Montu Ali visits Kumar Bhabesh's residence

Sdílet
Vložit
  • čas přidán 1. 12. 2021
  • Montu Ali visits Kumar Bhabesh's residence
    2/12/2021
    ‪@kumarbhabeshmusical6128‬
    Stay Tuned
    #Do subscribe my CZcams channel 'Kumar Bhabesh Musical' for more updates ♥
    #My CZcams channel Link
    / @kumarbhabeshmusical6128
  • Hudba

Komentáře • 2K

  • @gaoliyabuarikarabi6130
    @gaoliyabuarikarabi6130 Před 2 lety +111

    ভাল লাগিল দাদা।অতিথি সাক্ষাৎ দামোদৰ ।আপুনি উচ্চ নীচ এইবোৰ ভেদ ভাব নোহোৱাকৈ অতিথি আপ্যায়ন কৰিলে।আজিকালিৰ সমাজত এনেকুৱা মানুহ বহুতে কম দেখা যায়।আপুনি আৰু আগবাঢ়ি যাওঁক।ভগৱানে কুশলে ৰাখক🙏😘

  • @deepjyotideka1578
    @deepjyotideka1578 Před 2 lety +309

    বহুত ভাল লাগিল দাদা 🙏 আপোনাৰ মহানুভাবতা দেখি,, ঈশ্বৰে আপোনাক সদায় ভালে-কুশলে ৰাখক, আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো🙏

  • @drjafarahmed.5200
    @drjafarahmed.5200 Před 2 lety +20

    মন্টুৰ লগত একেলগে দেখা কথোপকথন দেখিবলৈ পায় আপ্লুত। একতা স্বভীমান অটুট থকাৰ প্ৰয়াস! ধন্যবাদ থাকিল কুমাৰ ভৱেশ ডাঙৰীয়ালৈ।👍👍🙏

  • @faizurrahman6155
    @faizurrahman6155 Před 2 lety +11

    আপুনি এজন মহান শিল্পী এয়া তাৰেই প্ৰমাণ...এজন শিল্পীৰ দৃষ্টিত উচ্চ নীচ ভেদ ভাব যে থাকিব নেলাগে এয়া তাৰেই প্ৰমাণ....ধন্যবাদ দাদা...

  • @gulzarhussain9488
    @gulzarhussain9488 Před 2 lety +14

    ভাৱেশ দা আপুনি এজন বহল অন্তৰৰ মানুহ আপোনাৰ মানৱতাক কুটি কুটি প্ৰণাম জনাইছোঁ video টো চাই সুখৰ চকুলো বৈ আহিল। নেদেখাজনৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ আয়ু কামনা কৰিলো।

  • @Mono-je6se
    @Mono-je6se Před 2 lety +50

    আপুনি সঁচাকৈয়ে পৱিত্ৰ মনৰ মানুহ ভৱেশ দা🙏❤️🙏❤️

  • @hitendradutta2443
    @hitendradutta2443 Před 2 lety +77

    এনোকুৱা শিল্পীক আদৰ কৰা বাবে বহূত বহূত ধন্যবাদ

  • @sibanandaborah2369
    @sibanandaborah2369 Před 2 lety +51

    বহুত বহুত ধন্যবাদ..... শিল্পীসত্তা তেতিয়াহে মহীয়ান হৈ পৰে যেতিয়া মানৱতা আৰু মহানতা একেলগে সংযোজিত হয়... Excellent.. Salute to You... 🙏

  • @alimulelem7059
    @alimulelem7059 Před 2 lety +13

    🙏🙏🙏 ভিডিও খন চালোঁ । চাই ,,খন্তেক সময়ৰ বাবে সচিকৈ আবেগিক হৈছিলোঁ । আপোনাৰ মহাভাবনুতাক শলাবলীয়া । ঈশ্বৰ আল্লাহ ই আপোনাৰ মঙ্গল কৰক । ধন্যবাদ ।👍👍👍 শলাবলগীয়া... শুদ্ধ বাক্য ।

  • @assamesnews5666
    @assamesnews5666 Před 2 lety +80

    Bhavesh দা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাৰ দৰে মানুহ এই পৃথিৱী ত কম আছে।আপোনাক আল্লাহ ই ভালকৈ ৰাখক,দোৱা কৰিলো আমিন।।

  • @poonam7508
    @poonam7508 Před 2 lety +32

    বহুত ভাল লাগিল | এনেকৈ সজ আচৰণ কৰিবলৈ ভগৱন্ত পুৰুষে ভবেশ দাক সু- বুদ্ধি শক্তি -সামৰ্থ দিয়ক ,ঈশ্বৰে ভবেশ দাৰ মনোবাঞ্চা পূৰ্ণ কৰক ,মংগল কৰক ,কৃষ্ণ !

  • @sahidulislam9422
    @sahidulislam9422 Před 2 lety +2

    Eia manobotar mahanuvab.....salute u......Bhabesh da.allah bless you...

  • @Official-tq5ld
    @Official-tq5ld Před 2 lety +18

    বহুত ভাল লাগিল দাদা আপোনাৰ পৰা প্ৰমাণ হয় যে মানৱতা এতিয়াও জীয়াই আছে 🙏🙏🙏🙏🙏

  • @prabinlahkar6352
    @prabinlahkar6352 Před 2 lety +20

    এনেকুৱা কামবোৰ দেখিলে মনটো খুব ভাল লাগে ভবেশ দা...ভগৱানে মংগল কৰক আপোনাৰ

  • @asminabegum6186
    @asminabegum6186 Před 2 lety +5

    bhut val lagil dada Aponar morm bur dekhi. আপোনাক ইশ্বৰে সদাই ভালে কুশলে ৰাখক.

  • @arabali1482
    @arabali1482 Před měsícem +1

    ভাল লাগিল দাদা। আপুনি এজন বিশাল মনৰ অধিকাৰী। ভগৱানে আপোনাক কুশলে ৰাখক।

  • @bikashbaruah456
    @bikashbaruah456 Před 2 lety +11

    এটা উদাক্ত কণ্ঠৰ লগতে এজন বহল মনৰ মানুহ আপুনি ।।।❤️

  • @kandarpasarma2177
    @kandarpasarma2177 Před 2 lety +31

    ধন্যবাদ ডাঙৰীয়া!এজন অন্ধ মানুহক যিখিনি মৰম দিলে সচাকৈয়ে প্ৰসংশনীয়!

  • @Rk-gc9id
    @Rk-gc9id Před 2 lety +6

    Kumar Bhobesh da apunak ear porai salute janaisu bahut val kam korise I love all family ...... vogoban e aponak Mangal korok

  • @asomiyagyan560
    @asomiyagyan560 Před 2 lety +1

    Bohut val lagil kumar Bhabesh da.. Bohut Dhunia Sanmanere adorile Montu dak

  • @hemolotasonowal9146
    @hemolotasonowal9146 Před rokem +2

    বহোত ভাল লাগিল এই দুনিয়াত ভাল মানুহ শেষ হোৱা নাই

  • @Monjir1234
    @Monjir1234 Před 2 lety +44

    আপোনাৰ মহানুভাবতা দেখি বহুতো ভাল লাগিল দাদা।আপোনাৰ নিচিনা মানুহে সচাকৈয়ে এই যোগৰ মানৱতা জীয়াই ৰাখিছে।❤🙏🙏

  • @dipikahazarika7245
    @dipikahazarika7245 Před 2 lety +16

    অতিথি পৰায়ন এই শব্দটোৰ ব্যৱহাৰ ক্ৰমাৎ কমি আহিছে সমাজত। কীয় বাৰু । আপোনাৰ এই video দেখাৰ পাছত কিছু সংখ্যকে ভাবিব যে মই যদি সকলো মানুহক এনেদৰে ব্যৱহাৰ কৰিব পৰহলে সেই আগৰ দিনবোৰ ঘূৰি আহিল হতেন। আপোনাৰ এই অতিথি পৰায়নাতা ইমান সুন্দৰ ভাৱ দেখি আনন্দিত হৈছো। সকলো যেন আপোনাৰ দৰে হওঁক কামনা কৰিছোঁ।

  • @sgdworld4581
    @sgdworld4581 Před 2 lety +8

    মানৱতাৰ শ্ৰেষ্ট নিদৰ্শন!
    বৰ ভাল লাগিল।

  • @aakroy3864
    @aakroy3864 Před 2 lety +1

    কুমাৰ ভবেন আপনী ভাল মানুহ দে আপনী এই আন্দো মানুহ জনক ইমান ধুনীয়া কৈ খানাপিনা খুৱাইছে ।
    তাৰ কাৰণে বহুত বহুত ধন্যবাদ ।

  • @mitulahmed4708
    @mitulahmed4708 Před 2 lety +5

    Bhabesh Da... Like your feelings towards the fellow artists.. Keep your good heart and May almighty provides you good health..

  • @I-am-mon.
    @I-am-mon. Před 2 lety +36

    বহুত ভাল লাগিছে দাদা ❤️ বহুত কোমল মনৰ মানুহ আপুনি ❤️

    • @dilipborah1711
      @dilipborah1711 Před 2 lety +2

      bohut bohut hukhi apuni... monor manuh hokluy napai dada..

  • @asadulislam5393
    @asadulislam5393 Před 2 lety +2

    Iyakei j sonman,morom,manobota kuwa hoi apuni dekhuwai dile .god bless you .comment nkrake thakibo niwarilu.nice

  • @bhaskarjyotidas2536
    @bhaskarjyotidas2536 Před 2 lety +6

    আজিৰ পৰা আৰু সন্মান বেছি কৰিম দাদা আপোনাক,মাটিৰ মানুহ দাদা আপুনি বহুত ভাল।

  • @shomeshali770
    @shomeshali770 Před 2 lety +6

    Thanks kumar vobhes. কোনো মানুহক জাত পাত বুলি ঘিণ কৰিব নালাগে ।উদাহৰণ -কুমাৰ ভবেশ ।

  • @ratulraj2934
    @ratulraj2934 Před 2 lety +16

    বহুত ভাল লাগিল দাদা আপোনাৰ মৰম বোৰ দেখি🙏🙏🙏 ঈশ্বৰে আপোনাক সদায় ভালে কুশলে ৰাখক🥰😍🙏🙏

  • @bollywoodtop90
    @bollywoodtop90 Před 2 lety +7

    Kumar vobesh বৰ ভাল মানুহ ।god bless you

  • @junhazarika407
    @junhazarika407 Před 2 lety +3

    বহুত ভাল লাগিল ভৱেশ দা আপোনি সচাকে মহান❤❤

  • @ranswargiary3699
    @ranswargiary3699 Před 2 lety +5

    Nice,val lagil dada video to sai

  • @mrchannel5751
    @mrchannel5751 Před 2 lety +9

    কিকম দাদা কবলৈ ভাষা নাই moja 👌👌👌👍💓❤️❤️💓

  • @IbrahimVlogs-mq4su
    @IbrahimVlogs-mq4su Před 2 lety +6

    বহুত আনন্দ পালোঁ দাদা আপোনাৰ সুন্দৰ সহানুভুতি আৰু আপোনাৰ মানৱতা আৰু দায়িত্ব বোধ ঈছৰে মংগল কৰক আৰু আপোনাক কবলৈ ভাষা নাই

  • @youtubeshorts535
    @youtubeshorts535 Před 2 lety +3

    Video tu sai mur sokur pani ulai goise salute bhabhes daa apunar nisina mohapurukh j atiya o ase haitu dangor kotha love from udalguri ❤️🥺🥺🥺🥺

  • @sanjibdoloidimoria9829
    @sanjibdoloidimoria9829 Před 2 lety +28

    অতি সুন্দৰ, Bhabesh দাদা, Good Job

  • @djdhanjyotibaishya568
    @djdhanjyotibaishya568 Před 2 lety +18

    বহুত বহুত ভাল লাগিল, আৰু আপোনাৰ তেখেতলৈ জনোৱা ইমানখিনি সন্মান দেখা পাই বহুত বহুত ভাল লাগিল চাই। আপোনাক আৰু তেওঁক শ্রদ্ধাৰে সুঁৱৰিছো🙏🙏🙏🙏

  • @saruwarahmed9299
    @saruwarahmed9299 Před 2 lety +3

    আপোনাৰ মহানুভাৱতা দেখি বহুত ভাল লাগিল।বহুত বহুত ধন্যবাদ।God bless you.

  • @Kalita1999
    @Kalita1999 Před 2 lety +4

    Bhabesh daa ❤ love from Nalbari

  • @axom4675
    @axom4675 Před 2 lety +22

    দাদা মন জয় কৰি নিলে আপুনি ❤️
    এটা মানুহৰ ইমান যত্ন কৰিলে আপুনি, ওফ চকু পানী ওলাই গ'ল 🙏❤️
    আল্লাহ আপোনাক সদায় সুখত ৰাখক🤲

  • @axomarup5669
    @axomarup5669 Před 2 lety +16

    U are one of the best simple artists in our assam .....long live god 🙏 ❤ bless you dada....

  • @lxpream2920
    @lxpream2920 Před 2 lety +2

    Bohut val lagil dada apunar mongol howk 🙏🙏🙏

  • @khageswarkhageswar9146
    @khageswarkhageswar9146 Před 2 lety +2

    Bhout val lagil

  • @tikeswarnath5169
    @tikeswarnath5169 Před 2 lety +11

    মানুহ মানুহৰ বাবে যে সেইতু আপুনি দেখুৱাই দিলে আৰু আমি সকলোৱে জনা দৰকাৰ আমি মানুহ।আশীৰ্বাদতো দিব নোৱাৰো মহাশয় আপোনাক শুভকামনা জনালোঁ।ধন্যবাদ।

  • @hiteshbaba4780
    @hiteshbaba4780 Před 2 lety +6

    দাদা বহুতো ভাল লাগিছে দাদা

  • @nirmalstudio8024
    @nirmalstudio8024 Před rokem +1

    Bhut val lagil dada apuni mntu dak khusrokha kra babe apunak akhex dhanyobad🙏🙏🙏

  • @bijoydas8657
    @bijoydas8657 Před 2 lety +1

    Bahut val lagil ....manuh hodai anekua habo lage ....salute....deda apunak ........

  • @sultanmehdi3500
    @sultanmehdi3500 Před 2 lety +8

    U r so kind.
    Salute u Da. Luv u. B blessed always ! I hav no words to praise u....u r great🙏🙏🙏

  • @jintugogoi463
    @jintugogoi463 Před 2 lety +4

    Kumar da jinda baad 🤗🥰❤️😘

  • @deepakbackpackers7412
    @deepakbackpackers7412 Před 2 měsíci +1

    বহুত ভাল লাগে চাই , কমেও 20 বাৰ চালোঁ, হেঁপাহ নপলাই।। ভৱেশ দা you are great, Mantu da r টো কথাই বেলেগ। ভাল লাগিল

  • @ndentertainment8166
    @ndentertainment8166 Před 11 měsíci

    সচাকৈ বহুত ভাল লাগিল,, ভগবানৰ আন এটা ৰূপ আপুনি শেৱা আপোনাক 🙏🙏

  • @dipankarraj1314
    @dipankarraj1314 Před 2 lety +5

    Dada manibo lagibo aponak koboloi bhakha nai joy Kumar dah🙏🏻👍✍️🇮🇳 joy aai axom

  • @pranabvlogs.8983
    @pranabvlogs.8983 Před 2 lety +6

    আপুনি বৰ সহজ সৰল মনৰ মানুহ। লগতে বৰ মৰমীয়াল।‌

  • @monjulagogoi6480
    @monjulagogoi6480 Před 2 lety +1

    ঈশ্বৰে আসিবাদ কৰিব আপোনালোকৰ পৰিয়ালৰ সকলোকে ।ময়ো এওঁ লোকৰ নিচিনা মানুহক নিজে মাতি আনি শুচখা কৰি বশুত ভাল পাওঁ।ভগবানক বিছাৰি মঠ মন্দিৰ গলেওঁ এখেত লোকক শুচখা কৰিব পাৰিলে হাখ্যাত ঈশ্বৰক বিচাৰি পাওঁ।ধন্যবাদ ভবেশ দা bokakhatৰ পৰাআশিবাদ মৰম পথালোঁ।

  • @villageboys2346
    @villageboys2346 Před 2 lety +2

    Boriya dada I love you dada tumak bohut val lagil

  • @entertainmentvideos6594
    @entertainmentvideos6594 Před 2 lety +5

    এজন প্ৰকৃত শিল্পীয়ে আন এজন শিল্পীক সন্মান জনাই।

  • @bhaskarkalita2777
    @bhaskarkalita2777 Před 2 lety +3

    বহুত বহুত ধন্যবাদ আপোনাক🙏

  • @ascreationmusic.....9777
    @ascreationmusic.....9777 Před 2 lety +1

    Very nice👍👍khub val lagil manhu jonor proti morom dekhi

  • @chandanadas3122
    @chandanadas3122 Před 2 lety +1

    আপোনাৰ মহানুভৱতা দেখি বহুত ভাল লাগিল দাদা । গুৱাহাটী (চান্দমাৰি)পৰা বহুত বহুত মৰম জনালো ।

  • @user-ti1iw8qr9p
    @user-ti1iw8qr9p Před 2 lety +3

    আপোনাৰ এই আদৰ্শই বৰ্তমানৰ এই সমাজ খনলৈ কড়িয়াই লৈ আহক বৰষুনৰ হাজাৰ হাজাৰ তপাল ।। ধন্যবাদ কুমাৰ ভবেচ দা ।।

  • @ujjalroy5111
    @ujjalroy5111 Před 2 lety +1

    ইয়াকে কই মানুহ মানুহৰ বাবে । খুব ভাল আপোনাৰ তেখেতৰ প্ৰতি থকা মৰম , ভালপোৱা খিনি চাই , ভবেশ দা ।

  • @manojrajbongshi4001
    @manojrajbongshi4001 Před 2 lety +1

    Mor hiya jole Tumak... Thank u Bhabesh Da

  • @AbdulHamid-em4ky
    @AbdulHamid-em4ky Před 2 lety +6

    কুমাৰ ভৱেশ এজন প্ৰকৃত শিল্পী । মানৱতা শেষ হৈ যোৱা নাই । মন্টু আলি যি জন অন্ধ ব্যক্তি তেও যেনে দৰে ব্যৱহাৰ কৰিল সচাকৈ প্ৰশংসনীয় । কুমাৰ ভৱেশৰ দৰে সকলোৱে হলে পৃথিৱীখন সুন্দৰ হব । কুমাৰ ভৱেশৰ দীঘায়ু আৰু সুস্বাস্হৰে থাকক ।

  • @rilizahmed7812
    @rilizahmed7812 Před 2 lety +4

    অতি সুন্দৰ ভৱেশ দা👌

  • @jai-sc9he
    @jai-sc9he Před 2 lety +1

    Bhut bhal korile apuni.... Dhukia manuk help kora mane bhagwan ke kora.. Bhagwan dhukia rupote ahe.. God bless you sir.. Jai hind🇮🇳

  • @xlffgaming7399
    @xlffgaming7399 Před 2 lety +1

    ভৱেশ দা ! নমস্কাৰ ! দীৰ্ঘায়ু হওক ৷

  • @chandudeka8815
    @chandudeka8815 Před 2 lety +2

    Kokaideo video Tu bht val lagil,,,,,

  • @rekibuddinahmed6371
    @rekibuddinahmed6371 Před 2 lety +8

    Dada bohut val lagil 🙏🙏🙏🙏🙏🙏🙏🙏

  • @pallabikalitapallabi2345

    Bohut val lagil dada.xokolu manuhor mon bur jodi aapunar dore hol hoi.

  • @ajitsaloi5253
    @ajitsaloi5253 Před 2 lety +1

    এনেকুৱা ব্যৱহাৰ সদায় থকাৰ কামনা কৰিলোঁ ।অশেষ ধন্যবাদ ।

  • @rubulsarma8986
    @rubulsarma8986 Před 2 lety +4

    দাদা বহুত ভাল লাগিল আপোনাৰ মানবতা খিনি দেখি।

  • @mrmoon1122
    @mrmoon1122 Před 2 lety +3

    Mja lgil

  • @mahadevakeka
    @mahadevakeka Před rokem +2

    Kumar bhabesh is a pure soul.. And his family is too.. God bless masterio 💯💯

  • @assamcomedyclub2366
    @assamcomedyclub2366 Před 2 lety +1

    বহুত ভাল লাগিল দাদা আপোনাৰ মহানুভাৱতা দেখি।দাদা সছাকৈ এ আপুনি মহান।❤️❤️❤️❤️

  • @mohandoley6080
    @mohandoley6080 Před 2 lety +4

    ভাৱেশ দা মহান ব্যক্তি।

  • @rekibali1388
    @rekibali1388 Před 2 lety +6

    Bhobesh da xosakoi bohut val lagil

  • @kishordas4870
    @kishordas4870 Před měsícem +1

    কুমাৰ ভবেশ ভাল লাগিল তোমাৰ আদৰ্শ বোৰ।

  • @pranabhazarika3419
    @pranabhazarika3419 Před 2 lety +1

    Bor val lagil dada apunar mahanuvobotak dekhi ❤️❤️

  • @nilotpoldeka9998
    @nilotpoldeka9998 Před 2 lety +5

    Dada auponi bohot vall manoh bohot vall lagil vido to sai auponar aisina manohor kurana ...ai doniya xon soli asa dada love you dada ❤️❤️❤️❤️❤️❤️

  • @karimahmed3881
    @karimahmed3881 Před 2 lety +6

    Great man ,great works. We are proud of you Bhavesh. God bless you.

  • @BIPULGOGOI
    @BIPULGOGOI Před 7 měsíci +1

    সুন্দৰ মনৰ গৰাকীৰ । ভাল লাগিল ।

  • @abdularif7911
    @abdularif7911 Před 2 lety +1

    Apunak agt imn valke dekha nai jdiu aji apunar bibohar dekhi bhut val lgil.apunar jibon2 huhki howk buli mr pra dowa thakil ❤️

  • @minutalukdar9149
    @minutalukdar9149 Před 2 lety +2

    You are very kind hearted .Thank you.

  • @hopefullvloger
    @hopefullvloger Před 2 lety +2

    Great job da... humanity still a live bcoz of person like you kind and humble

  • @najirakhatun7359
    @najirakhatun7359 Před 2 lety +1

    আপাোনাৰ সহানুভতি দেখি বহত ভাল লাগিলগ !

  • @gagandeka5865
    @gagandeka5865 Před 2 lety +1

    Dada apunar mohanu bhobota dekhi khosai bht vl lagil... vogobane apunak vle rakhok khodai .❤️❤️

  • @s.k491
    @s.k491 Před rokem +4

    ভাল লাগিল দাদা

  • @pankajborah3351
    @pankajborah3351 Před 2 lety +2

    ভাৱেশ দা খুবেই ভাল লাগিল। মনটো সেমেকি উঠিল। আপোনাৰ মহানুভৱতাই মনটো চুই গল। এটোপি আনন্দৰ চকুলো ওলাই গল। luv u দাদা

  • @kakalitalukdar1222
    @kakalitalukdar1222 Před 11 měsíci +2

    বহুত ভাল লাগিল মামা♥️😊

  • @promitkosla5592
    @promitkosla5592 Před 2 lety +1

    Bohut val lagil, very good,, Thank-you sir ji

  • @zubleerajkumari1220
    @zubleerajkumari1220 Před 2 lety +2

    Dada Apuni ssake bohut monhu hoi,Apunar dore manhu aji kalir dinot bohut kom..bohut val lagil..Apunak Vogobane Val rakhok..🙏🙏

  • @sammahassan4065
    @sammahassan4065 Před 2 lety +9

    Golden voice with Golden heart 💓

  • @dineshnath2948
    @dineshnath2948 Před 2 lety +1

    আপোনাৰ এই ভিডিও টি চাই বৰ ভাল লাগিল। বহুত বহুত ধন্যবাদ।।।।।

  • @Jundas-u8y
    @Jundas-u8y Před 2 lety +1

    Bhobes da hosai apuni mohan...bohot val lagil

  • @nayanmedhi9857
    @nayanmedhi9857 Před 2 lety +3

    bahut bahut dhanybad bhabesh da.aponr hridaayot xoklore krne xoman thai ase aajji dekhilu .

  • @rudrarabha8692
    @rudrarabha8692 Před 2 lety +2

    Dada akekulawa manuhok akuwali lowar babe val lagl

  • @sanjaypegu7329
    @sanjaypegu7329 Před 2 lety +1

    বহুত ভাল লাগিছে আপোনাৰ মহানুভাবতা দেখি।

  • @dalimdas3555
    @dalimdas3555 Před 2 lety +2

    Bhavesh daa apuni bohut bhal.. nije teuk gutei khini aagbohrai dise.. ajih r dinot manuh famous Hoi gole anekua manobota budh Komi jai.. Apunak monor pora koisu bohut din jiyai thakok..❣️