিলেহে অসমীয়া জাতি থাকিব। এনেদৰেই এজন এজনকৈ ওলাই আহক এয়াই কামনা কৰিলোঁ

  • @ayush_2012me
    @ayush_2012me Před rokem +10

    তোমাৰ কন্ঠ সচাই শলাগ লবলগীয়া..মোৰ বিয়া নাম শুনিলে কিয় জানো আবেগিক হৈ পৰো নিজে নিজে চকু পানী ওলাই আহে.

  • @monujphukon6652
    @monujphukon6652 Před rokem +8

    ইমান ধুনীয়া কন্ঠ নিগৰাইছা 🙏🙏

  • @digantaray435
    @digantaray435 Před rokem +10

    জুমনৰ ভবিষ্যত উজ্বল কামনা কৰিছো

  • @khagencharaimuria8815
    @khagencharaimuria8815 Před rokem +5

    বহুত সুন্দৰ হৈছে জুমন, তুমি আৰু আগুৱাই জুৱা।

  • @karabibaishya7495
    @karabibaishya7495 Před rokem +6

    Juman or gaan jimn dhuniya tatokoi tumar ktha bor aru besi maram lga...antar sui jai ❤️❤️...god bless you Bhai

  • @paniramyein3705
    @paniramyein3705 Před rokem +4

    জুমণৰ বিয়া নাম শুনি সঁচাই আবেগিক হৈ যায় ।যিহেতু ছোৱালী জনীক বিয়া দিয়াৰ সময়ত ।আশীৰ্বাদ কৰিছো আৰু আগুৱাই যোৱা জুমণ ।

  • @nirojdeori7130
    @nirojdeori7130 Před rokem +27

    যি সময়ত অসমীয়া সংঙ্কৃতিলৈ বিপদ নামি আহিছে, সেই সময়ত এই জুমনৰ নিচিনা আজিৰ প্রজন্ম অতি প্রয়োজন। যি সময়ত আমাৰ তাহানি দিনীয়া বিয়া নাম আদি হেৰাই যাব ধৰিছে। তেখেত আগুৱাই যাওঁক।🙏🙏🙏

  • @kiranbora6415
    @kiranbora6415 Před 8 měsíci +1

    জুমন সদায় আগুৱাই যাওঁক,সকলো দিশতে তাকে কামনা কৰিলো।

  • @rumigogoi5662
    @rumigogoi5662 Před rokem +13

    Jumon ,your voice is God gift,God bless you & your family.👏⭐

  • @mainientertainment472
    @mainientertainment472 Před rokem +10

    অতি সুন্দৰ কণ্ঠ।

  • @rupaschannel5856
    @rupaschannel5856 Před rokem +7

    Very nice voice.😍 bhut val lagil tumar voice tu aru gaan bur. Aru aguai jua and Biya song bur dhori rakha. New generation bure amr puroni sankskrti bur dhori rakhibo lgibo

  • @tapanbordoloi2486
    @tapanbordoloi2486 Před rokem +2

    জুমন সছাই বৰ ভাল লাগিছে তোমাৰ প্ৰতিভা আছে আৰ্শিবাদ থাকিল আগবাঢ়ি যোৱা।

  • @rkalita123
    @rkalita123 Před rokem +1

    Xundar, asomiya somajor eti bohut aabegpurna monovab,,, xilpijonok bohut dhanyabad

  • @parthapratimdutta5744
    @parthapratimdutta5744 Před rokem +5

    Very nice singing bro,,,,kip it up God bless you 🙏🙏🙏🙏

  • @pujagogoi2021
    @pujagogoi2021 Před rokem +6

    Bohut bohut dhuniya gaisa ❤️😘

  • @Education-k-n5t
    @Education-k-n5t Před 26 dny

    প্ৰকৃত অসমীয়াৰ‌ পৰিচয় তোমাৰ দৰে নতুন চাম যুৱকে যে আগবঢ়ায় নিয়াৰ গুৰি ধৰিছে তাতকৈ আমাৰ বাবে সুখৰ খৱৰ নাই , যিহেতু আমাৰ বৰ্তমানৰ সমাজ ব্যৱস্থা পাশ্চাত্য সঙ্গীতৰ প্ৰতি সম্পূৰ্ণ আসক্ত গতিকে পলমকৈ তোমালৈ আন্তৰিক শুভেচ্ছা জনালোঁ, আগবাঢ়ি যোৱা ❤।

  • @sumimonidas6230
    @sumimonidas6230 Před rokem +1

    Thank you bhaity Tumi je amar axomiya jatir sankriti tu bojai rakhise

  • @anjumonibharali6592
    @anjumonibharali6592 Před rokem +9

    সঁচাকৈ তোমাৰ কণ্ঠ শুনিলে শুনি থাকিবৰ মন যায়। তুমি আগুৱাই যোৱা তাৰে কামনা কৰিলো।।

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 Před rokem +6

    অতি সুন্দৰ কণ্ঠ আৰু আগুৱাই যোৱা দাদা।

  • @annadakachari5384
    @annadakachari5384 Před rokem +2

    ইমান কোমল মাত টো কেনেকৈ নো ল'ৰা হৈ জন্ম হল প্ৰকৃততে ছোৱালী হ'ব লাগিছিল । বৰ সুন্দৰ গাইছে । ভাল লাগিল 👌👌👌👌👌❤️🥰

  • @papulx4534
    @papulx4534 Před rokem +1

    জুমন সচাকৈ বহুত মৰম লাগিছে তোমাক গীতবোৰত ইমান ধুনীয়া সু মধুৰ সুৰ সলাগ লৈছো from ghuwahati

  • @Abc-fs8ko
    @Abc-fs8ko Před rokem +6

    Jumon your voice unbelievable.oh my god.

  • @pronabborah8500
    @pronabborah8500 Před rokem +6

    So sweet voice,successful in you dreams,keep it up jumon

  • @khaiborali8231
    @khaiborali8231 Před rokem +2

    কি মধুৰ কন্ঠ ও??
    কথাবোৰ ইমান ধুনিয়াকৈ সজাই পৰাই কোৱা,
    আবেগত চকুপানী ওলাই আহিল,
    সুখৰ নে দুখৰ কব নোৱাৰিলু,
    গান কথা সুনি সুনি/
    আগুৱাই যোৱা ভাইটি,
    এদিন তুমিও জুবিন দাৰ পিছতে উজলি থাকিবা/
    অতি সোন কালে ফুল গান ৰিলিছ পোৱাৰ আষাত বাত চাই থাকিলু....

  • @papuoxomia555
    @papuoxomia555 Před rokem +1

    জুমন, বহুত মৰম যাচিছো। মই টীয়কৰ পাপু দা। বিশেষ নকওঁ। বেলিটো কোনেও ঢাকি ৰাখিব নোৱাৰে কাৰণ উত্তাপ পোহৰে নিজৰ উপস্থিতি সকলোকে সহজেই দিয়ে। তুমি আগুৱাই যোৱা।

  • @pankajrajbongshi8213
    @pankajrajbongshi8213 Před rokem +6

    সুন্দৰ কন্ঠ, আগুৱাই যোৱা

  • @bijubordoloi9141
    @bijubordoloi9141 Před rokem +6

    Bohut vl lagil..tmr kontho...nice👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @narayannath1749
    @narayannath1749 Před rokem +1

    অতি সুন্দৰ কণ্ঠত বিয়া নাম শুনি ভাল লাগিল, পিছে বিয়া নামৰ যি সুৰ দিছে সেই সুৰত আয়তি সকলে বিয়াৰ ৰভাতলিত একেলগে গাব পাৰে নে নোৱাৰে নাজানো

  • @Sumanta-zz7tu
    @Sumanta-zz7tu Před 7 dny +1

    Zubeen da always rock_❣️💫

  • @niponsaikia9246
    @niponsaikia9246 Před rokem +4

    Excellent dei jumon, tumar vobitxot ujjol kamonare, I will pray to God.. Jumon

  • @rupamkalita2274
    @rupamkalita2274 Před rokem +4

    বন্ধু তোমাৰ কণ্ঠত সচাই যাদু আছে। ছয়গাঁওৰ পৰা মৰম আৰু শুভেচ্ছা জনালোঁ।

  • @sema3600
    @sema3600 Před rokem +2

    Khub khundro khub khundro jumon... Khuni thakile khuni thakib mn tumar konthot jadhu ase ❤ gueshatit bihu nasib jautei gm plau tumar bihu khuni je edin tumi bht duroloi aguwai jabo pariba🥰

  • @rkentertainment198
    @rkentertainment198 Před rokem +1

    Xosai Juman dar voice2 bohut dhuniya..juman da aguwai juwa tare Kamona korilu

  • @learnwithmoramjyotis.s.b.n1501

    মন চুই যোৱা সুৰ তোমাৰ আগলৈ আৰু আগবাঢ়ি যোৱা

  • @guningogoi8007
    @guningogoi8007 Před rokem +8

    ভাল লাগিল । আমাৰ সমাজত হেৰাই যাব ধৰিছে বিয়া নাম সমূহ । তুমি ইয়াক উদ্ধাৰ কৰাৰ চেষ্টা কৰা । আশীবাদ থাকিল ।

  • @imdadali9519
    @imdadali9519 Před rokem

    তেখেত আৰু আগবাঢ়ি যাওক ।আমাৰ অসমীয়া জাতিটো এটা সংগ্ৰামী জাতি।গতিকে সংগ্ৰাম নকৰিলে একো নাপাও।শুভকামনা যাচিলো।ইমদাদ আলি।শিৱসাগৰ।

  • @papuboruah580
    @papuboruah580 Před rokem

    Koboloi vakha emanei hundor tumr kontho😘😘😍 tumk vogowane aru hokti diok🙏🙏🙏,tme aguwai jwa

  • @mobilephone6298
    @mobilephone6298 Před rokem +12

    Sweet voice Jumon.

  • @abishekpaul6187
    @abishekpaul6187 Před rokem +4

    Najanu dei tumar gan tu huni soku pani rokhabo para nai o....kio janu......I wish u all the very best for your bright future bro.....

  • @dilipdutta3270
    @dilipdutta3270 Před rokem

    জুমন মই জিনাই তোমাৰ বিয়া নাম শুনিলো সেইদিনাই মোৰ শ্যেয়াৰ চাতত প্ৰচাৰ কৰি দিলু লগতে হোৱাত চাপতো প্ৰচাৰ কৰিলো ভৰ্ত্তমান ১৮,৪৩২জনে চাই ৭'৩০৪ পুনৰ প্ৰচাৰ কৰিছে।আজি তোামাক টিভিত দেখা পাই মনতো বহুত ভাল লাগিছে।ভগৱানক পৰ্থনাকৰিছো তুমি তোমাৰ শিল্পি কৰ্মত আগবাৰ্হি যোৱাত সহায় কৰক,তোমা্ৰ এজন শুভাকাংক্ষি।

  • @bipuldekaraja1717
    @bipuldekaraja1717 Před rokem +5

    Mojjaa👍

  • @hereananya
    @hereananya Před rokem +7

    Bohut dhunia❤

  • @babutakukdar219
    @babutakukdar219 Před rokem +2

    Juman bhai tumi aguwai jua , hridoy sui gol tumar kontho xuni❤️

  • @dijenborah350
    @dijenborah350 Před rokem +1

    Bohut hundor.aaguwai juwa

  • @runumideka8044
    @runumideka8044 Před rokem +4

    Very nice voice juman n God bless you

  • @najirabegum1537
    @najirabegum1537 Před rokem +5

    তোমাকো জোমন চাব মন জাই মোৰইযমান ধোনিয়া কন্ঠ তোমাৰ

  • @uttamdas2517
    @uttamdas2517 Před rokem +2

    Moja bro....from Teok uttardulia..uttam

  • @banashreekalita6991
    @banashreekalita6991 Před rokem +1

    বৰ সুন্দৰ মনোভাৱ আৰু কন্ঠ। আগুৱাই যোৱা

  • @simarajkhuwa3072
    @simarajkhuwa3072 Před rokem +4

    Jumon moi jorhato hoi tome agoai joa, God bless you

  • @sujitnath6840
    @sujitnath6840 Před rokem +3

    Nice voice I like you jumon all the best 👌🇮🇳

  • @nironjonsaikia4886
    @nironjonsaikia4886 Před rokem +1

    মা দেউতাই বহু সুখি অনভব কৰিছে,আগুৱাই যোৱা ঘুৰি নাছাবা,হেৰাইযোৱা সময়বোৰ ধৰি ৰাখা।

  • @rjcharaibahi8568
    @rjcharaibahi8568 Před rokem +1

    Aamar major pora herai jabo lua biya nam bur tmr porokhot aaguwai loi jua. aamar khokolue aakhirbad korisu ❤️❤️❤️❤️❤️❤️

  • @dhrubachangmai1824
    @dhrubachangmai1824 Před rokem +5

    Ur voice is so sweet..... ultimate voice

  • @pranjalsaikia1489
    @pranjalsaikia1489 Před rokem +7

    Wonderful voice ..

  • @bimangogoi682
    @bimangogoi682 Před rokem +1

    বহুত বহুত ধুনীয়া কণ্ঠ আগবাঢ়ি যোৱা❤️👍🙏

  • @sapunvlogs2516
    @sapunvlogs2516 Před rokem +2

    বহুত বেছি ভাল লাগিল,

  • @ArnabAssam
    @ArnabAssam Před rokem +8

    Keep it up brother 🎉🎉👍

  • @APvlog5288
    @APvlog5288 Před rokem +5

    Excellent voice ❤️❤️

  • @parulyouthtubedutta4159

    ইমান সুন্দৰ কন্ঠ সঁচাই আজিৰ নৱপ্ৰজন্মৰ মাজত ইমান সুন্দৰ কন্ঠৰ লৰা এটা লুকাই আছে। শুভেচ্ছা থাকিল জুমন তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @robintamuly5472
    @robintamuly5472 Před rokem +1

    Eman Dhuniya Kontha. Aguwai Juwa

  • @sunmonikonwar5789
    @sunmonikonwar5789 Před rokem +5

    Sweet voice ❤❤..lovely voice ❤❤

  • @Bhaskarnath143
    @Bhaskarnath143 Před rokem +11

    Verry nice

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 Před rokem +1

    Jumon your vice is God gifted voice. Go on never stop. Wishing you all the best in your future life. Many many thanks to you 💥💥💥🪔🪔🪔

  • @bkmkgk
    @bkmkgk Před rokem +2

    Khub hundor hoise god bless you

  • @shivanicovers1286
    @shivanicovers1286 Před rokem +8

    Nice performance juman👌 Best of luck🌺 From Bangalore .