নৈ কানৰ চাপৰি || Nai Kanor Sapori || Bharali Pariya Bihu Dol || New Assamese Bihu Song 2024
Vložit
- čas přidán 5. 01. 2024
- নৈ কানৰ চাপৰি || Nai Kanor Sapori || Bharali Pariya Bihu Dol || New Assamese Bihu Song 2024
ভৰলীপৰিয়া বিহুদলৰ নিবেদন
"নৈ কানৰ চাপৰি"
প্ৰযোজনা- থানেশ্বৰ শইকীয়া
পৰিকল্পনা - দ্বিপেন শইকীয়া/চানু শইকীয়া
কথা/সুৰ/সংগীত - নিৰঞ্জন গোস্বামী
ঢোল - লাচিত বৰুৱা, বিশ্বজিৎ গগৈ, চানু শইকীয়া
তাল/গগনা - মান্না শইকীয়া, জানমণি ফুকন
পেঁপা- চানু শইকীয়া
বাঁহী - কৈলাস ৰাভা
কন্ঠ - মৌচম গগৈ, নিতুল দাধৰা, অচ্যুত কুমাৰ নাথ,হিমাক্ষী হাজৰিকা
সহশিল্পী - ৰিপুঞ্জয় শৰ্মা, বিপ্লৱ গগৈ, ৰূপজ্যোতি পাপু
মেলডি ডিজাইন - ভদ্ৰকান্ত দাস
বানীবন্ধক - ৰিপুঞ্জয় শৰ্মা (ষ্টুডিঅ' ড্ৰিমচ)
সংগীত সংমিশ্ৰণ -জিন্তু বৰদলৈ
bharalipariya bihu dol
Bihu-2024
bihu_2024
New Assamese bihu song 2024
Anupom Bitupon
Bihu
New Assamese bihu song
anupombitupon
#anupombitupon
#bihu2024
#New_assamese_bihu_song
#MousomGogoi
#bihu #bihugeet2024
#bihunam
#BharalipariyaBihu
#anupambitupon - Hudba
ভাল লাগিছে! মানে বহুতেই ভাল।❤❤
আজ্জৈ....🕺🕺বহুত ধুনীয়া হৈছে.. বঢ়িয়া 👏👏
ধন্যবাদ
ভৰলীপৰীয়া জামুগুৰিহাটত প্ৰথমবাৰৰ বিহু চালো আপোনাৰ ধুনীয়া 💚🤍🥰
বহুত মৰম আৰু শুভেচ্ছা থাকিল জামুগুৰি হাটৰ পৰা❤❤
ধন্যবাদ
Mojja ❤
বঢ়িয়া ❤
এতিয়া হে আকৌ আগৰ দিনবোৰ অহা যেন লাগিছে। এনেকুৱা বিহু শুনিবলৈ পোৱা নাযায় আৰু আজি কালি । Love you mousam da and nitul da❤
বহুত ধুনিয়া 😍😍😍
সুন্দৰ❤❤❤😍😍
সুন্দৰ
মন ফাগুনীৰ সুৰ বোৰ বিচাৰি পোৱা নিচিনা লাগিল, তাতে মৌচম গগৈ দাদা
সুন্দৰ 👌
Xundor bihu❤❤
আইয '.. বিহু বিহু লাগি গৈছে.. নেৰিবা..। বহুত ভাল হৈছে বিহুগীতটি ❤❤ সুন্দৰ কথা, সুৰ, সুন্দৰ কণ্ঠ👌👌 শুভেচ্ছা থাকিল সকলোলৈ💐💐
মজা মৌচম দা সুন্দৰ গান বিহু বিহু
বহুত ধুনীয়া গীত কণ্ঠ ❤
Moja❤❤❤❤
Xundor bihu
Moja lagise.
বৰ ধূনীয়া গানটো ❤❤❤❤❤শুৱলা সুৰি❤❤
4:35
তালিয়া সুন্দৰ।
🙏
গীতটোৰ সকলো লৈ আন্তৰিক শুভেচ্ছা ও ধন্যবাদ ঠকিল অসমীয়া শব্দ শৈলীৰ উপস্হাপন বৰ সুন্দৰ
Thank you
Bihu Bihu lagise oi❤❤
এ মজা বিহু কৰবাত শুনাযেন লাগিছে হব বাৰু, গাই যাওক চোন,,
বৰ সুন্দৰ মৌচম দা অচ্যুত,নিতুল দা হিমাখি বা আগৰ বিহুৰ সোৱাদ পাইছোঁ মাঘ বিহুত নাচিম এইবাৰ লগাই লৈ বাকী নিৰঞ্জন sir লৈ ধন্যবাদ থাকিল ইমান সুন্দৰ বিহু এটি উপহাৰ দিয়াৰ বাবে বাকী আৰু এনেকুৱা বিহু আশা কৰিলোঁ
ভৰলীপৰীয়া হিচাপে গৌৰৱান্বিত । বাকী সকলো জুই । Sanu দা rocks 😄🔥
বহুত ধুনীয়া হৈছে❤️😍 শুভেচ্ছা থাকিল।
Thank you
অতি সুন্দৰ
Mja dei anupom bitupon da git ti huni dhuniya lagil
Mousom Gogoir bihu manei❤❤❤ .....
Bahut dhuniya..aibur'he amar bihu gaan
জানমণি, মৰমজান, জোনবাই VCD ৰ গীত সমূহলৈ মনত পৰি গ'ল ❤❤
Hosai dei
❤ moza dei moza
গীতটোৰ লগত জড়িত সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো
My brother asuyet kumar nath majuli
dada bohut val lagile aru notun gaan lage ❤🌼
বৰ ধুনীয়া গীতটো… মৌচম ককাইদেউ ইমানদিন কত আছিল আপোনাক বহুত মিছ কৰো…😊
Jui jui jui jui 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥 o
মন পৰশি গৈছে ৷ সূন্দৰ ৷ নলবাৰীৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷
Khub hundor ❤❤ joyotu 🙏 voroliporiya
Dhunia 🔥🔥❤️❤️
Mojja❤❤❤
Mojja mojja mojja ❤
Bohut Dhuniya lagise
Dada mjja....
Song lyrics like a real taste for Jamuguri ❤😊😊. I miss you Jumoni Daa 😢😢 💕 I am from Bharli Paria ❤️❤️
Ki hl jumoni daa r?
Dhuniya👍
Mousam da nitul daa 🔥🔥.. Achyut daa all time favorite 😍
অতি সুন্দৰ ❤
Mojaaaaa....🎉🎉❤
মজা অ ককাইহঁত ❤ মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ 🎉 তাতে আকৌ বিহুৱা লৰা ঢোলৰ মাত শুনিলেই গা বেজ বেজাই যায়, love from Kerala ❤
Bohut dhuniya🎉🎉
amar bihu atiya aru safe zone ot ❤🙏🙏 edm bihu huni huni amoni lagise aru raw bihu paisu kimn bosor pasot...
Bihu geeti hosai bohut dhuniya lagil huni 💖💖
Dhunia Bihu❤❤❤
নিৰঞ্জন গোস্বামী দেৱে নতুন বছৰত এটি সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে তেখেতলৈ অশেষ ধন্যবাদ জানানো। লগতে গীতটিৰ লগত জড়িত সকলো লৈকে আন্তৰিক মৰম শ্ৰদ্ধা জ্ঞাপন কৰিলো।
বৰ ধুনীয়া গীত ❤️❤️
Tammm❤❤❤
Love from sivasagar❤️🔥
সুন্দৰ 💝💝💝
Xuni le xuni thakibo mon jai dhuniya ❤️
Moja dila ooo
Buhut bhal lagise gaan tu, Mousam da is back
ধুনীয়া লগতে জমনিও ৷ এই পুহমহীয়া নিশা (3.26AM) গান শুনি হাঁহি আছোঁ ৷
Thank you dai
বিহু গীত ৰ কথাবোৰ বহুতেই সুন্দৰ হৈছে। খাচ বিহু ৰ অনুভৱ হৈছে। থলুৱা বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰি বিহু গীত বনালে হে শুনিব ভাল লাগে। যোৰহাটৰ পৰা প্ৰতিজন কলা কুশলীক শুভেচ্ছা জনাইছো।।❤❤
A mojjjjjaaaaa mojjjjaaaaaaaaaa🎉🎉🎉🎉🎉🎉🎉🎉❤
Mojja😊
ধন্যবাদ ভৰলীপৰিয়া বিহু দল 🙂
গানটো বহুত ভাল পাও❤❤
❤❤❤ achyut hit....🎉 you all guys best..bht val lgil
Bhut dhunia hoise dada..loved from nalbari ❤❤
Mojja
বিহু বিহু লাগিছে গাঁত ❤ সুন্দৰ লাগিছে বিহু বিহু ❤
Val lagil ❤
Mja dada
Mojaa lagise ❤❤❤
Moja gaixa ❤❤❤
বৰ ধুনীয়া❤
🔥🔥🔥
Bohut hundor hoise geet tu .. ki hundor kontha ..❤❤
Oti hundar Achutya da ❤ Love from Majuli ❤
Ati hondor ❤❤
mousam kakaidew jui❤❤❤
Hundar ❤❤
Mjh lgise dei gun2
Uff bohut dinor murot madhoi maloti😢❤❤❤❤
ভাল লাগিছে উজল ভবিচত কামনা কৰিলো
বাহুত ধুনিয়া হৈছে
Bht xuvesha aru bht morom..bor dhuniya hoise
Mojaaaaa lagise deii....❤❤
Dhuniya lagisae ❤❤
Aaio bihu bihu lagi goise💃
Borhiya❤🎉.. Aru lage magh bihu agot.
ধুনীয়া❤️
Sanu daa mozah 🔥🔥🔥
Thank you boro
বৰ ধুনীয়া হৈছে ককাইদেউ ❤❤❤❤❤
নতুনত্বৰ পৰিলক্ষিত। মজা আমেজ পালো।
Bihu bihu lagi goise love from Bangalore ❤❤❤❤❤
বহুত ধূনীয়া লাগিল ❤
Bhut dhuniya bihu gaan ❤
বহুত ধুনীয়া হৈছে❤
সুন্দৰ ❤❤❤