Majuli||Cilakola||namghar||Bhagawat||pranjit Gogoi

Sdílet
Vložit
  • čas přidán 7. 09. 2024
  • #pranjitgogoi #ভাগৱতপাঠ #cilakolanamghar#majuli
    অনুষ্ঠানৰ স্থান : মাজুলী চিলাকলা নামঘৰ ।
    ‪@জ্যোতিময়Jyotimoy‬
    প্ৰাণজিৎ গগৈ, খনামুখ , শিৱসাগৰ ।

Komentáře • 278

  • @dipakdoley6968
    @dipakdoley6968 Před 2 lety +9

    কৃষ্ণ কৃপালো বাপ ধন্য ধন্য আমাৰ মনৰ মলি অহংকাৰ দুৰ কৰিলা।

  • @rahulgogoi8589
    @rahulgogoi8589 Před rokem +2

    কৃষ্ণ কৃষ্ণ প্ৰভু সমস্ত আমাৰ ভক্তিভৰা সেৱা গ্ৰহণ কৰিব।

  • @bimaladas7604
    @bimaladas7604 Před rokem +3

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ভগৱন্তই সবাকো কৃপা কৰে যেন আৰু লগতে আপোনাৰ সব এনে ধৰণে সমাজ খন আগুৱাই নিব আশা ৰাখিলোঁ আৰু আপোনাসবকো যেন প্ৰভু ভগৱন্তই কৃপা কৰে এয়া ঈশ্বৰ ৰ ওচৰত প্ৰাৰ্থনা

  • @bhogramnath6500
    @bhogramnath6500 Před 2 lety +10

    কৃষ্ণ বাপ আমাৰ সহস্ৰ সেৱা গ্ৰহণ কৰিব । আপোনাৰ পদ্ম মুখে ভাগৱত শ্ৰৱণ কৰিলোঁ । ভাল লাগিলে । নামঘৰত উপস্থিত ভাগৱত মূৰ্তি বাপ আই সকলক সেৱা জনালোঁ ।

  • @dinagogoi1013
    @dinagogoi1013 Před 2 lety +3

    কৃষ্ণ কৃষ্ণ প্রভূ সেৱা এভাগ জনালোঁ।

  • @Miduldutta
    @Miduldutta Před 2 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ এই ধৰ্ম গ্যানে বহুত কিবাকিবি দিছে প্ৰভু, কেৱল সেইয়া মইহে অনুভৱ কৰিছো, আপোনাৰ চৰণত সেঁৱাৰ জনালো প্ৰভু ,,,, , কৃষ্ণ কৃষ্ণ হৰি হৰি

  • @kirshnasaikia9856
    @kirshnasaikia9856 Před 2 lety +5

    কৃষ্ণ কৃষ্ণ বাপ জনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনাইছোঁ মাজুলী ৰ পৰা

  • @asomiaasom6008
    @asomiaasom6008 Před rokem +2

    🙏 বহুত ভাল লাগিল । কৃষ্ণ । প্ৰথম সত্ৰ প্ৰতিস্থাপক সত্ৰৰ জনক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ দেৱদামোদৰ দেৱ,আদি গুৰু মহাপুৰুষ হৰিদেৱ ,ভট্টদেৱক বাদ দি অসমৰ বৈষ্ণৱ ধৰ্মৰ পথাৰ খন আধৰুৱা ।হৰিদেৱ শংকৰদেৱ দামোদৰদেৱ মাধবদেৱ ভট্টদেৱৰ অৰিহনা অৱদানৰ আজিৰ বৈষ্ণৱ ধৰ্মৰ অসম ।হে বাপ অন্য দেৱক বিষ্ণু হৰি বুজি শ্যদ্ধা ভক্তি উপাসনা কৰিলে অপৰাধ ক'ত জনালে মোৰ ভুল ভাঙিব ।নিজ পিতৃ মাতৃক শ্ৰদ্ধা সেৱা কৰিলো বুলি অইন ব্যক্তিক শ্ৰদ্ধা সেৱা জনোৱাটো অপৰাধনে ?

  • @Akash_majuli
    @Akash_majuli Před 2 lety +13

    মাজুলী চিলাকলা গাঁৱৰ পৰাই মৰম দিলোঁ বাপ।জয় গুৰু শঙ্কৰ🙏

  • @entonideka8678
    @entonideka8678 Před rokem +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপুনাক প্ৰৰনাম জনাইচু কৃষ্ণ

  • @jayantachetia4488
    @jayantachetia4488 Před rokem +1

    কৃষ্ণ কৃষ্ণ প্রভু আপোনালৈ শতসহস্ৱ প্রণাম আগলৈ ভগৱন্তৰ ভক্তি বাণী আমাক শ্ৱবন কৰাবলৈ কৃপাময় হৰিয়ে
    কোশলে ৰাখক ধণ্যবাদ

  • @yzbituponpasoninewyzbitupo2250

    কৃষ্ণ কৃষ্ণ কৃষ্ণ Prabhu🙏🙏🙏

  • @miramazumder9815
    @miramazumder9815 Před 2 lety +6

    খুউব সুন্দৰ কথা কৈছে, যিখিনি আমি কোনোভাবেই উপলব্ধি কৰিব পৰা নাই !

  • @junumech653
    @junumech653 Před 2 lety +8

    কৃষ্ণ প্ৰভূ 🙏🙏বাপ ঈশ্বৰ প্ৰভূ চৰণ ভক্তি ভৰা সেৱা নিবেদিছো প্ৰভূ কৃষ্ণ দাখিৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ 🙏🙏বহুত বহুত সুন্দৰ মধুৰ সুৰত ভাগবত কঁথা শুনি কৃতকৃত হইছে প্ৰভূ কৃষ্ণ 🙏🙏কৃষ্ণ কৃষ্ণ

  • @jintidas6948
    @jintidas6948 Před 2 lety +5

    কৃষ্ণ কৃষ্ণ। বাপ জনাৰ চৰণত সেৱাহে জনালো।

  • @taralanath3876
    @taralanath3876 Před 2 lety +1

    Krishñs krishna provu pronam

  • @bitopanhazarika5903
    @bitopanhazarika5903 Před rokem +4

    কৃষ্ণ বাপ,প্ৰভু ভগৱন্তই আপোনাক সদায় এইদৰেই ভকতৰ মাজত থাকি হৰি নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ শক্তি প্ৰদান কৰে যেন,কৃষ্ণ।।

  • @Genus_gamer
    @Genus_gamer Před rokem +11

    ,,,,,বৰ মনোমোহা কন্ঠ নিগৰাইছে প্ৰভূজন।হৃদয় মন শাত পৰি যায়

  • @raniborahazarika6020
    @raniborahazarika6020 Před rokem +5

    আপোনা সব মহা মহন্ত বৈকুন্ঠ একান্ত সুদ্ধ সেৱক আপোনাৰ সব
    চৰণত ধৰি প্ৰভুৰ চৰণলৈ সেৱাহে জনাইছো
    🙏🙏🙏🙏

    • @pritidas2271
      @pritidas2271 Před rokem

      কৃষণ ৰাম🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @guneswarpadiguneswarpadi8995

    কৃষ্ণ বাপ আপোনাৰ লগতে সকলো বাপ আই সমস্তৰ সভাৰে চৰণত সশ্ৰদ্ধ
    প্ৰণিপাত জনালোঁ ।
    কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম

  • @chinmaydeka2984
    @chinmaydeka2984 Před rokem +2

    প্ৰভু ভগৱন্তই আৰু সুমটি প্ৰদান কৰক এনেদৰে গুৰু বাক্য বিলোৱাত....কৃষ্ণ

  • @surashreemazumdar2219
    @surashreemazumdar2219 Před 2 lety +6

    কৃষ্ণ কৃষ্ণ 🙏বাপ আপোনাৰ ভাগৱত পাঠ শুনি বৰ ভাল লাগিল 🙏🙏

  • @dibyagogoi1473
    @dibyagogoi1473 Před rokem +1

    Hundor byakhhya agborhle bap.dhonyabad krishna krishna.

  • @abmonty7274
    @abmonty7274 Před 2 lety +6

    প্ৰণাম 🙏🙏🙏প্ৰভুজনা । সমস্তজন ভকতৰ চৰণত সেৱা👋👋👋 জনালো কৃষ্ণকৃষ্ণ কৃষ্ণ
    অঞ্জলি দাস

  • @pranjalgogoi3904
    @pranjalgogoi3904 Před rokem +1

    ইমান সৰল ভাবে বুজনি দিলে মন জোৰ পৰি গ'ল। কৃষ্ণ কৃষ্ণ ৰাম ৰাম।

  • @daisyrabha2343
    @daisyrabha2343 Před 2 lety +4

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏

  • @kumudgayan1664
    @kumudgayan1664 Před rokem +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ঠাইত ঘূৰি পকি সেই ঠাইত কৃষ্ণ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা হিচাপে আপোনাৰ অমৃতময় ভাগৱত বাখ্যাৰ অনুষ্ঠানৰ প্ৰতিজন ভকত বৈষ্ণৱলৈ সবিনয়ে আন্তৰিক শ্ৰদ্ধা-ভকতি জনালো আৰু আপোনাৰো এই অমৃতময় তত্ত্ব ভক্ত বৈষ্ণৱলৈ কৃপা কৰাৰ বাবে ঈশ্বৰৰ চৰণত একান্ত ভক্তিৰে প্ৰাথনা ‌কৰিছো যাতে আগলৈ নিয়মিতভাৱে প্ৰকাশ কৰাই আমাক কৃষ্ণভক্তিৰ কৃপা বৰষাই অমৃতৰ মধু পান কৰাব বুলি ‌ভাৱো, সেয়ে ‌আপোনালৈ অজস্ৰ কৌটি সেৱা জনালো নিশ্চয় গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @robinborah5848
    @robinborah5848 Před 2 lety +5

    Best of best explain krishna bapp P gogoi

  • @purnimabharali457
    @purnimabharali457 Před rokem +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ উপস্থিত থকা ভক্ত প্ৰাণ ৰাইজৰ লৈ সহস্ৰ সেৱা জনাইছোঁ 🙏🙏🙏

  • @birajimedhi7236
    @birajimedhi7236 Před rokem +1

    Bahut. Bhal lagil bup krishna 🙏🙏🙏I🙏🙏🙏🙏

  • @harensaikia204
    @harensaikia204 Před rokem +3

    Krishna baap.apunar saranat hewa jonaisu .🙏🙏🙏🙏

  • @rekhagogoi322
    @rekhagogoi322 Před 2 lety +6

    কৃষ্ণ কৃষ্ণ বাপ আপোনাসৱকে প্ৰমুখ্য কৰি সবাৰোটিৰে চৰণ পঙ্কজত আমি সেৱা নিবেদিছো ।

  • @Bidyut-k8i
    @Bidyut-k8i Před 2 lety +5

    বাপ ' আপূৰ্ব ' । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @kalpanadevi326
    @kalpanadevi326 Před rokem +1

    Baap, bahut val lagil. Krishna🙏🙏🙏🙏

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 Před 2 lety +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @sarumaiborah448
    @sarumaiborah448 Před 2 lety +5

    কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ। 🙏🙏🙏

  • @bontibora2479
    @bontibora2479 Před 2 lety +6

    আপুনি কৈ থাকক, আমি শুনি ,শুনি অমৃত পান কৰিবলৈ সুমতি ভগৱানে দিয়ক । অসীম ।

  • @malasaikia9389
    @malasaikia9389 Před rokem +1

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম জনালো 🙏🙏🙏

  • @jadabborgohain9403
    @jadabborgohain9403 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ

  • @r.saikia4335
    @r.saikia4335 Před 2 lety +3

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি |

  • @Request_motivation
    @Request_motivation Před 2 lety +2

    Krishna 🙏🙏🙏❤️ bappp Moi ovajone apunaxobor shoronot xhato kouti pronam jonaluuu bapp krishna ❤️

  • @pemanandahazarika5917
    @pemanandahazarika5917 Před 2 lety +5

    কৃষ্ণ হে বাপজনা তোমাক সেৱা যাচিচো

  • @jaminibaisya6364
    @jaminibaisya6364 Před 2 lety +4

    কৃষ্ণ কৃষ্ণ বাপ। বহুত ভাল লাগিছে। আপোনাৰ ভাগৱত শুনি

  • @Komal-hy7vj
    @Komal-hy7vj Před 2 lety +3

    Krishna antrat bahut Shanti paisu

  • @sabitriboruah4411
    @sabitriboruah4411 Před 2 lety +2

    🙏

  • @bipinboruah9954
    @bipinboruah9954 Před 2 lety +5

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼

  • @Komal-hy7vj
    @Komal-hy7vj Před 2 lety +2

    Krishna bahut Ananda palu

  • @asdfrewqrr6881
    @asdfrewqrr6881 Před rokem +1

    Oti. Sundor . .bakha..hoisa. Jadu..mahanta..kamarbandha..golaghatg.
    .. ..

  • @bhumitabora2496
    @bhumitabora2496 Před 2 lety +6

    🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏

  • @nagensonowal1617
    @nagensonowal1617 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ

  • @monalishadhekialphukan620

    বাসুদেৱ। ভক্তি ভৰা সেৱা জনালো, বাপজনক।

  • @robinborah7829
    @robinborah7829 Před 2 lety +10

    কৃষ্ণ কৃষ্ণ বাপ,
    বহুদিন মনত পুহি ৰখা আশা ভাগি পূৰণ হল | মাজুলী দৰে সু যাতায়তৰ ব্যৱস্থা নথকা স্থানত আহি নিৰন্তৰ ভগৱন্তৰ গুণানুকীৰ্তন কৰা বাবে গুৰুজন বস্তুৰ ওচৰত শত শত প্ৰণিপাত |
    ---- ৰবিন বৰা
    (মাজুলী)

  • @rinjugogoi4166
    @rinjugogoi4166 Před 2 lety +11

    কৃষ্ণ বাপ আপোনাৰ শীতল বানীয়ে হৃদয় হত পেলায় যয় কিন্তু উদ্ধৱ কোন সুদামা নেকি কোৱা হলে মোৰ শ্ৰদ্ধাৰ ভিক্ষা পালো হেতেন কৃষ্ণ কৃষ্ণ 🙏🙏

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 Před rokem

      কৃষ্ণ !
      সুদামা বা দামোদৰ বিপ্ৰ শ্ৰীকৃষ্ণৰ বাল্য বন্ধু, দুয়ো একেলগে তেওঁলোকৰ শিক্ষা গুৰু সন্দিপনী টোলত শিক্ষা গ্ৰহণ কৰিছিল। বলোৰামে ও একেলগে শিক্ষা গ্ৰহণ কৰিছিল।
      আনহাতে অক্ৰুৰ (কংসৰ সেনাপতি), বিদূৰ, উদ্ধৱ, (পাণ্ডৱৰ সকলো) অৰ্জুন, ভীষ্ম আদিয়ো কৃষ্ণৰ ভকত আছিল, তাৰ ভিতৰত উদ্ধৱেই পৰম ভকত আছিল। তেওঁলোকে কৃষ্ণক ভগৱান বুলি চিনি পাইছিল।

  • @nilavjyotigogoi2066
    @nilavjyotigogoi2066 Před 2 lety +5

    কৃষ্ণ কৃষ্ণ বাপ জনাৰ চৰণত সেৱা জনাইছো।

  • @minakshideka1470
    @minakshideka1470 Před 2 lety +5

    Krishna krishna ram ram

  • @dulumoniborah-hu9zk
    @dulumoniborah-hu9zk Před 7 měsíci

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই মাতৃ সকলৰ চৰন পকজত সেৱা নিবেদিলো

  • @akhilgogoi1869
    @akhilgogoi1869 Před 2 lety +1

    Krishna Krishna bhout bhal lagil. Krishna.

  • @rupanjaliboruah7760
    @rupanjaliboruah7760 Před 2 lety +2

    Thank you panjit pathokor baikha sjni

  • @siddiqueahmed8755
    @siddiqueahmed8755 Před 2 lety +4

    প্রনাম,, 🙏,, আপোনাৰ অতি মূল্যবান বক্তব্যৰ বাবে।

  • @mondiragogoi8048
    @mondiragogoi8048 Před 4 měsíci +1

    Krishno provu hotokuti pronam

  • @dipalibhuyan6520
    @dipalibhuyan6520 Před 2 lety +2

    🙏🙏🙏🙏🙏🙏

  • @gogoi2499
    @gogoi2499 Před 2 lety +3

    Krishna Provo 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @abhigyanborahanuhazarika167

    Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @kartikdeka4172
    @kartikdeka4172 Před rokem +2

    Krishna 🙏🙏🙏

  • @Manash.comedy
    @Manash.comedy Před 2 lety +5

    সুন্দৰ বহুত ভাল লাগিল

  • @brojenkhargharia15
    @brojenkhargharia15 Před 2 lety +2

    Krisna krisna

  • @rupalidas1570
    @rupalidas1570 Před rokem +1

    Ramkrishna,🙏🙏🙏🙏🙏♥️♥️♥️♥️

  • @sudiptadas5615
    @sudiptadas5615 Před rokem +3

    বৰ ভাল লাগিল বাপজনা।🙏🙏🙏

  • @pradipgogoi3182
    @pradipgogoi3182 Před rokem +1

    কৃষ্ণ জয়‌গুৰু শঙ্কৰ।

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 Před rokem +3

    জয় শ্ৰী কৃষ্ণ 👏👏

  • @manabdey7035
    @manabdey7035 Před 2 lety +2

    Hare Krishna hare Krishna Krishna Krishna hare hare hare Rama hare Rama Rama Rama hare hare .

  • @monnilimofficial5274
    @monnilimofficial5274 Před 2 lety +1

    Krishna Krishna 🙏🙏🙏

  • @mintudoley9908
    @mintudoley9908 Před rokem +1

    Krishna. Krishna. Probhu

  • @Ridipaxom
    @Ridipaxom Před 2 lety +5

    কৃষ্ণ, অমৃত পান কৰিলে বাপ জনাই, আমি অধমে সবাৰে শ্ৰী চৰণত সেৱা জনাইছো ।
    জয় গুৰু শ্ৰীমন্ত শংকৰ ।
    কৃষ্ণ হৰি

  • @gogoisurajit044
    @gogoisurajit044 Před 2 lety +2

    Krishna krishna

  • @poragboruah4156
    @poragboruah4156 Před rokem +1

    🙏কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @sonjoybonia5468
    @sonjoybonia5468 Před rokem +1

    oti xundor bapjonn...... pranaam

  • @dipikamukul8802
    @dipikamukul8802 Před rokem +1

    Krishna krishna krishna

  • @nirumahantadutta4701
    @nirumahantadutta4701 Před rokem +2

    ভাগৱত পাঠ শুনি বৰ ভাল লাগিল

  • @anantabaruah5538
    @anantabaruah5538 Před 2 lety +2

    Provu mur xeuwa grohon krib🙏. Majulir pora pronam jonaisu 🙏🙏🙏.

  • @sabitakalita7065
    @sabitakalita7065 Před rokem +2

    বহলাই বাখ্যা কৰাৰ কাৰনে বহুত বহুত ভাল লাগিছে।কৃষ্ণ ৰাম। 🙏🏻

  • @mousumigogoi8426
    @mousumigogoi8426 Před 2 lety +6

    কৃষ্ণ প্ৰভু🙏🙏🙏🙏🙏

  • @ritamonibhuyan1116
    @ritamonibhuyan1116 Před rokem

    He prabhu ki je tumar lila ,dine ratiye tumar gunanu kritan bishal mahabhagawatr byakhya shuni thaku hepah nopolai .adhame tumar charane dhari akanta bhabe sudriha biswashe satye satye sharane poshilu.tumar charanor pora bichalit nokoribi prabhu.

  • @bimaladas7604
    @bimaladas7604 Před rokem +13

    কি সুমধুৰ হৰি নাম কিৰ্তন শুনি বহুত শান্তি পালো ধন্যবাদ

  • @putuputunath3050
    @putuputunath3050 Před rokem +1

    Krishna 🙏🙏🏻🙏🏼🙏🏽🙏🏾🙏🏿

  • @dehaswarrabha8452
    @dehaswarrabha8452 Před rokem +1

    🙏Krishna Krishna Ram Ram 🙏

  • @user-mz1vf2un7f
    @user-mz1vf2un7f Před 4 měsíci

    Krishna Krishna provu eswar apunar soronot khawa jonalu 🙏 Krishna

  • @gunakantabaruah6243
    @gunakantabaruah6243 Před 2 lety +1

    বাপ চাৰি শাস্ত্ৰ মানে কৃতন দশম গীতা আৰু ভক্তি ৰতনাৱলী।যি পাৰ্গত তেওঁ বেলিৰ দৰে সৰবিয়াপত আৰু সুমঙল ও পনিপাতযোগগিয়। আপোনাৰ মঙ্গল কামনাৰে ।

  • @animadutta4133
    @animadutta4133 Před 2 lety +2

    Krishna krishna krishna.

  • @jibonjyotidutta622
    @jibonjyotidutta622 Před 2 lety +8

    ভাল লাগিল

  • @binadeka9674
    @binadeka9674 Před 2 lety +2

    Krishna Krishna Bap.

  • @tulsidas6502
    @tulsidas6502 Před rokem +1

    Kirisno khogkoro guru 🙏🙏🙏

  • @monuranjanbora5338
    @monuranjanbora5338 Před 2 lety +3

    ক্‌ষ্ণ ,জয় জগত গুৰু শ্ৰীমন্তশংকৰ দেব

  • @user-tt9un8bt8t
    @user-tt9un8bt8t Před rokem +13

    তেখেতৰ নাম শুনিলে মোৰ মনটো বৰ ভাল লাগে

  • @jintudutta278
    @jintudutta278 Před 2 lety +2

    Krishna Krishna bapjana

  • @pabitradas6628
    @pabitradas6628 Před 2 lety +2

    Baap duniya
    Agbahi jua

  • @gdri6az176
    @gdri6az176 Před rokem +1

    Om krishna val lagil

  • @munmigogoi308
    @munmigogoi308 Před rokem +1

    কৃষ্ণ কৃষ্ণ ,

  • @dharjensaikia9367
    @dharjensaikia9367 Před rokem +10

    Very good analysis with melodious sweet voice. Thanks a lot.

  • @pallabbora8486
    @pallabbora8486 Před rokem +4

    🙏🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ