কেৰাচিন তেলৰ চাকিলৈ পঢ়া যুৱকজনে আমেৰিকাত চাকৰি পালে কেনেকৈ || EP- 2 || kamal nath ||

Sdílet
Vložit
  • čas přidán 7. 09. 2024
  • কেৰাচিন তেলৰ চাকিলৈ পঢ়া যুৱকজনে আমেৰিকাত চাকৰি পালে কেনেকৈ

Komentáře • 60

  • @Mmdsmemories
    @Mmdsmemories Před 6 měsíci +12

    সঁচাকৈয়ে বহুত আদৰ্শৱান ব্যক্তি। ইমান অমায়িক ভাবে সকলোখিনি কৈ গল। মানুহ জন্মৰ পৰা বহুখিনি শিকিবলগীয়া আছে। তেখেতৰ কথাখিনিৰ পৰা বহুত উপকৃত হলো। ভগৱানৰ কৃপা তেওঁলোকৰ ওপৰত সদায় থাকেযেন।

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l Před 6 měsíci +6

    সু সন্তান। ঈশ্বৰে মঙ্গল কৰক। সকলো সন্তান তোমাৰ দৰে সৎ হ ওক।

  • @BD12348
    @BD12348 Před 6 měsíci +6

    বহুত এনেকুৱা অনুপ্ৰেয়নাদায়ক বাৰ্তালাপ চাইছোঁ কিন্তু এইটো বাৰ্তালাপ ব্যতিক্ৰম।ব্যতিক্ৰম এইবাবেই যে ব্যক্তি জনেই ব্যতিক্ৰম।এজন সঁচা অৰ্থত জ্ঞানী ব্যক্তি।আপোনাৰ দৰেই হব বিচাৰো।আপুনি ভালে থাকক।

  • @dipanjaliboruah3005
    @dipanjaliboruah3005 Před 6 měsíci +1

    ধুনীয়া কথাৰে এটা ধুনীয়া অনুষ্ঠান ।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Před 6 měsíci +6

    সুন্দৰ ইন্টাৰভিউ।

  • @renusaikia2749
    @renusaikia2749 Před 5 měsíci +1

    বৰ ভাল লাগিল , এনেকুৱা সন্তান ভগৱান ৰ দান , সদায় সুখেৰে থাকক

  • @NNG-SINGER
    @NNG-SINGER Před 6 měsíci +5

    বহুত সঁচা কথা কৈছে ।বৰ ভাল লাগিল ।

  • @styledreamsk9886
    @styledreamsk9886 Před 6 měsíci +4

    ভাল লাগিল তোমাৰ কথা বিলাক শুনি

  • @tulshigogoi7019
    @tulshigogoi7019 Před 6 měsíci +2

    Really you are good telling brother. You are a great👍 devotee of Lord🙏 Krishna. Thanku..

  • @minakshiphukan6503
    @minakshiphukan6503 Před 6 měsíci +3

    বৰ ভাল লাগিল।

  • @Beautiofmylife
    @Beautiofmylife Před 6 měsíci +7

    An Ideal person,God bless you.

  • @gayatriborgohain8748
    @gayatriborgohain8748 Před 6 měsíci +3

    দ্বিতীয় জন ৰুবুল মাউট যেন লাগিল। তেখেতৰ জীৱনী টো কিতাপ আকাৰে পালে ভাল পাম।

  • @phuleswarrzbnc8003
    @phuleswarrzbnc8003 Před 6 měsíci +3

    সুন্দৰ

  • @rambalram2610
    @rambalram2610 Před 6 měsíci +2

    14:10 তেখেতে কৈছে Govt has no business to be in business.. অৰ্থাৎ চৰকাৰৰ কোনো ব্যবাসাই বা কোনো ধৰণৰ থিকা থুকলি চলোৱাৰ কাম নাই... কেৱল মাত্ৰ স্বাস্থ্য, শিক্ষাৰ উপৰত গুৰুত্ব আৰোপ কৰিব লাগে.. বাকী সকলো প্ৰাইভেট হৈ যোৱা উচিত। হয় তেখেতে ১০০% শুদ্ধ কথাই কৈছে। উন্নত দেশ বোৰত চৰকাৰী বিভাগ একেবাৰে নূন্যতম... কিন্তু আমাৰ ইয়াত কি চাবা ?? গড়কাপ্তানী (PWD), সমাজ কল্যাণ, গ্ৰাম্য উন্নয়ন, বান নিয়ন্ত্ৰণ, irrigation, সংস্কৃতিক, ৰেচম, বন, কৃষি ইত্যাদি বহু বিভাগ। এই বিভাগ বিলাকত থিকাদৰৰ লগত মিলি খালি দিনে নিশাই চুৰ কৰা, ঘূচ খোৱাৰ এটা চিষ্টেম বনাই লৈছ.. চাব চূণ ইঞ্জিন য়াৰ কীটা কোটি পতি, ACS officer কেইটা কোটি পতি.. চুৰ নকৰিলে কত পাই কোটি কোটি টকা 🤔🤔🤔 আপুনি মাত্ৰ এবাৰ ভাবী চাওক, গোটেই ভাৰত বৰ্ষত কেন্দ্ৰ আৰু ৰাজ্য মিলি ১ লাখ চৰকাৰী কৰ্মচাৰীয়ে ১ কোটি কৈ টকা প্ৰতি বছৰি চুৰ কৰে... তেনেহলে ১ লাখ কোটি টকা ৰাজ ভঁৰালৰ প্ৰতি বছৰে নোহোৱা হৈ জাই... এই বিলাক ৰাইজে কৰ দি ৰাজ ভঁৰালত জমা কৰা টকাহে কাৰো বাপেকৰ ঘৰৰ টকা নহয়...!!! কথা কিন্তু কওঁতে বহুত কয় যেনে - না খাওঁগা না খানে দুংগা, পিছে কথা কথাতে ৰয় আৰু এই চৰকাৰী চুৰ বোৰ দিন দুগুনী ৰাত চগুনি ৰ হাৰত পইচা মাৰি সম্পতিৰ পাহাৰ গঢ়ে। এই চুৰ হোৱা টকাৰে কিছুসংখ্যক যুৱক ক নিযুক্তি বা কিছু সংখ্যক বৃদ্ধ লোকক পেঞ্চন আদি দিব পৰা যায়। কিন্তু সেইয়া নকৰে কেৱল বছৰি বছৰি চৰকাৰী চাকৰিৰ নামত চৰকাৰী চুৰ সৃষ্টি কৰি আহিছে....🙂🙂🙂 ৰাইজৰ ও ভুল ৰাইজ কুম্ভ কুৰ্ণ নিদ্ৰাত... কেতিয়াও প্ৰশ্ন নকৰে.. অতাইত কৈ ডাঙৰ গভাইত চুৰ কিতাকে ভোট দি আকৌ দিশপুৰলৈ পঠিয়াই। গতিকে ৰাইজ ও সমানে জগৰীয়া। ৰাইজ কণা হোৱা বাবেই যোগে যোগে পতান দি আহিছে কণা হাঁহক পটান দিয়াৰ দৰে...🙏🙏🙏 গতিকে টোপনিৰ পৰা সাৰ পাওক আৰু এই কাম বোৰ চকু দিয়ক। 🙏🙏

    • @RanjitDeka-n5e
      @RanjitDeka-n5e Před měsícem

      Apuni bohut val kotha koise. Thank you.

    • @rambalram2610
      @rambalram2610 Před měsícem

      ​@@RanjitDeka-n5e আমাৰ ইমান বোৰ বিয়াগুম বিয়াগুম বিভাগ থকাৰ পিছতো গুৱাহাটীৰ নলাত পৰি কণমানি লৰাৰ মৃত্যু হয়...😢😢😢 সেইটোৱেই আমাৰ ব্যবস্থা...😮😮😮😮 খালি টকা মৰা, পইচা মৰা, পেট পোহা, পকেত ভৰোৱা তাতেই ব্যস্ত.... কথা কিন্তু হিমালয়ত কৈও ওখ...😮😮 দক্ষ দক্ষ বুলি এজনৰ বিশয়ে চিঞৰি চিঞৰি কান পকাই দিলে অসমৰ মানুহৰ... কাৰ্য্যত ফুটোকাৰ ফেন.....😮😮😮😮

  • @khagenburagohain2357
    @khagenburagohain2357 Před 4 měsíci

    সাক্ষাৎকাৰ ভাল লাগিল , নব প্ৰজন্মৰ বাবে এক উল্লেখযোগ্য টিপছ বুলি ভাবো। মনৰ একাগ্ৰতা আৰু চেষ্টা থাকিলে সঁচাই উন্নতিৰ জখলাত উঠিব পাৰে আৰু ভগৱন্তই ও লগ দিয়ে ইত্যাদি।❤👍

  • @user-mv1uw4pv7e
    @user-mv1uw4pv7e Před 5 měsíci

    বহুত ভাল লাগিল ধন্যবাদ সকলো সন্তান সৎওআদশবান হওঁক ❤

  • @user-uz8im6ry2x
    @user-uz8im6ry2x Před 6 měsíci

    তোমাৰ পঢ়া জীৱনৰ কথা শুনি ভাল লাগিল। তোমাৰ জীৱন তো শঙৰদএৱলঐমনত পৰে।

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před 6 měsíci +1

    সচা আদৰ্শ বান ব্যক্তি ভাল লাগিল

  • @Danirojasfc6
    @Danirojasfc6 Před 6 měsíci +3

    সুন্দৰ।
    অতি সুন্দৰ। 👏👏👏

  • @rinadekabarman
    @rinadekabarman Před 4 měsíci

    Xosakoi bohut val lagil
    Anekua xu putro xokolue maak deutake paukjen Iman dukhiyar pora dhoni hol nijoke sangram kori. Americat thaku ghor mati kina xohoj kitha nohoi. Tothapiu je maak deutakok ghor bpnai dise manibo lagbo.Maak deutakok xeua kora xokolue putroi Anekua xundor jeevan otibahit hobo aru unnoti koribo paribo. Apunak bohut dhanyawad bohutu uthi aha notun projinnmoi kisuman val kitha xikile apunak pora. Apunar aru unnoti hobo . Apunalukor poriyalor xojolu xodoishyoke Bhagawane mongol koron Dhanyawax

  • @TridipDoley-ro3rr
    @TridipDoley-ro3rr Před 6 měsíci +2

    A great man❤ !

  • @AmalBasumatari-bm7fo
    @AmalBasumatari-bm7fo Před 3 měsíci

    Good .

  • @sachinhajong6838
    @sachinhajong6838 Před 6 měsíci +1

    very very good suggestion and after hard works " The Life is Successful"

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 Před 4 měsíci

    God bless You.

  • @nabajyotiray931
    @nabajyotiray931 Před 4 měsíci

    ভাল লাগিল।

  • @SpaceIsAwesome035
    @SpaceIsAwesome035 Před 6 měsíci

    2nd part tu sai bor bhal lagil dai .

  • @subarnagogoi9401
    @subarnagogoi9401 Před 6 měsíci

    Bohut val lagil

  • @bijoydeka9134
    @bijoydeka9134 Před 4 měsíci

    Dadar nisi nakoi amio parhisilu. Kintu kuno target nasil. Anusthan tu sai val lagil

  • @user-sz7dh6tm3u
    @user-sz7dh6tm3u Před 6 měsíci

    Good welcome

  • @sanadkumarbora9769
    @sanadkumarbora9769 Před 6 měsíci

    Dadajonor kothabur val lagil...ji homoi t donkey process t America t migration koribo bisarise...hai homoit apuni ata American t val job position pai u punor assam t ahi investment koribo bisarise...great inspiration ❣️

  • @atiramtayeng3833
    @atiramtayeng3833 Před 6 měsíci

    সুন্দৰ

  • @PhatijKaman-wt2qz
    @PhatijKaman-wt2qz Před 6 měsíci

    বৰ ভাল লাগি ল

  • @barnalibora7974
    @barnalibora7974 Před 6 měsíci

    Nbohut val lora.aguu jua

  • @ChakradharSaud-qq1rj
    @ChakradharSaud-qq1rj Před 6 měsíci +3

    Good interview.

  • @utpalsaikia8359
    @utpalsaikia8359 Před 6 měsíci +5

    Good motivation

  • @manjuchangkakati3194
    @manjuchangkakati3194 Před 4 měsíci

    ❤❤❤

  • @gautamgogoi6460
    @gautamgogoi6460 Před 6 měsíci

    Bohut intelligent manuh

  • @KusumBora-gh5cq
    @KusumBora-gh5cq Před 4 měsíci

    Thankyou

  • @user-xg6vm3wx6t
    @user-xg6vm3wx6t Před 6 měsíci

    Very good.

  • @tingkukuli6502
    @tingkukuli6502 Před 6 měsíci

    Moja

  • @KusumBora-gh5cq
    @KusumBora-gh5cq Před 4 měsíci

    Good

  • @tulshigogoi7019
    @tulshigogoi7019 Před 6 měsíci

    Happy family's lucky son.

  • @pranitakeleng8056
    @pranitakeleng8056 Před 6 měsíci

    Bahut huvesya thakil.

  • @Anamikaborah448
    @Anamikaborah448 Před 6 měsíci +1

    সু সন্তান। সদাই ভালে থাকক

  • @nnloveu294
    @nnloveu294 Před 6 měsíci +1

    Dada apuni aru aguai jaok ami dowa korim

  • @user-jx2te3bm6r
    @user-jx2te3bm6r Před 4 měsíci

    শুনি ভাল লাগিল কিন্তু মাক দেউতাক চিনাকি কৰি দিলে ভাল হয়।

  • @suradhrabha7216
    @suradhrabha7216 Před 6 měsíci +1

    Moja val Lagil, kintu follow to Jesus, request no order

  • @barnalibora7974
    @barnalibora7974 Před 6 měsíci

    Buji pua lora val lga agui jawk.utubt volg banab para dakhun.njna kotha janib parib notun pojonmoi.plz plz dada baw.anakoi dakha pam baru

  • @krishnaramnath-ys8sz
    @krishnaramnath-ys8sz Před 6 měsíci

    Nath bor vl lagil sasai uthe aha projonmak asar btora dila phon ñumber dibasun moi majulir nath

  • @manashphukon1794
    @manashphukon1794 Před 6 měsíci

    কথা খিনি ভাল লাগিল। কিন্তু, শেষৰ কথা খিনি বেয়া লাগিল। (মানুহ বেয়া কাম কৰিও বিখ্যাত হব পাৰে আৰু ভাল কাম কৰিও বিখ্যাত হব পাৰে।)

  • @ParvazAkhtar-mx3is
    @ParvazAkhtar-mx3is Před 6 měsíci

    I will go America
    I have strong dream.

  • @user-uq1kv1tf9i
    @user-uq1kv1tf9i Před 6 měsíci

    ami junaki poruah batalt vorai pohisilu

  • @ArunRajkuwar-yp2qn
    @ArunRajkuwar-yp2qn Před 6 měsíci

    বহুত সময় কথা পাতিলে কিন্ত তেখেতৰ পৰিচয়টোকে কৰাই নিদিলে।

  • @PhatijKaman-wt2qz
    @PhatijKaman-wt2qz Před 6 měsíci

    আজিকালি কেৰাচিন পাবলৈ নাই

  • @nitaidebnath7242
    @nitaidebnath7242 Před 6 měsíci

    Ebu kotakoblageni,

  • @krishnaramnath-ys8sz
    @krishnaramnath-ys8sz Před 6 měsíci

    Dhoino bad tomar phon number to di ba

  • @LovelyCabin-cs5se
    @LovelyCabin-cs5se Před 6 měsíci

    Bohut val lagil