নিৰ্মলা সীতাৰমণৰ বাজেটক লৈ প্ৰশংসাত মুখৰ মুখ্যমন্ত্ৰী

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • ▶️ ভাল খবৰ, অসমে পাব, কেন্দ্ৰই দিব
    ▶️ নিৰ্মলা সীতাৰমণৰ বাজেটক লৈ প্ৰশংসাত মুখৰ মুখ্যমন্ত্ৰী
    ▶️ পাব, অসমে বিহাৰতকৈ ডাঙৰ পুঁজি পাব

Komentáře • 70

  • @rakashdas9087
    @rakashdas9087 Před měsícem +26

    মূৰ্ষ সজাব খুজিছে অসমিয়াক কি মানুহ ভগবান

  • @hiranyavkalita4637
    @hiranyavkalita4637 Před měsícem +17

    শিয়াল ও শিয়াল ডাঙৰ শিয়াল এইজন এজন মহা ধুৰ।

  • @balighatnazira4250
    @balighatnazira4250 Před měsícem +10

    যিমানেই নিদিয়ক ক'ব লাগিছিল।কাক আপুনি ৰ্মূখ বনাইছে। অসমৰ জনসাধাৰণ আপোনাৰ নিচিনা পাতল নহয়।

  • @habibullahhoque5305
    @habibullahhoque5305 Před měsícem +17

    মামা তোমাৰ লাজ বোলা বস্তুটো নাই নেকি?

    • @user-hg3di5bz7w
      @user-hg3di5bz7w Před měsícem +2

      Tumar mama hoi nki xi,, tomar mama imn johora nki?

  • @jadavgogoi944
    @jadavgogoi944 Před měsícem +12

    অসমে বিহাৰতকৈও ডাঙৰ এটা অশ্বডিম্ব পাব। অসমীয়া সকলোৱে ভগাই খালেও শেষ নহ'ব।

  • @Randeep-kb1xh
    @Randeep-kb1xh Před měsícem +5

    মুখ্যমন্ত্ৰী ভাল বুলি কব সমৰ্থন কৰিব সকলোৱে জানে - ৰাইজে ৰাজনীতি নকৰে সেই বুলি ৰাইজক অজ্ঞানি বুলি হেয়জ্ঞান নকৰিব বিপথে পৰিচালিত নহয় অসমৰ ৰাইজ ।
    অসমৰ ৰাইজ সজাগ শিক্ষিত ।
    কেন্দ্ৰই অসমক কিমান গুৰুত্ব দিয়া ভাল কৈ জানো ।

  • @alidildar8912
    @alidildar8912 Před měsícem +5

    Biharir aalu guti pabo nilaj cm😂😂😂

  • @utpalgoswami1990
    @utpalgoswami1990 Před měsícem +1

    হিমন্ত ডাঙৰীয়াক মনে মনে দিলে ঘৰলৈ মাটিনি, বাগান এখন কিনিবলৈ, লুকাই থবলৈকে আৰু নি "আয়"গৰাকিক দিবলৈ কলে বোধয় নহয়নে ? সেই বাবে ডাঙৰকৈ ঢোলটো বজায়ছে নহয় ?

  • @SankarDeka58
    @SankarDeka58 Před měsícem +1

    চিহ তেও প্ৰশংসা নেৰে বিৰোধী হোৱা হলে জাঙোৰ খাই উঠিল হেতেন চাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

  • @tapanchangmai2261
    @tapanchangmai2261 Před měsícem +1

    অসমত ডাঙৰ ডাঙৰ পুখুৰী খান্দিলে বানপানীৰ নিৰাময় হ'ব। সেই বাবে বাজেটৰ নিলিখিলে চাগে। কেন্দ্ৰীয় চৰকাৰে অসমক কিবা দিব বুলি অসমৰ মানুহে ভবাটোৱে ভূল।

  • @kinaramdas5198
    @kinaramdas5198 Před měsícem +1

    আপুনি মুৰ্খ হ'ল বুলি অসমৰ মানুহ বিলাক মুৰ্খ হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া কেন্দ্ৰৰ ওচৰত কিমান নেগুৰ পেলাব নিজৰ গাদীখন ৰক্ষা কৰি জনতাৰ মুৰত ৰাম টোঙান মাৰিবলৈ।

  • @pabindas6525
    @pabindas6525 Před měsícem +1

    অসমৰ বানপানী দেখি কেন্দ্ৰ সন্তুষ্ট হোৱা নাই,অহা বছৰ ইয়াত ডাঙৰ বানপানী হয় আৰু যদি কেন্দ্ৰ চৰকাৰ সন্তুষ্ট হয় কিবা এতা পোৱাৰ আশা আছে

  • @dipankarhazarika5213
    @dipankarhazarika5213 Před měsícem +2

    সকলোৰে মুখত মাত্ৰ সমালোচনা । চকু চৰহা সব।
    মানুহে life insurence কিয় কৰে? মৃত্যুহলে পৰিয়ালে টকা পাবলে। আৰু Health Insurence কিয় কৰে? বেমাৰ হলে চিকিৎসাৰ খৰছ ৰেহাই পাবলে। তেনেদৰে কেন্দ্ৰইও দিব। কিন্তু বানপানী হব লাগিব, নহলে কিয় দিব? এইবোৰ বানপানী নহয় বৰষুণৰ পানীহে! (বানপানী কাক কয় মই নাজানো দেই ৰাইজ বেয়া নাপাব।)😂

  • @ranjanpds7245
    @ranjanpds7245 Před měsícem +4

    মিছলীয়া মুখ্যমন্ত্ৰী

  • @commenti5459
    @commenti5459 Před měsícem +3

    আমি ৰৈয়ে থাকেম

  • @lakhikrchintey5693
    @lakhikrchintey5693 Před měsícem

    ঐ মহা বুৰভক মহাপাপি মহা কেলেঙকাৰি শৰ্মা তোমি আৰু কিমান অসমৰ মানুহক বুৰভক বনাব বিছাৰিছা

  • @jayantadutta1024
    @jayantadutta1024 Před měsícem

    Eiya mama r babe hee homvob. Salute mamaa

  • @akborah4946
    @akborah4946 Před měsícem

    If funds are not budgeted for the year, how Assam will get money? Stupidity of Assam leaders know no bounds!

  • @Madur1234
    @Madur1234 Před měsícem

    বহুত চালাক আছে হিমন্ত

  • @user-gr1uy4hv8u
    @user-gr1uy4hv8u Před měsícem

    Tupi Tupi kewol Tupi.

  • @kamalborah6250
    @kamalborah6250 Před měsícem

    হাত খজোৱাই আছে ।

  • @user-ug1vc8dw1f
    @user-ug1vc8dw1f Před měsícem

    আশ আশা ভৰাবলৈ বেগ বা মোনা নালাগে টকা ভৰাবলৈ বেগ লাগে

  • @pratapbiswas2504
    @pratapbiswas2504 Před měsícem +3

    Kam nai aru mama tumer

  • @Madur1234
    @Madur1234 Před měsícem

    চাকৰি দি মানুহক fuddu bonai ase tar bahire ৰাজ্য ৰ কি কাম কৰিছে????

  • @BiplabDekaBabu-rp3px
    @BiplabDekaBabu-rp3px Před měsícem

    Aibar muk jikai diok.....tar pisat....sab pabo.....

  • @promudborgohain7920
    @promudborgohain7920 Před měsícem +1

    অস্বদিম্ব ১০ টা মান দিব।

  • @birendoley7136
    @birendoley7136 Před měsícem

    বাদ দিয়াহে, আমেৰিকাটো বানপানী হয়, কাৰোবাৰ মনত আছে নে বাৰু?

  • @nandakishoremushahary6244
    @nandakishoremushahary6244 Před měsícem

    Kam Nohoa C M.Kenekoy Unnati Hobo Assam Kon!

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq Před měsícem

    চকী যাব, তাকে নকৈ কব কি,

  • @cinematictravel4522
    @cinematictravel4522 Před měsícem

    Set tu pabo

  • @DilipChaudhury-qi9ge
    @DilipChaudhury-qi9ge Před měsícem

    ইয়াৰ বাহিৰে কি কৰিব আমাৰ mama পিছে আলুৰ বাহিৰে একো নাপাই খালি নাটক kori আছে , মামাৰ এটাই কাম অসমৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰত গৈ মুছলমান আৰু হিন্দু ইয়াৰ বাহিৰে একো নহয়

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 Před měsícem

    Great zero .

  • @arjundas3446
    @arjundas3446 Před měsícem

    Congres ai ki disil. কৈছিল অসমত বানপানী হয় আমেৰিকাতো হয়।

  • @muned6442
    @muned6442 Před měsícem

    কেতিয়া দিব বান পানীয়ে লাখ লাখ মানুহৰ ঘৰ দুৱাৰ ভাঙি ছিঙী উটুৱাই লৈ গ'ল বহুত মানুহ মৰিলে তথাপি ও কি দাল ভাবি অসমৰ ৰাইজে বিজেপিক ভোট দিছিলে

  • @bantidas2403
    @bantidas2403 Před měsícem

    😂হয় হয় সকলো ও কথা হয় কিন্তু এটা কথা ক ও মই অকল গুৱাহাটী মহানগৰৰ ক্ষেত্ৰত হে সকলো ও কিন্তু ভোট দিয়াৰ ক্ষেত্ৰতো একে হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ এটা কথা আকৌ শিক্ষা নাপালে জ্ঞান নালাগে এই আৰু চাৰ অণু ৰোধ থাকিল এই ক্ষেত্ৰত এই আৰু অণুৰোধ জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ শিক্ষা পালেহে জ্ঞান হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @user-qh1rb9mb2p
    @user-qh1rb9mb2p Před měsícem

    Nagative nagative only nagative ok

  • @dipikaphukan7387
    @dipikaphukan7387 Před měsícem

    কি কৱ‌‌ অ, মূখ্যমন্ত্ৰী বোপা , পাব মানে ? অলপ পৰিবৰ্তন হোৱাতু জাতিতুৰ বাবে অসমখনৰ বাবে ভাল । নহ'লে অসম ৰসাতলে যাব ,

  • @Madur1234
    @Madur1234 Před měsícem

    অসৰ ৰাইজ কেতিয়া যে জ্ঞান আহিব??

  • @upendrakalita9054
    @upendrakalita9054 Před měsícem

    Beular kotir vel.....pabo....panit vahi boloi

  • @trikenkalita9784
    @trikenkalita9784 Před měsícem

    Assam BJP kam ni oo 😂😂😂😂😂

  • @SaratSaikia-g9v
    @SaratSaikia-g9v Před měsícem

    বুৰ্বক বনোৱা টো ভাল নালাগে

  • @champaknath3239
    @champaknath3239 Před měsícem

    Bijuli baidew akou Bihar r banpani Assam t koi besi buli koisil

  • @user-qh1rb9mb2p
    @user-qh1rb9mb2p Před měsícem

    🤔🤔🤔🤔

  • @JakirHussain-sp7zd
    @JakirHussain-sp7zd Před měsícem

    Lolipop khbo diok.

  • @user-hh4zm5qz3x
    @user-hh4zm5qz3x Před měsícem

    Mama r name loi ako dal nhy mama a low education lora suwali k ako dal ha hubida dibo ako bebostha nokore vl job nai Assam ot 32hl age ako dal korba pora nai....ki sarkar ki modi...ami ami breakup life 😢

  • @technicalrubulbhai2022
    @technicalrubulbhai2022 Před měsícem

    Bormputra hukaise pani nai aru tenekuwa news bilak bonabi aru.

  • @Madur1234
    @Madur1234 Před měsícem

    BJPk aru bhote de

  • @lokengogoi5007
    @lokengogoi5007 Před měsícem

    Ahome pabo 000 ....?

  • @TarunPayeng
    @TarunPayeng Před měsícem

    Suwa selekha manuh,,,aru ki ভাবিব

  • @jyotishmoikakoty8452
    @jyotishmoikakoty8452 Před měsícem

    Velki baji mamamama

  • @RokstarFF3464
    @RokstarFF3464 Před měsícem

    Mamai sagalir dare sagali je pai takakhai mamai jepai. Take bake

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Před měsícem

    Aankhon mein Babu mama ek hi palabo price of Vivo banking aankhon ke kotha hobo rise of baingan aadi bhoot vishay per mama hai ghode ghode koi Akbar Modi Sarkar kamnaen BJP Sarkar

  • @deepjyotideka1736
    @deepjyotideka1736 Před měsícem

    Guti duta disi

  • @makibulislam5553
    @makibulislam5553 Před měsícem

    আলু পাব

  • @hafizurrahmank7799
    @hafizurrahmank7799 Před měsícem

    Manuh burbok nohy

  • @ChongiGabur223
    @ChongiGabur223 Před měsícem

    Aru barikha ahate ase 😅😅

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk Před měsícem

    Hahahahaha

  • @rameshpayang7871
    @rameshpayang7871 Před měsícem

    Maki mass tur bapeke 15 bosar sashan kalot Assam kon deployment koribo nuwarile , bad diya he koi takil , atia Assam kon deployment huar karane saku jalise ha, 😂😂😂

  • @user-wb1xh9eu9i
    @user-wb1xh9eu9i Před měsícem

    😂😂😂😂😊

  • @Madur1234
    @Madur1234 Před měsícem

    Himonto murtu kela

  • @lkhajuwari8418
    @lkhajuwari8418 Před měsícem

    Sargaror gooti 2ta xhealor akha

  • @SubhajitChutia-y2j
    @SubhajitChutia-y2j Před měsícem

    Lolipop dose lolipop