"জোনবাই"ৰ পৰা "বন্ধু"লৈ...বাৰ্তালাপত ডেমফুল...

Sdílet
Vložit
  • čas přidán 6. 09. 2022
  • "জোনবাই"ৰ পৰা "বন্ধু"লৈ...
    বাৰ্তালাপত ডেমফুল...
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #nayannilim #assamesecinema #assameseactor #assamesemovie #baartalaap #chakrapaniparashar

Komentáře • 719

  • @coverworld1266
    @coverworld1266 Před rokem +32

    প্ৰীয় মানুহজনক দেখি বহুত ভাল লাগিল,,কিন্তু দাদাৰ চেহেৰাটো দেখি কিবা লাগি গৈছে,,সুন্দৰ চেহেৰাটো কি হৈ গʼল

  • @mallikaborah3461
    @mallikaborah3461 Před rokem +12

    প্ৰিয় অভিনেতা বুলি ক'লে নয়ন নীলিম দা'ৰ নামটো মনলৈ আহে। আগতে যেতিয়া ঘৰত TV নাছিল,গৰম বন্ধত ছমহীয়া পৰীক্ষা শেষ কৰি মামাৰ ঘৰ গৈয়ে "জোনবাই" কেছেট কেইখন চাই ল'লেহে মনটো ভাল লাগিছিল। মনত পৰে সেই দিনবোৰ 💕✨। তেখেতৰ কৰ্মৰাজী সদায় প্ৰিয় 💕💕। ভালে থাকক নয়ন নীলিম দা।

  • @pragyanmahanta1923
    @pragyanmahanta1923 Před rokem +14

    চেহেৰাৰ বহুত পৰিবৰ্তন দেখি পালো,বেয়া লাগিল। কলিয়াবৰ ত আপোনাৰ শ্বুটিং চাইছিলো,খুৱ ওচৰত লগ পাইছিলো, কিন্তু আজি স্বাস্থ্যৰ পৰিবৰ্তন দেখি পালো।

  • @zglover7857
    @zglover7857 Před rokem +82

    জোনবাইৰ ডেমফুলৰ চৰিত্ৰটোৰ নাম "ইন্দ্ৰ" আছিল আৰু তেখেতে অটো চলাইছিল আৰু তেখেতৰ মবাইলৰ ৰিংটন এই সকলোবোৰ আমাৰ দেউতাৰ লগত মিল আছিল।
    আমাৰ দেউতাৰ নাম "ইন্দ্ৰ" দেউতাই ও টেম্পু চলাইছিল তেতিয়া আৰু দেউতাৰ মবাইলৰ ৰিঙটনটো একেই আছিল।
    এদিন টিভিত কেচেট খন চাই থাকোতে VCD খনত ইন্দ্ৰ চৰিত্ৰটোক মাতিছিল আৰু আমাৰ জেঠীমায়ে দেউতাক কোনোবাই মতা বুলি "ঘৰত নাই বুলি" কৈছিল।

  • @mridupawanborah7246
    @mridupawanborah7246 Před rokem +13

    Nayan nilim da এজন প্ৰখ্যাত অভিনেতা r লগতে এজন সুন্দৰ গায়ক।।সঁচাকৈ তেওঁ বহুত প্ৰতিভাবান।।।। I love Nayan da❤️❤️

  • @Dhiraj_Ray
    @Dhiraj_Ray Před rokem +12

    নয়ন নীলিম দা , কি সুন্দৰ দিন আছিল সৈতে ভি চি ডি এলবাম গান শুব শুনিছিলোঁ , গামোচা , জানমনি , জোনবাই অঞ্জনা ইত্যাদি ......👌👌👌👌

  • @brownies.07
    @brownies.07 Před rokem +96

    মোৰ মনত আছে, গৰমৰ বন্ধ মানেই ঘৰত নতুন চিডি ৫-৬ খন আহিবই। 💕 Old is gold💕😀 good old days💕

  • @abhijitdeka6373
    @abhijitdeka6373 Před rokem +80

    অভিনয়ৰ বাবে নিজৰ শৰীৰটো সলনি কৰিব পৰা অসমৰ এক মাত্র অভিনেতা । পাতলীয়া বয়সৰ .... Ufffff❤️❤️❤️

  • @As22BoyPranjal
    @As22BoyPranjal Před rokem +111

    মাত্ৰ নয়ন দাৰ কাৰণে এক দিনত ইমান খিনি View আহিছে , যদি কথাটো সচা তেনেহলে Like 👍

  • @dhritiman6486
    @dhritiman6486 Před rokem +8

    ডেমফুল সঁচাকৈ বৰ ধুনীয়া ❤

  • @dekavlog4638
    @dekavlog4638 Před rokem +64

    আজি ডেমফুল ডাক দেখি vcd কথা বোৰ মনত পৰি গৈছে এখন ঘৰত যেতিয়া সকাম পাতে সেই ঘৰ খনত আগতে টিভি এটা ৰাতিলৈ varat aniboi আৰু আমি বোৰ পাগলৰ দৰে হয় থাকোঁ আৰু একেলগে বহুতে চাওঁ,

  • @nabajyotiofficial6125
    @nabajyotiofficial6125 Před rokem +35

    ডেমফুল 🥰❤️সৰুৰে পৰা প্ৰিয় এতিয়াও প্ৰিয় 🥰নয়ন দা ❤️ গোলাঘাটৰ পৰা মৰম ❤️

  • @GOPINATHBURAGOHAIN-vb2vm
    @GOPINATHBURAGOHAIN-vb2vm Před 11 měsíci

    ইমান ধুনীয়া মানুহজনৰ চৰিত্ৰই ডেমফুল বুলি কয় !!ধেৎ ডেমফুল ! °°°°!!

  • @chintumonivlog1925
    @chintumonivlog1925 Před rokem +4

    চক্ৰপাণি দাদা আপোনাৰ( ok ) শব্দটো আপুনি ইমান সুন্দৰ কৈ কয় । I like it❤️ এইটো ভিডিঅ' ত ছয়বাৰ শুনিছোঁ ।

  • @nitamonimoran1474
    @nitamonimoran1474 Před rokem +5

    Nayan nilim dak বহুত ভাল পাওঁ, অভিনয় বহুত ভাল লাগে। বহুত দিনৰ মূৰত দেখিছোঁ, সঁচাকৈ দাদৰ চেহেৰা বহুত পৰিবৰ্তন হল।

  • @Abhijit001
    @Abhijit001 Před rokem +6

    Most unrated Actor.....Konwar puror Konwar 😍😍What a movie

  • @mridulray5166
    @mridulray5166 Před rokem +1

    Val lagise nayan da assam HERO hoy apuni nayan da jay aay axom

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před rokem +76

    ডেমফুলৰ অভিনয় চাই বহুত ‌ভাল লাগে। এজন'অকৃত্ৰিম ব্যক্তি।❤️❤️❤️🙏🙏🙏

    • @davedavid5989
      @davedavid5989 Před rokem +1

      তেওঁৰ স্বাস্থ্যৰ ইমান অৱনতি কিয় হল। তেওঁৰ সুন্দৰ স্বাস্থ্যৰ কামনা কৰিলো।

    • @rojoniprovabaruah5461
      @rojoniprovabaruah5461 Před rokem

      @@davedavid5989 হয়,‌❤️🙏

  • @jyotibora4650
    @jyotibora4650 Před rokem +14

    আবেলি খন আৰু গান বোৰ খুব ভাল লাগে।♥️♥️♥️ নয়ন নীলিম দাৰ অভিনয় বহুত ভাল লাগে।

  • @pradiptamuli5934
    @pradiptamuli5934 Před rokem +28

    প্ৰিয় অভিনেতাজন❤️😍

  • @bulendeka1005
    @bulendeka1005 Před rokem

    আটাইতকৈ ভাল লগা মৰমৰ ব্যক্তিজন ❤️🥰🙏

  • @rajageetofficial2269
    @rajageetofficial2269 Před rokem +5

    নয়ন দা আপোনাৰ কথাবোৰ সূনি ভাল লাগিল আৰু চাৰি November t Bondhu saboli jaam

  • @sherryburagohain1472
    @sherryburagohain1472 Před rokem +2

    এখেতক প্ৰাগ চিনে এৱাৰ্ডত কেতিয়াও দেখা নাই৷ইমান সুন্দৰ অভিনেতা৷

  • @popysaikia8109
    @popysaikia8109 Před rokem +1

    Noyn da vgbana aponak aguai niok.vala rakhok.hsakoi bht Val laga aponak.vgbana apunar axa hpun r Val lgabur hklu prun krk.love from Dergaon Assam ❤️😘💖🥰😘

  • @himangshunath5904
    @himangshunath5904 Před rokem +1

    জোনবাইৰ ডেমফুলটোলৈ মনত পৰি গৈছে ।

  • @nayanmonidutta7369
    @nayanmonidutta7369 Před rokem +96

    সদায় প্ৰিয় নয়ন দা❤️ তেওঁৰ কৰ্ম ৰাজি সদায় আদৰ্শনীয় ❤️ তেওঁক সদায় সন্মান কৰোঁ🙏

  • @SanjayKumar-dk9fo
    @SanjayKumar-dk9fo Před rokem +1

    প্ৰিয় অভিনেতা।
    অতীতৰ দিনবোৰলৈ মনত পৰি গল ।
    কুশলে থাকক।

  • @sungamer5315
    @sungamer5315 Před rokem +11

    ভাল লগা অভিনেতা জন ❤️❤️❤️❤️
    প্ৰিয় ঠাই(জন্ম গত) খনৰ মানুহ জন, চিনাকি দিবলৈ ভাল লাগে, তাহানিৰ দিনত ইংৰাজী নৱবৰ্ষৰ লগতে মাঘ বিহু মানেই জোনবাই, অঞ্জনা, ৰাংঢালি......আদিৰ দপদপনি ।। কি যে মধুৰ আছিল সেই দিন বোৰ.......মনত পৰিলেই দুচকু সেমিকি উঠে সেই দিনৰ সুৱাস বিচাৰি

    • @joishrigogoi4362
      @joishrigogoi4362 Před rokem

      Monot pori goise xeidin bur....... Bohut modhur asil din bur.....

    • @montukonwar3145
      @montukonwar3145 Před rokem

      O Rey😪😭😭

    • @gohaingohain9936
      @gohaingohain9936 Před rokem

      Hosake o. Gharr sobei aru logor burr logotu akeloge bohi saisilu. Bor val adil dinbur.....monot porile beya lage. Mobile ulua pora sob naikia hol.

  • @bijitsaikia1491
    @bijitsaikia1491 Před rokem +91

    ডেমফুল ককাইদেউৰ জোনবাইৰ সেই দিনবোৰ আছিল মোৰ বাবে আছিল মধুৰ।নামগুৱা,তুলনিবিয়া,ন-খোৱা আদি ঘৰুৱা অনুষ্ঠান পাতিলে সকলো ভিচিডি ছবিৰ উজান উঠিছিল। ওচৰৰ কাৰোবাৰ ঘৰত কোনো অনুষ্ঠান পতাৰ পিছত ভিচিডি চাই ৰাতিপুৱাই দিছিলো।

    • @Jakazvaivillager
      @Jakazvaivillager Před rokem +1

      Emotion Kori dile😭

    • @nbd3050
      @nbd3050 Před rokem +1

      Pray monot pori thake . Xei dinboroloi...

    • @bubusaikia6594
      @bubusaikia6594 Před rokem +1

      Junbai khon sale Soru kalor katha esmiti bur monot pori jai....

    • @dhunurumurlife6151
      @dhunurumurlife6151 Před rokem +1

      Hello Tumi muru frd hba ni moiu back krim tumk de

    • @Akash85509
      @Akash85509 Před rokem

      @@dhunurumurlife6151 hom number 2 diya

  • @abinashvlogs3687
    @abinashvlogs3687 Před rokem +1

    Chakra da apuni baarta laap t adin Gayatri ba Nayan da aru barasha ba 3 jonoke akeloge aanok bht vl lagibo.....puruni kahini bilak kbo...aru bortoman tu akeloge dekhai najai parile sesta kribo mr ata aakha thakil.....thank u...apunar episode ataw baad nedu sai vl lage

  • @prodipgogoi7520
    @prodipgogoi7520 Před rokem

    দা্ড়ী বোৰ কাটি সোনদৰকৈ থাকিব লাগে অতীনদীয় প্ৰেমত মানুহ সুন্দৰ হয়

  • @daringogoisvlogsandmusic6876

    প্ৰিয় অভিনেতাজনক বহুদিনৰ মূৰত দেখি বহুত বেছি ভাল লাগিল

  • @kingsukgogoi1841
    @kingsukgogoi1841 Před rokem +2

    ককাইদেউ বহুত সময় আপোনাক দেখা হোৱা নাছিল কিন্তু আজি বাৰ্তা লাপৰ জৰিয়তে দেখিলো, মৰম ভালপোৱা বোৰ সদায় আছে আৰু থাকিব, ভাল পাওঁ আপোনাক কৃষ্ণ। ।।।।।।।❤❤❤❤❤

  • @priyankaborah3052
    @priyankaborah3052 Před rokem +1

    বহুত দিনৰ পাছত দেখিলো । চেহেৰাটো বেলেগ বেলেগ লাগিছে ।

  • @dipshikhadeka6410
    @dipshikhadeka6410 Před rokem +12

    All time favourite Nayan da❤️

  • @parthaborah2984
    @parthaborah2984 Před rokem +1

    নয়না দা,প্লিজ আগৰ দৰে হৈ যাওঁক।বাকী শুভেচ্ছা জনালোঁ নতুন কামৰ বাবে...

  • @sochindranath8236
    @sochindranath8236 Před rokem +29

    ৰবিদাৰ episode পিছত এইটো Best episode নয়ন দাৰ লগত বাতালাপত

  • @jayantakalitavlogatoz3648

    'ডেমফুল'' জেলৰ পৰা ওলাই অহা লিখিয়া লাগিছে,দাড়ি গোচা কাটি দিব দাদা।

  • @jibonzindabadvlog579
    @jibonzindabadvlog579 Před rokem +2

    সৰুৰে পৰাই আপোনাৰ অনুৰাগী নয়ন দা!♥️

  • @haripriyavlogs9615
    @haripriyavlogs9615 Před rokem +6

    নয়ন নীলিম এক প্ৰিয় সত্বা 💓

  • @dolisaikia4544
    @dolisaikia4544 Před rokem +2

    I love you Nayan da ... bohut val lagise apunak bohut dinor murot dekhi🥰♥️

  • @ramgogoi5784
    @ramgogoi5784 Před rokem

    Baarta lap dhanyabad bhut dinor murot manugnok dekha palu

  • @j.k1674
    @j.k1674 Před rokem +1

    আগৰ দিনবোৰ আকৌ এবাৰ মনত পৰি গৈছে নয়ন দা এনেকৈ জিলিকি থাক আমাৰ ডেমফুল।

  • @iranidipak444
    @iranidipak444 Před rokem +1

    আগৰ সেই vcd দীনবোৰে ভাল আছিল নয়ন দাক দেখী। Happy

  • @vivekhazarika7141
    @vivekhazarika7141 Před rokem +9

    Eitu interview Sai kune kune junbai movie t Nayan dak sabo search korisa like korasun😆 asene mur nisina kunba

  • @rulideka6859
    @rulideka6859 Před rokem

    Bohut val lagil ❤️Nayan da all time fvrt ❤️❤️😍😍

  • @manuj1158
    @manuj1158 Před rokem +10

    My favourite actor Nayan daa❤️❤️❤️

  • @mouchumisaikia6554
    @mouchumisaikia6554 Před rokem

    ভাল লগা মানুহ জনক দেখি সঁচাই ভাল লাগিল

  • @ditimanbordololoi5923
    @ditimanbordololoi5923 Před rokem +2

    দেমফুল 😎🔥_______ভাল লাগে মানুহজন ❤বহুত প্রিয় ❤ Love you❤ নয়ন দা ❤

  • @mithuraja6478
    @mithuraja6478 Před rokem

    বহুত বেয়া লাগিলে আপোনাৰ চেহেৰাতো দেখা পায় অলপ যত্ন লব আপুনি দাদা বহুত মৰম যাচিলো নলবাৰীৰ পৰা ❤️❤️❤️❤️❤️

  • @akhilgogoi1869
    @akhilgogoi1869 Před rokem +2

    Bhout bhal lagil

  • @nibarangogoi6656
    @nibarangogoi6656 Před rokem +1

    Kothabur hosakoi Bohut val lage..emn gohin gombhir vabe 🥰

  • @mr_blackkkkkk2734
    @mr_blackkkkkk2734 Před rokem +3

    Mur bohut priyo manuhjon. Imn hohoj horol kotha botora❤️

  • @Cherry-gogoi555
    @Cherry-gogoi555 Před rokem

    ভাল লগা অভিনেতা গৰাকী। কোঁৱৰপুৰৰ কোঁৱৰ লৈকে দেখি ভাল পাইছিলো । আজি স্বাস্থ্যৰ পৰিবৰ্তন দেখা পাইছো । তেখেতৰ স্বাস্থ্যৰ উন্নতি আশা কৰিলোঁ। God bless you 💐

  • @nayanmoni9301
    @nayanmoni9301 Před rokem +4

    প্ৰিয় অভিনেতা জন❤️😊

  • @bhabanidutta3680
    @bhabanidutta3680 Před rokem +5

    Sasoni hero 🥰🥰🥰🥰

  • @dreamShddch
    @dreamShddch Před rokem +2

    ডেমফুল নামেৰে মোৰ প্ৰিয় ❤️❤️❤️ আৰু সদায় থাকিব।

  • @mridupawanborah7246
    @mridupawanborah7246 Před rokem +1

    Nayan nilim da Mur favourite actor ❤️❤️❤️

  • @RkR8077
    @RkR8077 Před rokem

    Dhuniya lagily bro ❤️

  • @mantuhaloi4159
    @mantuhaloi4159 Před rokem +31

    চেহেৰাটো বহুত পৰিৱৰ্ত্তন ! ভিতৰত বহুত tension থকা যেন লাগিছে

    • @rantugogoiofficial2770
      @rantugogoiofficial2770 Před rokem +1

      "বন্ধু" চৰিত্ৰ ৰ কাৰণে নিজকে সলনি কৰিছে

    • @nehaslifens7705
      @nehaslifens7705 Před rokem

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo ❤️ support kribo,,,,

    • @raktimbora4673
      @raktimbora4673 Před rokem +1

      @@nehaslifens7705 nasau kla

    • @Barasha584
      @Barasha584 Před rokem

      @@nehaslifens7705 nasauu poisa dbo lgibo mok

    • @hiteshpathak51
      @hiteshpathak51 Před rokem

      Jagat dharise dada

  • @jintudas5087
    @jintudas5087 Před rokem +17

    Jonbai film kebol film a nasil...loralikalor amar non critical love emotion asil.. Jonbai mor xoday favorite thakibo.

  • @newsindia23
    @newsindia23 Před rokem +2

    Bohut din murot dekhilu 😌 Agor din boror kotha monot pori gol... Miss u demful...

  • @oghaitong5429
    @oghaitong5429 Před rokem +2

    nayan dak dekhi jonbaik logi mont pori gol ,,ki din asil xela mnt pore ketiyaba😢😢😢😢

  • @monujgogoi1430
    @monujgogoi1430 Před rokem +6

    All time favourite ❤️

  • @chandraa5971
    @chandraa5971 Před rokem +2

    Nice Nayan da❤️❤️

  • @utpalentertainm...6808
    @utpalentertainm...6808 Před rokem +6

    প্রিয় অভিনেতাজন সদায় ভালে থাকক❤️❤️❤️❤️❤️❤️

  • @hgrofficial6399
    @hgrofficial6399 Před rokem +1

    Bohu dinor pisot dekha Pai vl lagil.. love you bro

  • @sankarsarania3186
    @sankarsarania3186 Před rokem

    Bhut dinor murot log pai bhut Val lagil🥰

  • @souravjyotikalita6846
    @souravjyotikalita6846 Před rokem +1

    Anuthan Tu sai bht val lgil bht njona kotha gom palu demful dar😊❤ valke care lobo nayan dai 🙏

  • @rimonjumon3018
    @rimonjumon3018 Před rokem +6

    নয়ন দা আমাৰ কাৰনে আবেগ , সচাই বহুত ভাল লাগিল , ধন্যবাদ বাৰ্তলাপ

  • @TravelRajib.
    @TravelRajib. Před rokem +3

    All time favourite Nayan da

  • @bebydas2428
    @bebydas2428 Před rokem +1

    Patoliya boyokhr song tu mr fvrt asile❤️

  • @merapyarabharat1385
    @merapyarabharat1385 Před rokem +1

    He look so different person drastically change might be following strick diet , heavy workout.
    We love you dada bht childhood memories ase apunar vcd burr lagot.

  • @dibruwal_puwali
    @dibruwal_puwali Před rokem +2

    All time favorite nayan da❤

  • @preejuevan8413
    @preejuevan8413 Před rokem

    #bandhu#hitt#nayan#nilim#da#❤

  • @rumigogoi805
    @rumigogoi805 Před rokem

    Bohut val lagil demful nayan nilim dar video tu say bohut basar past nayan da katha pota dekhi

  • @namitahazarika8204
    @namitahazarika8204 Před rokem +1

    Anushasan 2 sai khub val lagil👌 Nayan dada amar Naharkotiya r lora deki val lagil.

  • @kunhi_phukinmung
    @kunhi_phukinmung Před rokem

    Wow bhut dinor pist dekhilu nayan nilim dak ❤

  • @ibrahimtalukdar4320
    @ibrahimtalukdar4320 Před rokem +3

    One of my favourite actor... Love you Nayan da🥰🥰🥰God bless you 🙏

  • @simparshreedas5439
    @simparshreedas5439 Před rokem

    Vl lagil sai😌❤️

  • @shashiburagohain4558
    @shashiburagohain4558 Před rokem +46

    নয়নদাৰ কথাবোৰ বৰ অনুপ্ৰেৰণামূলক... সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ... 💖🙏

    • @nehaslifens7705
      @nehaslifens7705 Před rokem

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo ❤️ support kribo,,,,

  • @dharitrikalita35
    @dharitrikalita35 Před rokem

    ডেমফুলৰ অভিনয় চাই বহুত ভাল লাগে ।
    ,🙏🙏❤️❤️

  • @kangkanasharma6719
    @kangkanasharma6719 Před rokem

    Nayan da love from Itanagar.....apunar junbai khan , patolia gantu mur bahut val.pratitu character val laga .valdare thakibo.❤❤❤❤❤❤❤❤

  • @Rubulgogoi209
    @Rubulgogoi209 Před rokem +1

    নয়নৰ অভিনয় বহুত ভাল লাগে । তেওঁক সময়ত অভিনয়ৰ সুবিধা দিব লাগিছিল । তুমি আগুৱাই যোৱাা ।

  • @jmbassamesepoemandculture6858

    ভাল লগা মানুহ জন,,,,কাম বোৰ সদায় ভাল লাগে।

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 Před rokem +1

    Luv u nayan da always

  • @goldenassam8164
    @goldenassam8164 Před rokem +1

    সুন্দৰ...

  • @dutta22
    @dutta22 Před rokem +3

    *ডিভিডি জগতৰ একমাত্র প্রিয় অভিনেতা নীলিম দা 🤞💝খোলা মনৰ ব্যক্তি😍 সোণালী দিনবোৰ খুব ভাল লাগিছিল সেইবোৰ সময়*

  • @GK-bj6fh
    @GK-bj6fh Před rokem

    Great speech Nayan da

  • @nandini20481
    @nandini20481 Před rokem

    Bohu dinor pisot dekhilu apunak nayan dada bht val lagil 🌺

  • @malayataid4420
    @malayataid4420 Před rokem

    বেলেগ বুলি ভাবিছিলো,,,প্ৰিয় মানুহ💞💞

  • @Sanjida156
    @Sanjida156 Před rokem

    Vl lagile sai .....🙏🙏🙏🙏🙏🙏

  • @amazing5422
    @amazing5422 Před rokem +1

    Nayan dai hahi kin2 moja dise ☺️❤️

  • @lachitdutta4292
    @lachitdutta4292 Před rokem +1

    Mnuh jon bohut khinale...bohut vl paw dada r ovinoi....

  • @donsaloiofficial6955
    @donsaloiofficial6955 Před rokem +1

    Nayan da aponak bhut khin lagise . 😭 Love u দেমফুল

  • @juribaishya9733
    @juribaishya9733 Před rokem +2

    Nayan nilim❤️❤️❤️😘😘

  • @mridupuja6911
    @mridupuja6911 Před rokem

    Bohut dinor pora vabi asilu kio dexa napaw noyan daak Aji dexisu my frevarut actor apuni ag bahi jauk xodai dada❤️❤️😍😍 love from morigaon dada

  • @priyankabaruah7786
    @priyankabaruah7786 Před rokem

    প্ৰিয় ব্যক্তি জন 🥀

  • @jeutiray1394
    @jeutiray1394 Před rokem +1

    Nayan daa aponak bemeriya jen lagise...

  • @pipulnath9441
    @pipulnath9441 Před rokem +7

    Actor ejon putola ji nosuai take nase.... Ki muhoniya kotha.... Salute nayan daaa... Gd bls u... Aru sakrapani da apunuak je manib laheb... Bor beleg anusthan kore... Agbahi jaok tare kamana korilu