বৰগীত//হৰিনামৰ ৰস//Assamese Bhakti Geet//Borgeet// Assamesemelody17
Vložit
- čas přidán 20. 10. 2023
- বৰগীত//ভক্তি ৰস//হৰিনামৰ ৰস//Assamesr Bhakti Geet/Borgeet
গুৰু দুজনাৰ অনন্য সৃষ্টি বৰগীতৰ সুৰ অতি মধুৰ। এই বৰগীতৰে ৰস পান কৰি আমি মনুষ্য জাতি ঈশ্বৰত মত্ত হ'ব পাৰো। পৰম কৃপালু পৰমেশ্বৰৰ অমৃত বাণীক গুৰু দুজনাই অতি সুললিত আৰু সৰল ভক্তি ৰসেৰে সজাই তুলিছে। এই ৰসকে পান কৰি আমি আমাৰ মনুষ্য জীৱন ধন্য কৰো।
কেইটামান বৰগীতৰ সকলোৰে বাবে আগবঢ়লো। শুনি চাব। মন-প্ৰাণ ভৰি পৰিব।
#বৰগীত
#অসমীয়া ভক্তি ৰস
#হৰিনাম
#অসমীয়া - Hudba
Jay guru shankar🙏🙏🙏👃👃💓🙏🙏🙏💓
How much sweet Bargit is!
Bargitat Amiya sure mant santi diye bahut bhal lagil❤
❤🎉❤ krishna krishna ❤🎉❤ bina
Krishana 🙏🙏🙏❤🙏🙏❤❤❤🙏
Krisha .Bhal lagil .
mind blowing borgeet
Sonkar Madhabr amor sristi Amar hai thakk🎉 joy Hori🎉
Krishna ❤
🙏🙏🙏
গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত অসমীয়া সমাজৰ হিয়াৰ আমঠু। ইয়াৰ পৰিকল্প বিচাৰি পোৱা কঠিন। ইয়াৰ প্ৰতিটি শব্দৰ গুহাৰ্থ সুৰ সঞ্চাৰে নিৰ্জীৱ পদাৰ্থকো প্ৰাণ দিব পাৰে। আপুনি নিজেই পৰীক্ষা কৰি চাব পাৰে এজোপি গছৰ ওচৰত বহি বৰগীত শুনক আৰু গছজোপাৰ পাতবোৰলৈ লক্ষ্য কৰক পাতবোৰে কিদৰে হালি জালি থাকিব। প্ৰতিদিন ৰাতিপুৱা পাচলি বাগিচাত বহি বৰগীত শুনক আৰু পাচলিৰ উৎপাদন চাওক।
Sri Krishna borgeet to bor bhal laga ❤❤❤❤
😊
😮😅........
অতি সুন্দৰ। ভাল লাগিল।আমি আৰু বহুত নতুন নতুন বৰগীত (আনে নোগোৱা)বিচাৰো। ভবিষ্যত কৰ্মৰ বাবে বাট চালো।
কৃষ্ণ কৃষ্ণ বৰগীতৰ শিল্পীসকলৰ লগতে সকললৈ সুপ্ৰভাত জনালোঁ । গুৰুজনাৰ কি অপূৰ্ব সৃষ্টি ও দান নৰসমাজলৈ ।ভক্তিৰে সেৱা নিবেদিলো ।
Very nice 👍 so happy to hear 😊
Bohut val lagise
Bor val lagise ,apnaloi pranam
Jai Guru Sankar
Xundor🙏🙏🙏
Krishna Krishna Krishna 🙏🙏🙏
😮😮😮😮
ATI Sundar hori Naam
Krishna val lagil
অতি সুন্দৰ সুমধুৰ
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna
ভাল লাগিল মন ৰাতিপুৱা পৰিৱেশ জাগ্ৰত কৰিলো বৰগীত
Bohut val lagil xuni 🙏🙏💞🙏🙏🙏🙏💞🙏🙏🙏🙏
❤❤❤ga ge q@z x
🙏😍💋🌺🌺🌺 পৰম বৈষ্ণৱ গুৰু দুজনাৰ অনুপম সৃষ্টি এই আধ্যাত্মিক ভাৱ বিষয় সম্পন্ন অতি সুন্দৰ বৰগীতৰ এক থুলৰ সন্নিবিষ্ট হৈছে । শ্ৰুতি মধুৰ এই প্ৰভাতি বৰগীতৰ থুলটি শুনি বৰ ভাল লাগিল আৰু তন মন সকলো শান্ত হৈ পৰিল 😊 । এই ভকতি মূলক আয়োজক সকলক কৰযোৰেৰে আন্তৰিক প্ৰণাম জনাইছোঁ । 🌺🌺🌺❤️🌺❤️🌺❤️🌺❤️❤️❤️❤️❤️❤️
Krishna
Good.morning
Borgit.xoni.bahut.val.laga
Bahut xuni val palu dei❤❤❤ki je omiya..xunile thakile xuni thakibo mon jai
বৰগীত কেইজনা শুনি বহুত ভাল লাগিল।
কৃষ্ণ 🙏🙏🙏
❤❤❤
Krishna Krishna 🙏🙏🙏
কৃষ্ণ 🙏
Krishna krishna
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Nice. Beautiful song ❤
❤🙏🙏🙏
বৰ শুৱলা হৈছে আটাইকেইটা বৰগীত।
He gururo guru param gurudev aponak kouti kouti bar pronam,amar asamiya jatitok ki Amrit moy shargiya bargeet prodan karile🙏🙏🙏👏👏👏🙏🙏🙏
Ati madhur
Borgeet kaijana chraban kori bhokoti bhab hedoyat udit hoisa . Krishna !
Provua hakaluka kripa karak,krishna krishna.
Bargeet..madhuraro.sumadhur.
Aamar Moha purux Sri sri Sri Sri Sri Sri MAadhob Deb Birochito BorGeet :RAamo Guxai Koruhu Guhaee ;zkontho;Onti ,Zubeen Garg
Mon porokha geet dei vaal lagise
নমস্কাৰ গ্ৰহণ কৰিব, পুৱা তে আপোনাৰ এই ভক্তি মূলক বৰগীত শুনিবলৈ পাই মই খুব ভাল পাও সেয়ে আপুনি গাই যাওক চোন,,,,
Krishna ,geet jona asuari geetr logot
Mile krishnak akanto mone parthona korise
C and d and I dlfellkhd and I dlfellkhd and I dlfellkhd and I dlfellkhd and I dlfellkhd and I dlfellkhd and I dlfellkhd and I dlfellkhd
C and d and I dlfellkhd and I dlfellkhd and I dlfellkhd and I dlfellkhd and I dlfellkhd and I dlfellkhd and drug administration and I dlfellkhd and I dlfellkhd and I dlfellkhd and I dlfellkhd and I dlfellkhd
🙏🙏🙏