বেন উপাখ্যান পৃথু অৱতাৰ | সদৌ অসম ভাওনা প্ৰতিযোগিতা, শলগুৰি | Vauna Competition 2023
Vložit
- čas přidán 13. 01. 2023
- বেন উপাখ্যান পৃথু অৱতাৰ | সদৌ অসম ভাওনা প্ৰতিযোগিতা, শলগুৰি | Vauna Competition 2023
ওমকাৰ নাট্যগোষ্ঠী, শলগুৰিৰ উদ্যোগত আয়োজিত সদৌ অসম ভাওনা প্ৰতিযোগিতা, ২০২৩ ত "নৱৰংগ নাট্যগোষ্ঠী, তিনিচুকীয়া"ৰ দ্বাৰা পৰিবেশিত "বেন উপাখ্যান পৃথু অৱতাৰ" ভাওনাভাগী আপোনালোকলৈ আগবঢ়ালোঁ। আশাকৰোঁ আপোনালোকে ভাল পাব।
দলটিয়ে শ্ৰেষ্ঠ দোহাৰৰ বঁটা পাবলৈ সক্ষম হয়।
আপোনালোকৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: ৬০০৩৫৮২৯৫১
Cover Topic:
বেন উপাখ্যান পৃথু অৱতাৰ
Vauna video
vauna
vaona
Bhauna
Bhauna video
Vauna competition
Sologuri vauna competition
vauna assamese
bhauna assamese
Bhaona
vawna
bhaona assamese
assamese vauna
Assamese bhauna
Vauna probekh
Bhauna probekh
assamese culture
vauna 2022
অসমীয়া ভাওনা
ভাওনা
assamese bhawna
Assamese vaona 2023
Vauna competition 2023
Ben upakhyan prithu avatar
#vauna
#bhauna
#vaona
Follow my FB Page : / pmb-mix-10411478237087 - Zábava
বহুত ভাল লাগিল সকলোলৈকে আন্তৰিক অভিনন্দন জনাইছো।
আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকীল
Hundar akdom mon tripti palu sai bhut vall lagil
ধন্যবাদ সকলো লৈকে ❤❤❤❤❤❤❤❤❤❤❤
কৃষ্ণ কৃষ্ণ ধন্যবাদ সুন্দৰ অতি সুন্দৰ লাগিল কৃষ্ণ কৃষ্ণ বহুত বহুত ভাল পালে কৃষ্ণ সেৱা নিবেদিলে প্ৰাভু ঈশ্বৰ কৃষ্ণ
All is good love form Tamilnadu 🙏🙏🙏🙏
সুন্দৰ ভাওনা
Thinkyou dai moi mane ai vauna khanart rudra loisu
Vawona vaag sai sokupani ulai gol bohut hundor ovinoy
Xsaii bhut vlll lgil saii
Bhut dhniya ❤❤❤
সকলোৰে ovinoi অতি সুন্দৰ হৈছে. Bayan voice oti sweet.
Thankyou
Bahut bhal lagil
Bhagwan bishnu val lagil
অনুগ্ৰহ কৰি ধুন্ধকাৰী উপাখ্যান ভাওনা ভাগ দিবচোন।
মই সেইদিনা নাছিলো.. ক্ষমা কৰিব
@@PMBMix অ' একো নাই দিয়ক😊
Nice 💏💏💏💏💏💏💏💏💏💏
Maja voice
কৃষ্ণ ।বৰ সুন্দৰ
All actor and actress are very nice.
সচাঁকৈ বহুট ভাল লাগিল আৰু নতুন নতুন ভাওনা দিব চুন
নিশ্চয় চেষ্টা কৰিম
Nice❤
❤❤nice
ধন্যবাদ দেই
Ae khon natot
Ajuidhyar henapotik Mohi pal lok dekha naplu kio.....mur bekhekh proiyojon asil....konue muk hy seen tur link dibo paribo neki bahut val pam
এইখন নাটত নাই
❤❤❤❤😮😮😮
Pdf দিব
ᴮᵒʰᵘᵗ ᵈʰᵘⁿⁱᵃ ʰᵒⁱˢᵉ ᵛᵃᵘⁿᵃ ᵏʰᵒⁿ . ᵃʳᵘ ᵐᵒⁱ ᵃᵖᵘⁿˡᵘᵏʳ ᶜʰᵃⁿⁿᵉˡ ᵗᵘᵏ ᵗʰᵃⁿᵏˢ
Apunalukor channel Bohut bohut thanks.
আৰ্শীবাদ কৰিব সদায়...
pdf পাম নেকি
চাব লাগিব... থাকিলে দিম বাৰু
Pdf পালো... লাগিলে জনাব
Pdf pam neki
Bisaribo lagibo
কোন নাট্য গোষ্ঠী হয় অৰুণ দয় সাংস্কৃতিক গোষ্ঠী নেকি
নৱৰংগ নাট্যগোষ্ঠী, তিনিচুকীয়া
আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকীল
আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকীল
আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকীল