দৰিদ্ৰতা আৰু হতাশাৰে ভৰা জীৱনক বিদায় দি সফল খেতিয়ক হ'ল ধনীৰাম চেতিয়া
Vložit
- čas přidán 17. 04. 2022
- দৰিদ্ৰতা আৰু হতাশাৰে ভৰা জীৱনক বিদায় দি সফল খেতিয়ক হ'ল ধনীৰাম চেতিয়া
ছবছৰ বয়সতে পিতৃহাৰা হৈছিল তেওঁ
ইয়াৰ পাছৰে পৰা তেওঁ যুদ্ধ কৰিছিল দৰিদ্ৰতাৰ লগত
এদিন ভোকত আনৰ বাৰীৰ পৰা কবি পাত বুটলোটে তেওঁ গিৰিহঁতৰ নৃশংসতাৰ বলি হৈছিল ৷
সেইদিনাই তেওঁ ঠিক কৰিছিল যে তেওঁ এদিন খেতিয়ক হ’ব ৷
প্ৰথমে চাৰিবিঘা নদীপৰীয়া মাটি আনৰ পৰা লিজত লৈ আৰম্ভ কৰিছিল ভোট জলকীয়া খেতি ৷
এতিয়া তেও ২৫ বিঘা মাটিৰ গৰাকী ৷ এই যুৱ খেতিয়ক জনৰ নাম ধনীৰাম চেতিয়া । ঘৰ তিনিচুকীয়াৰ পেঙেৰীত ৷
বিলাহী -বেঙেনাৰ পৰা আৰম্ভ কৰি অমিতা মাকৈলৈকে ধনীৰামৰ পথাৰত অন্তহীন খেতি ৷
ইয়াৰো পৰি শশ নাৰিকল /আম / তামুল /বগৰী গছৰে উদ্যান শস্যৰ পথাৰ ৷
লগতে লোকেল কুকুৰা আৰু ছাগলী ফাৰ্ম ৷
দৰিদ্ৰতা আৰু হতাশাৰে ভৰা জীৱনক বিদায় দি সফল খেতিয়ক হোৱা ধনীৰাম চেতিয়াৰ মনৰ কথা জানো আহক :
অতি সুন্দৰ ককাই 🙏
আপোনাৰ কথাবোৰ শুনি বৰ ভাল লাগিল,শুভেচ্ছা জনালোঁ ৷
অতি সুন্দৰ নিদৰ্শন ।আগুৱাই যোৱা ।
আগুৱাই যোৱা তাৰে কামনা কৰিছো।
আপুনি কথা খিনি খুব সুন্দৰভাৱে উপস্থাপন কৰিছে। ভাল লাগিল।
বাস্তৱ জীৱনৰ সংঘাতক নেউচি সফল হোৱা ধনীৰাম চেতিয়া দেৱলৈ আন্তৰিক অভিনন্দন !
জীৱন যুঁজত ভাগৰি নপৰা চেতীয়া যাতে অধিক আগ বাঢ়ি যায়, তাৰেই কামনা কৰিলোঁ ।
আগুৱাই যাওক
অসমত কষ্ট কৰিলে আৰামচে ঘৰ চলি যায়। কিন্তু অসমীয়া ল'ৰা ছোৱালীয়ে কষ্ট কৰিবলৈ টান পায় আৰু লাজ পায়।
Real Assamese. All the best.
সুন্দৰ ধনীৰাম কাই, শুভেচ্ছা জনালোঁ
আপোনাক আন্তৰিকতাৰে অশেষ ধন্যবাদ জিতুমণি দাদা, মোৰ ক্ষুদ্ৰ প্ৰচেষ্টা, ক্ষুদ্ৰ অনুভৱ আন দহজনৰ আগত পৰিচয় কৰি দিয়াৰ বাবে ।
আপোনাৰ এই যাত্ৰা আৰু দীৰ্ঘজীৱী হওঁক, নতুন প্ৰজন্মই জীৱন যুঁজত আগুৱাই যাব পৰাকৈ অনুপ্ৰাণিত হওঁক ।
আপোনাৰ চেনেলটোত খেতিৰ আৰু ভিডিঅ দিবচোন
✌️
Bohut dhunia dei 👏👏👏
ধুনীয়া দাদ , ভবিষ্যতে আৰু আগুৱাই।যোৱা তাৰে কামনা কৰিলোঁ।
বহুত ভাল পদক্ষেপ আমাৰ ফালৰপৰা চেতিয়া ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো ।
আদৰ্শ বান কৃষক ধনীৰাম তেতিয়া দেৱ আগুৱাই যাওক।🙏🙏
আদৰ্শ খেতিয়ক।।।। ধনিৰাম দা
Vaal lagil
ভাল লাগিল 😊
Apunar katha kuni bahut val lagil DaDa
দাদা আপুনি আমাৰ প্ৰেৰণা আৰু আগুৱাই যাওঁক ককাই শুভকামনা জনালোঁ ।
আপোনাৰ সংগ্ৰামৰ কাহিনী শুনি বহুত ভাল লাগিল দাদা।
Well come Chetia. Your expression is nice. God bless you.
God bless you
Real life heroes of Assam. Lot of things to learn from them. It really inspires.
এইজন এজন প্ৰকৃত অসমীয়া যুৱক,
Val lagil,ovabei abiskar mul.
Proud of you bro
Amak enekuwa manuh lage sakorir pisot doura nohoi
👍💞🙏
চেতীয়া দেৱলৈ আন্তৰিক অভিন্দন জনালো। তেওঁ যাতে আৰু আগবাঢ়ি যায় তাকেই কামনা কৰিলো।
আন্তৰিক অভিনন্দন
Thanks chetia.
আপোনালৈ বহুত বহুত শুভকামনা 💐💐🙏🙏
aru val haba
God bless you brother
Bohut bhal lagil.
Iman xundor sintadhara.....bohut xuvesha jonaisu.....
👍👍👍👍🙏🏼🙏🏼🙏🏼🙏🏼
Manuh jonok bhuut val lgil 😊
xunder, sagali black bengal r logot cross koriba
Sagoli gita moja lagisi...moi o pohisu..
Wow, really aji aapuner pora bohut inspired hoisu,
🙏 Go forward.
Congratulations 🙏🏽
Very good information dada.
So inspiring... May God bless him
Jiman you tube channel saisu apunar channel tu alp exceptional
Kiyo najanu ai kisuman manuuhhe iman hinkha kore nohoi,hinkhaa korat koi sestha nokore kiyo najanu ru,amar usort u anekuwa manuh ase nijor2 hobo lage kin2 anor huwa dekhile hinkhate mori jaai,kene koi anor onistho koru ai2e bhabe systha kore hodai,bhabi napaw anor pasot kiyo lagi more,nijeu systha korok ru anok u hofolotare aguwai jaboloi systha koriboloi hahokh diyok anekuwa bhabibo lage hoi ne baru,hosakoi dada bhal lagil aguwai jaoouk apuni👍👍👍👍👍👍
🙏
আপুনি সকলো মানুহৰ বাবেই প্ৰেৰণা ।
ত্যাগ থাকীবলাগেধন্যবাদ
মজা...
Apunar dorei protyek juvoke kheti koriboloi arombho korile nibonua homosya nije nije naikia hoi jabo buli moi bhabu...bohut hubhokamona🙏🙏🙏🙏
❤❤❤❤
Congratulations 🎉 so good news ✊✊🥰🙏🙏🙏🙏🙏🙏🙏🙏
Good job Sir
আপোনাৰ ভিডিঅটো ভাল লাগিল ।
I like your life Stury Good bless you ,,🙏🙏🙏🙏🙏👌👌👌
Nice
Vl lagil vidiotu sai
Dada salute
Good job ,,,da great salute, god bless you, from:Hyderabad ch Rabha
Apunar kheti sai bhal lagil n boruah
Val lagile dei sakori logot Dori thokat koi anedore val Ajon khetiyok hole val
দাদা বহুত ভাল লাগিলে 👍
Apunar video bur sai moi bohut inspired Huo.. So tq so much... And aru agowai jauk.. Tare kamonare.. Happy rongali bihu.. 😊😊.. Keep it up
Apuni hodai aguai jua ketiou hotakh nohbo
Great ❤❤❤👍🙏
অভিনন্দন আপোনালৈ ।
Congratulations
অতি উত্তম নিদৰ্শন
Val lagel 👍
Very nice and best of luck for your future
খুব ভাল লাগে আপোনাৰ ভিডিও বোৰ চাই ।বহু কথা শিকিব পাৰিচু ।
আপুনি আৰু আগুৱাই যাওক 🙏🙏🙏
Aru aguwai jauk dada..
Good dada
God bless and help you🙏
Nice bor..
Mozza
Aapunar video sai valll lage ❤️
Vhal lagil 🙂
Nice dada...
Nice God bless you
Very good
what a peace' place..
Val lagil
Apunar pa hikibo bisarisu khati koribo .apunar logot juga jug kanaka korim.
Real hero
Nice vdo
Very nice
Good ❤️
Good
মোৰ মাৰ ঘৰ সেইফালে জাব লাগে এইবাৰ গ'লে চাবলৈ জাম।
আদৰ্শ লোক। আম খেতি কৰি বহুতে বেছ লাভবান হৈছে।
👌👌👌
❤
✌️
👍
2016 aur poochha to Aligarh
Udyan koriboloi khub hepah bhumir obhap, upodek dibo neki
কম মাটিত খেতি কৰিব পৰা লাভজনক কিবা আছেনি
Putham putham kurti kheti korile ki hoy