যি কাম চৰকাৰে কৰিব লাগিছিল কাৰণ তেওঁলোকে জাতি ভেটি মাটিৰ কথা কৈ চৰকাৰ বনাইছে কিন্তু যি ধৰণে বীৰ লাচিত সেনাৰ সদস্য সকলে নিজ স্বাৰ্থ ভাবে অসমীয়াৰ হৈ মাত মতিছে ধন্যবাদ তেওঁলোকক।
হয় ঠিকেই কৈছে আপুনি czcams.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html
চৰকাৰ বিদেশী ৰ গোলাম ভোটৰ বাহিৰে একো চিনি নাপায় সিহঁতে। Election আহিলে জাতি মাটিৰ কথা কব সিহঁতে অলপ মানো লাজ নালাগে সিহঁতৰ।
খুউব ভাল পদক্ষেপ। ধন্যবাদ বীৰ লাচিত সেনা অসম❤️
বীৰ লাচিত সেনা ধন্যবাদ জনালো। গুৱাহাটীত হিন্দী ভাষীৰ দপদপনি বহু বাঢ়িছে।
বি লাচিত সেনা জিন্দাবাদ (ভাল কাম কৰি আছে)
অসমৰ,বীৰ লাচিত সেনাসকললৈ ধন্যবাদ জনাইছো,,,জয় আই অসম,,,🙏
বীৰ লাচিত সেনা জিন্দাবাদ জয় আই অসম ❤️🥰🥰👍👍
আমাৰ অতি সন্মানীয় অসমীয়া মাহজাতীয় ৰ গৌৰবৰ মহান সংগঠন "বীৰ লাচিত সেনা" ৰ দ্বাৰা লোৱা সময়োপযোগী, বলিষ্ঠ পদক্ষেপ, ভূমিকাত মই শ্ৰী প্ৰদীপ খাউণ্ড অতি সুখী তথা আনন্দিত!! অদূৰ ভৱিষ্যতে ৰাজ্য খনিৰ ৰাইজৰ চকুৰ আৰঁত বহু এনেধৰনৰ অমানবীয় কাৰ্য্য নঘটা নহয়, ৰাজ্য খনৰ ভিতৰুৱা আঞ্চল সমূহত বাৰিষাৰ পিছতেই অসমীয়া ভাষা সাহিত্য, সংস্কৃতিক ভাল পোৱা লোক সকলৰ সহযোগত "বীৰ লাচিত সেনা" ৰ শাখা সমিতি /উপ সমিতি আদি গঠন কৰিলে বহু সুচল ও সুবিধা হব বুলি ভাবোঁ !! প্ৰদীপ খাউণ্ড, পাভৈ ___জয় আই অসম !
তেওঁ ইংৰাজী ভাষা কৈ জিকিম বুলি ভাবিছিল,
Please don't give any chance to these type of people,
weldon,
You also reacted equally.
Assamese language at koi horuwa hoi besi proud feel korilu hoi after all 200yrs British a di juwa language na English tu ....my whole education in English bt assamese at kotha koi besi rich rich feel hoi ...that totally my view only
অসমীয়া কিছুমান ব্যৱহাত এনে বহুত আছে ,দৰমাহ ৰখাই থয় ,বহুত অশান্তি কাম কৰে অসমীয়া লৰায়ে ,তাতো অলপ চকু দিলে ভাল হয় 🙏
অসমত অসমীয়া ভাষাত কথা কবলৈ বাধ্য কৰাওক। অসমীয়া জানে যদিও কব ইচ্ছা নকৰে। কলিকতাত কি যি ঠাইৰে মানুহ নহওক কিয় বাংলা ভাষা কবলৈ বাধ্য।
অ এনেকৈ ইংলিচ মাৰিলে ইংলিচতে জবাব
দিব পাৰিব লাগে ।
Very good job u r doing B. L. Sena. It's a common problem now a days in all around the assam.
বীৰ লাচিতৰ পদক্ষেপত একমত ❤️
বীৰ লাচিত সেনা জিন্দাবাদ...👍👍👍
Well done brothers.....these are common nowadays....only due to raising no voice...if the person is physically or mentally not fit why did they appoint him...does a mentally or physically unfit person has abilities to provide service....i strongly believe the authorities of that hotel are actually mentally unfit to run such a business rather than the poor employee
Excellent work by entire team
Lots of respect !!
excellent work by Veer Lachit Sena
অতি গুৰুত্বপূৰ্ণ বিষয় বিৰ লাচিত সেনা য়ে ভাল আৰু বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে ধন্যবাদ জয় আই অসম
জয় আই অসম ❤️
Well done bro
Keep it up..we need such typ of youth for our new generation.whose are completely different.. Bir Lachit Xena Long Live.
জয় আই অসম❤️
Bir lachit xena zindabad.Joi aai axom
Bohut hundor,,,,
সকলো ওলাই আহি লাচিত সেনাত যোগ দিব লাগে৷ কাৰণ আজিলে এনেকুৱা এটা সংগঠন দেখা নাই যি কেৱল অসমীয়াক সহায় কৰি গৈছে৷ আছে কেৱল লাচিত সেনা৷
ধন্যবাদ বীৰ লাচিত সেনা। সুন্দৰ পদক্ষেপ।
বীৰ লাচিত সেনা জিন্দাবাদ ।
সুন্দৰ প্ৰদক্ষেপ,জয় আই অসম।
Excellent work 👍🏼
সুন্দৰ পদক্ষেপ |
Jai ai Akhom👍👍👍
বহুত ভাল কৰিছে
সুন্দৰ পদক্ষেপ, বীৰ লাচিত সেনা জিনদাবাদ ।
We support Veer lachit sena 🙏
সৎকৰ্ম্মৰ নিদৰ্শন 👍
Good job. Beer Lachit Sena Zindabad.
ধন্যবাদ জনাইছোঁ বীৰ লাচিত সেনা অসম,,,
Thank you very much Bro. Well done. Good job. Bir Lachit Sena Longi live.
Jay I axom ❤️❤️❤️I love veer lashit hena 🙏🙏🙏 dhuniya
অনা অসমীয়া দাদা গিৰি no concider জয় আই অসম 👍👍👍
সুন্দৰ পদক্ষেপ
মজা ❤ জয় বীৰ লাচিত সেনা❤
👍🏽 ধন্যবাদ বীৰ লাচিত সেনা ভাল কৰিছে👍🏽👍🏽👍🏽
Excellent Work ...
Keep up the good work..
Joi Aai Axom ...
Bir lachit sena jindabad. Very gud. Keep it up
Good job veer Lasit hena🙏🙏🙏
জয় আই অসম
ভাল লাগিল।
ধন্যবাদ বীৰ লাচিত সেনা
আমাৰ অসম আমাৰ অসমীয়া তাহাঁতক শুকাই দিবৰ হল, বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে
Let them speak in Assamese.
Lachit Xena jindabad. I . Like it.
Dada bht Val Kam korise apuna like
Outstanding job 👌 I proud of you Jay lakshit khena ...Jay aai Assam
Joi Bir Lachit Sena 👍👍
বিৰ লাচিত সেনা অসমে সুন্দৰ প্ৰদক্ষেপ লৈছে
Jai aai Axom, jai bir lasit khena.
Good job Veer lachit Xena ❤️
I support you sir joi ai axom
100% right....joi aai asom..
জয় আই অসম !👌👌👌
বীৰ লাচিত সেনা jindabad
জয় আই অসম
Asomiya jati basi thakibo akmatro bir lachit senar karone..❤️❤️❤️❤️❤️❤️❤️ from my heart lachit sena zindabad🙏
Well done bro......jai aai assam
ভাল কাম কৰি আছে দেই। আগবাঢ়ি যাওক।
ইংলিছ কোবাৰ প্ৰতিযোগিতা চলিব লাগে নে লপা ঠপা চৰ গুৰ ঘোচা চলিব লাগে। তেতিয়াহে জয় লাচিত বিৰ সেনা।
ধন্যবাদ লাচিত সেনা
বীৰ লাচিত সেনা জিন্দাবাদ... জয় আই অসম
We proud of you sir 🙏
Excellent brother ...salute bir lachit hena
অতি সুন্দৰ
Good job
Well done and keep it up...
Great well done 👍🏼
Suport..koru.Bir..lachit..hena..jindabad
val kam korise bir lachit henai...oxomot oxomiyak nirapotta di bhut bhut val kam korise..karon apuni aan state ot jauk amar oxomiyar nisina jaati nai ji nijor thaite safe nhoi....BIR LACHIT SENA ZINDA BAD🔥🔥
জয় বীৰ লাচিত সেনা. জয় আই অসম
Thanks brother.
Good.
Bir lachit sena zindabaad jai aai axom👍👍👍👍👍👍
বীৰ লাচিত সেনা জিন্দাবাদ
Yes, well done 👍👍👍
বীৰ লাচিত সেনা জয় হো 🤘
Good 👍
Good job বীৰ লাচিত সেনা
Bhal Lagil Video tu Sai
Jai aai asom ,jai lachit sena.
good 🙏🙏🙏 anekai kaba lage ❤❤👌🏼👌🏼👌🏼👌🏼👌🏼
Great work Lashit sena
Ati sundor Podokhep loiche Bir lachit sena
Great.....
good job bro....
বহুত ভাল কৰিলে
এনে ধৰণৰ পদক্ষেপ ললে বীৰ লাচিত সেনা আৰু বহুত আগুৱাই যাব।জয় আই অসম।✊✊✊