কমল কাপ মাছৰ সুন্দৰ জুতি । কঁঠাল গুটিৰ বিবিধ আঞ্জা। jackfruit seeds special।
Vložit
- čas přidán 6. 09. 2024
- We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- ...
Watch all my videos - / @amargaon3296
some other videos.....
* Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle
#villagecooking
#ethnicfood
#amargaon
#assam
Khub vl lage apunar video bur,lora suwali duita khub val hobo dekhile gom pai
Etu ekdam right kotha
ইমান সুন্দৰ কৈ ৰান্ধে দেখিয়ে মন ভৰি যায় ❤
*Bohut Dhunia lagise Baideu*
সুন্দৰ ।কাজী মানুহ গৰাকীৰ কামবোৰ চাই বৰ ভাল লাগিল
অশেষ ধন্যবাদ আপোনালৈ 👍👍🙏🙏
khao khao lagi asse bohut din hol kothar guti khai nupuwa 👌👌
Dhuniya hoise baido maasor aanja khon
Dhanyawad apunaloi 🙏
Bor val lagil baa ❤tumar pora uncommon recipe bur hikibo pao.. thank you so much ❤️
Okhekh dhanyawad 🥰🥰🧡💕💕💕💕🙏🙏
বৰ লোভনীয় হৈছে আটাইকেইবিধ ব্যঞ্জন।খাও খাও লাগি গৈছে
Apunar video bur sale dintur hundor arombhoni hua jen lage. Mind fresh hoi jay
Okhekh dhanyawad apunaloi 🙏💕
Val lagile video tu sai ❤❤❤
Dhuniya hoise baidow
Bohut Tasty Recipe Baideu 👌😋👍
দেখিয়ে খাও খাও লাগিছে,,,,, বহুত ধুনীয়াকৈ ৰান্ধে আপুনি ❤❤
Hundor baa❤❤আগলৈ vl vl video pam buli akha thakil baa
বহুত ধুনীয়া হৈছে 🎉🎉
Ghort kunobi boni dea heten montu Val lagil heten thak
ayo ki j luvoniyo🤤❤
Good morning to Amar gaon team ❤
💕💕👍
Bhal lagil dai sai
Val lagil খুৰীদেও video to sai.......Moojjaa.....😊😊🎉🎉❤❤ লোভনিয় এসাঁজ.....🤤😋😘.....!
Moja lagil ❤❤❤❤❤
বাইদেউ আপোনাৰ ৰন্ধা পদ্ধতিতু সছাই বহুত ধুনীয়া লাগে, আপোনাৰ প্ৰত্যেকতু ভিডিঅ' চাও, বহুত ভাল লাগে, আগলৈ আগুৱাই যোৱা ভগৱানে আপোনাক মঙ্গল কৰক ধন্যবাদ, বাইদেউ,
বঢ়িয়া হৈছে 👌💕
Val lagila dai😋😋😋😋
❤ভাল লাগিল ❤❤
Moja khana
❤❤❤
Xundor❤
বহুত টেষ্টি বনাইছে বাইদেউ আপুনি ভাল লাগিল দেই ❤❤👍
So beautiful receipe ❤
Nice ❤
Kothal gutir pitika khoresa achar de 😋😋🤤
🥰🥰🙏🙏
Val laga apunar video sai
Eman je bhal lagil Thank you so much ❤❤🎉🎉😂😂
Love from charaideo sapekhati❤
💕💕💕💕🧡🧡
Moi je kothal guti emn bhal pau dekhi e khabo mon goise
সুন্দৰ বাইদেউ
কঠাল গুটি সদায় ভাল লাগে😊
আপোনাৰ ভিডিঅ'চাই মই বহুত ভাল পাওঁ
আমাকো এদিন মাতিব আপোনাৰ হাতে এখাজ খাবলৈ ইমান লুভনিয়
বঢ়িয়া
Nice recipe thanks ❤❤❤❤❤
Thank you too
wow
আপোনাৰ প্ৰতিতো ভিডিও চাও ভাল লাগে বৌ❤আগুৱাই যাওক।
Thankyou 🧡
Hosai bor bhal lagil , maastur naam common carp hoi komol cup nohoi
❤
❤ mojah
Kothal guti priyo
Kothalguti mur bor priyo...dekhi khao khao lagi gol...bonai kham apuni rondha dore...bor lubh logai thaka dei ba😊
🥰🥰🥰🥰🥰🙏🙏
Kothal guti r recipe moi u khub val pau..kothal guti Puri khorisa lgt pitika khai sabsn bor Val lge baidew
Good morning baa ... Bhal lagile sai .try korim❤️
Dhuniya huise bohut bohut bohut dekhi khabo mon guise 👍👍👍👍👍👍👍👍
আপোনাৰ ভিদেও বোৰ বহুত দিখল hoi অলপ স্বৰত কৰিব😊😊
❤
😊😊😊😊
😊😊😊😊😊😊
বৰ সুন্দৰ ৰেচিপি। 😢 নুহু ক ভাত ভালকৈ সানি দিবাচোন। কাষত নেপেলোৱাকৈ খাবলে শিকাব।❤
💕💕💕🙏🙏🙏
❤❤❤❤❤❤❤❤
Common carp " কমন কাৰ্প"
Common Carp ( কমল কাপ বুলিয়েই সকলোৱে কয় বাৰু)
👍👍
Baa video powa nasilo kio নাজানো miss kri asilo aji salo iman val paw maar ঘৰলৈ মনত পৰে
Aapunr suwli joni bor morm loga
Baidew apunr ghr Kun jgt bru
কমল কাপ নহয় বাইদেউ Common carp, এইটো মাছৰ এক প্ৰজাতি। শুদ্ধকৈ নামবোৰ লিখিলে ভাল আন দুজনেও শিকিব।
বাইদেউ আমাৰ ইয়াত গ্ৰাছ কাৰ্প গাজকাপ হৈ পৰে 😂
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊
💕💕🧡🧡🧡🧡
বাইদেউ কমন কাৰ্প মাছ হে
Apunar Ghor kot khure ❤❤
👌🏻👌🏻👌🏻💖💖💖
Maina jonir nam tu ki?
Nuhu হয় নামটো
Masor murtu safa nkore nki apuni
কৰা হয়, মাথো দেখুওৱা হোৱা নাই ।।।
Apunar Ghar kun thait
কমল কাপ 😂 একদম খাটি অসমীয়াত নাম এইটো । শুদ্ধটো কমন কাৰ্প যে ডাঙৰ হৈ হে গম পাইছোঁ
মাছটো কমন কাৰ্প । কমল কাপ নহয় নেকি!
Baidou moi horu mas jene bhangon mas basiboloi najanu hikai dibo ni
Pokorot angoli tu vorai lobo ....
Apunar pokororot nohoi akou
বাইদেউ আপোনাৰ ঘৰ কত
Nice ❤
❤❤❤
❤