কাপোৰ খুলি গা ধোৱা সকলৰ জীৱনত কি হয় এবাৰ চাওক | স্বামী-স্ত্ৰীৰ বাবে বেছি জৰুৰী | Jai Shree Krishna

Sdílet
Vložit
  • čas přidán 1. 06. 2024
  • কাপোৰ খুলি গা ধোৱা সকলৰ জীৱনত কি হয় এবাৰ চাওক | স্বামী-স্ত্ৰীৰ বাবে বেছি জৰুৰী | Jai Shree Krishna
    About this video - সময়ৰ লগে লগে আমি বহু নিয়ম এৰাই চলিবলৈ লৈছো। কিন্তু এতিয়াও এনে কিছু নিয়ম আছে যিবোৰ আমি সদায় মানি চলো। যেনে পুৱা-গধুলি ভগৱানক আৰাধনা কৰা, শ্ৰাদ্ধ-সকাম-নিকাম আদি কাৰ্য্য সম্পাদন কৰা। কিন্তু তাৰ মাজৰে আন এক অতি গুৰুত্বপূৰ্ণ নিয়ম হৈছে- স্নান। হিন্দু ধৰ্মত স্নান কৰোতেও কিছু গুৰুত্বপূৰ্ণ নিয়ম মানি চলা হয়। এই ভিডিঅটোত স্নান কৰোতে মানি চলিবলগীয়া এনে কিছু নিয়মৰ বৰ্ণণা কৰা হৈছে, যি নিয়ম মানি চলিলে আপোনাৰ ঘৰৰ পৰা দুখ-সমস্যা নোহোৱা হোৱাটো খাটাং। আপুনিও যদি নিয়ম-নীতিৰ মাজেৰে আগবাঢ়িব বিচাৰে, ভগৱানক বিশ্বাস কৰে, তেন্তে ভিডিঅটো এবাৰ চাওক।
    other videos -
    • আচল দুখ কি? মহাদেৱে কৈ...
    • ভৰিত ধৰিলেও জীৱনত ৩ জন...
    • ৫টা কথা শিকি লওক | আপো...
    • নাগ দেৱতা আৰু এজনী বুঢ়...
    • গাঁৱত কৰিব পৰা ৪টা ব্য...
    • ৰাতিপুৱা শুই উঠি ৩টা ব...
    • যেতিয়াই মনত দুখ লাগিব...
    • সকলোতকৈ বেছি বিশ্বাসঘা...
    • বেলেগৰ মনৰ কথা জনাৰ ৩ট...
    • ভুলতো ৩০-৪০বছৰৰ পিছত ব...
    • বুদ্ধিমান বোৱাৰীয়ে মা ...
    • কোনোবাই আঘাত দিলে, অপম...
    • ৰাতিপুৱা শুই উঠি এই কথ...
    #chitraranjannathvideos
    #chitraranjannathmotivation
    #chitraranjannath
    #krishnavani
    #krishna
    #shrikrishna
    #nirvastrasnan
    #assam
    #assamese
    #motivationalvideo
    #2024
    #story
  • Zábava

Komentáře • 1K