আমাৰ মৰমৰ নাম : দেৱকণ্যা বৰঠাকুৰ (Devkanya Borthakur) ❤️

Sdílet
Vložit
  • čas přidán 28. 03. 2022
  • #sukanyarajguru
    #bindasssukanya
    #devkanyaborthakur
  • Zábava

Komentáře • 2,5K

  • @BINDASSSUKANYA
    @BINDASSSUKANYA  Před 2 lety +64

    ইমান মৰম আচলতে পোৱাটো সৌভাগ্যৰ কথা। মন ভৰি গৈছে ইমান আদৰ দেখি। আপোনালোক মোৰ সাহস।।।। 🙏🙏 সদায় আপোনালোকৰ হৈ থাকিবলৈ আশীৰ্বাদ কৰিব। আগৰ দৰে সকলোকে ব্যক্তিগত ভাবে reply কৰিব পৰা নাই। বেয়া নাপাব। নতুন জীৱনৰ ব্যস্ততা বহুত । প্ৰাৰ্থনা বোৰত আমাক ৰাখিব সদায়। ছোৱালী জনীক আশীৰ্বাদ কৰিব।।।। 🙏🙏🙏

  • @chayanikadas893
    @chayanikadas893 Před 2 lety +31

    সুকন্যা বা জীৱন যাত্ৰাত মাতৃ হিচাপে জন্মগ্রহণ কৰা দিনটোৰ বহুতো শুভেচ্ছা। সুখৰ ৰ'দজাক জিলিকি ৰওঁক জীৱনৰ ৰান্ধনী বেলিৰ লৈকে। মৰমৰ ধৰালৈ স্বাগতম সোণ মা🥰🥰জীৱনটো সুখৰ বন্যাৰে উপচি পৰা মৰমলগা হেঁপাহ দেৱকণ্যা সদায়ে কুশলে থাকক❤

  • @renudas1994
    @renudas1994 Před 2 lety +2

    দুয়োজনৰে আধা আধা নাম লগাই এটি সুন্দৰ নাম সজাই ৰাখিলা। সুন্দৰ।

  • @riyamundaofficial8352
    @riyamundaofficial8352 Před 2 lety +3

    Baa , আপোনাৰ কণমানি দেৱকণ্যালৈ আৰু গোটেই😇😇 পৰিয়াল বৰ্গলৈ বহুত বহুত মৰম যাচিলো🙏
    সদায় এনেদৰে হাঁহি ধেমালিৰে ভাল সস্কাৰে আপোনাৰ ছোৱালীক আগুৱাই যায় 🥰🥰 তাৰে কামনাৰে God bless you to💖 দেৱকণ্যা😘😘😘🙏

  • @jurisarmah3442
    @jurisarmah3442 Před 2 lety +11

    সুকন্যা আৰু দেৱাশীষক আন্তৰিক অভিনন্দন জনালোঁ,, লগতে দেৱকন্যাক বহুত বহুত মৰম আৰু আশীৰ্বাদ জনালো l মাতৃ হোৱাতো জীৱনৰ এটা ডাঙৰ আনন্দ,,, কুশলে থাকা 😍😍

  • @rashmirekhadas7095
    @rashmirekhadas7095 Před 2 lety +20

    বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলো ❤️ বহুত বহুত মৰম কণমানি টিকলি লৈ😘💖

  • @bandanadas7096
    @bandanadas7096 Před 2 lety +6

    অভিনন্দন দুয়োজনলৈ 💞 কণমানিজনী বৰ মৰম লগা নামটোও ধুনীয়া 😘❤ ভগৱানে তিনিওজনকে ভালে কুশলে ৰাখক 👏

  • @mbcreation6098
    @mbcreation6098 Před 2 lety +2

    আপোনালোক দুয়োলৈকে বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন আৰু দেৱকন্যা বহুত বহুত মৰম। সদায় কুশলে থাকা ।

  • @assamessvlog7846
    @assamessvlog7846 Před 2 lety +14

    এজনী মাক হোৱাটো বহুত শুভ ভাইগৰ কথা, সুকান্য বহুত সুখী দিয়া তোমালোক এজনী ছোৱালী পইছা ভালে কুখলে ডাঙৰ দীঘল হক তাৰে ভগবানৰ ওচৰত প্রথনা কৰিছোঁ,🙏🙏🙏

  • @sunayanaboruah5356
    @sunayanaboruah5356 Před 2 lety +14

    বহ বহু শুভেচ্ছা যাচিলোঁ আপোনালোক তিনিওকে🙏🌹
    আগন্তুক দিনবোৰ মৰম চেনেহেৰে জিপাল হৈ পৰক আপোনালোকৰ জীৱন তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা🙏
    কণমানিক বহু বহু মৰম আৰু আশীৰ্বাদ💝🤗
    নাম এটি ভাবি আপোনাক জনালো- "দেৱাংগনা"

  • @kabitanath5619
    @kabitanath5619 Před 2 lety +3

    আমাৰ অকণমানি মাইনাজনীৰ লগতে তোমালোক দুয়ো জনলৈ বহুত বহুত বহুত মৰম থাকিল💓💓💓💓💓💓

  • @ratulsaikia7675
    @ratulsaikia7675 Před 2 lety

    বহুত বহুত শুভেচ্ছা বা আৰু ভিনডেউ। ❤️,, আৰু ইমান এটা ধুনীয়া নাম দিলা। "দেৱকন্যা"❤️👍

  • @kankanagogoi3940
    @kankanagogoi3940 Před 2 lety +5

    দুই জনলৈ বহুত বহুত অভিনন্দন জনালো ।আৰু কণমানি জনিক স্বাগতম জনালো ।আপোনালোকৰ সংসাৰ খন সুখেৰে ভৰি পৰক।💕💕🤗

  • @ganeshthakuria8081
    @ganeshthakuria8081 Před 2 lety

    বহুত বেছি ভাল লাগিল এইটো ভিডিঅ চাই। এই ভিডিঅ টো আপোনাৰ ছেনেলৰ বিশেষ ভিডিঅ। দেবকন্য লৈ বহুত মৰম আৰু আশি‌বাদ।😘💖
    আপোনালোকলৈ শুভকামনা জনালো।

  • @pujasaikia8931
    @pujasaikia8931 Před 2 lety +5

    মাতৃত্ব জীৱনলৈ শুভকামনা জনালোঁ বা❤️। আমাৰ ভাগিনীজনীক যাতে ভগৱানে কুশলে ৰাখে তাকে প্ৰাৰ্থনা কৰিছো। ভিডিঅ'টো চাই আবেগিক হৈ পৰিছিলো কাৰণ মাহী হোৱা আনন্দত । আপুনি ও নিজৰ যত্ন লব । তেতিয়াহে আমাৰ ভাগিন ৰ যত্ন লব পাৰিব। ভালে থাকক সদায় ।❤️

  • @gayatrirajguru6854
    @gayatrirajguru6854 Před 2 lety +14

    দুয়োজনলৈ অভিনন্দন আৰু কণমানিজনীলৈ বহুত মৰম দিলোঁ 😘।নামটো বৰ সুন্দৰ ৰাখিলা।ঈশ্বৰে তোমালোকক কুশলে ৰাখক।

  • @ADevi-qe4vm
    @ADevi-qe4vm Před 2 lety +38

    Congratulations to both of you 💐
    Welcome to Assam Devkanya❤️❤️

  • @mayurigogoi7490
    @mayurigogoi7490 Před 2 lety +1

    বহুত বহুত অভিনন্দন তোমালোকলৈ।মাইনালৈ বহুত বহুত মৰম আশীৰ্বাদ থাকিল।বৰ ধুনীয়া নাম দিলা দে ।

  • @dipikavlogs8790
    @dipikavlogs8790 Před 2 lety

    Bhut bhut morom দেৱকণ্যা তোমাৰলৈ ।তুমি সোনকালে ডাঙৰ হোৱা ।তুমাক বহুত আৰ্শিবাদ আৰু মৰম ।বহুত শুভেচ্ছা থাকিল মাক আৰু দেউতাকলৈ❤️❤️

  • @parchi641
    @parchi641 Před 2 lety +6

    Heartiest congratulations on having a cute little baby girl..May God bless you little angle...Loads of love to u angel n ur parents❤️

  • @nijaradas603
    @nijaradas603 Před 2 lety +18

    বহুত বহুত মৰম থাকিলে বা। এতিয়াৰ পৰাই লক্ষ্মীজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ❤️❤️❤️🥰

  • @khimapriyomvlogs805
    @khimapriyomvlogs805 Před 2 lety

    খুউব ভাল লাগিল ভিডিঅ টো চায়।আৰু বিশেষ কথা এটাত বেছিকৈ ভালো লাগিল যে দেৱকণ্যা ৰ জন্মদিন ত মম নুনুমাই চাকি জলাম বুলি কোৱা।। লগতে আপোনালোক দুয়োকে বহুত শুভেচ্ছা থাকিল।।

  • @adentertainmend5066
    @adentertainmend5066 Před 2 lety +1

    সদায় ভালে থাকক, অনাগত দিনবোৰত সমূহে গৌৰৱ কৰিব পৰাকৈ পৰিচিত হ'ওক মৰমৰ দেৱকণ্যা সেয়াই ভগৱানৰ ওচৰত আন্তৰিকতাৰে প্ৰাৰ্থনা জনাইছোঁ

  • @ashasmitasarmah
    @ashasmitasarmah Před 2 lety +26

    তোমালোক দুয়োলৈকে বহুত শুভকামনা থাকিল ❤💐 আৰু কণমানি ❤দেৱকন্যা❤ লৈ বহুত মৰম আৰু আৰ্শীবাদ থাকিল ❤✨
    ভালে থাকা সকলো ☺❤✨ Lots Of Love From Lakhimpur Bihpuria ☺✨

  • @bornaliborah1237
    @bornaliborah1237 Před 2 lety +10

    Congratulations to both of you 😍🥳🎊 May god bless her 🥰😚
    Take care baa❤

  • @nikumaninathvlog4729
    @nikumaninathvlog4729 Před 2 lety

    Bohut ceut aru mor fav actor Tumi ba and happy birthday sukanya baa and God bless you 💝🎂

  • @nimishagoswami8666
    @nimishagoswami8666 Před 2 lety

    বহুত মৰম থাকিল দেৱকন্যালৈ।লগতে তোমালোক দুই জনলৈ শুভেচ্ছা থাকিল।ধুনীয়া ধুনীয়া vdo চাব পাম বুলি আশা থাকিল।

  • @MSB-e3x
    @MSB-e3x Před 2 lety +57

    Congratulations to both of you,, নাম টো বহুত ধুনীয়া,,ঈশ্বৰে যেন তাইক সদাই সুস্থ আৰু সবল কৰি ৰাখে❤️

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 Před 2 lety +15

    দেৱকণ্যাৰ ভৱিষ্যত মঙ্গল কামনা কৰিলো।
    লগতে ভন্তি সুকণ্যা আৰু দেৱাশীষলৈ অভিনন্দন আগবঢ়ালো।

  • @kritishahazarika
    @kritishahazarika Před 2 lety

    Aio 🥺 💓 tikli জনী লৈ বহুত বহুত মৰম ❤️ ভগৱানে সদায় ভালে ৰাখক 😘

  • @garimanath4397
    @garimanath4397 Před 2 lety +1

    কণমানি জনীলৈ বহুত মৰম আৰু আশীৰ্বাদ থাকিল 🥰🥰🥰😘😘😘♥️♥️♥️

  • @musfikaislam1353
    @musfikaislam1353 Před 2 lety +4

    So cute beti. God bless both of u maa n beti. Love frm Gelakey

  • @hengulia3203
    @hengulia3203 Před 2 lety +19

    ইমান মৰম লগা কনমানি জনী। বহুত বহুত অভিনন্দন জনালো তোমালোকলৈ । নতুন জীৱনতো যাতে ভালে য়ায় তাৰে কামনা কৰিলো।

  • @biologypathshala6851
    @biologypathshala6851 Před 2 lety +2

    I got tears out of happiness after watching this video 🤗🥲.... congratulations Sukanya baa and Debashis vindeu..

  • @daisyvlogs30
    @daisyvlogs30 Před měsícem

    দেৱকণ্যা জন্ম হোৱা দুবছৰ হৈ গ'ল কিন্তু মই এতিয়াও মাজে মাজে চাওঁ কিমান যে ভাল লাগে এই বিশেষ ভিডিঅ'টো চাই 🥰🥰🥰

  • @sadixa5770
    @sadixa5770 Před 2 lety +14

    Congratulations to both of you 💕🤍 may God bless her ✨

  • @assamesevloggersmitakhi1107

    কণমানিজনীলৈ বহুত বহুত মৰম আৰু তোমালোকলৈ বহুত বহুত শুভেচ্ছা❤️

  • @bobitadutta8206
    @bobitadutta8206 Před 2 lety

    কনমানি জনীলৈ বহুত মৰম আৰু আৰ্শীবাদ থাকিল।শেৱালি বাইদেউৰ ফুৰ্তি দেখি বৰ ভাল লাগিছে

  • @violinadeka5409
    @violinadeka5409 Před 2 lety

    কনমানি ভাগিনি জনি লৈ বহুত মৰম চেনেহ যাচিলোঁ মাইনা বা আৰু আপোনালোকক অভিনন্দন জনালোঁ 😘😘😘

  • @trishnalaskar23
    @trishnalaskar23 Před 2 lety +3

    বহুত বহুত অভিনন্দন জনালোঁ বা। কণমানিজনীৰ লগতে তোমালোকো কুশলে থাকা ❤

  • @armyblink97778
    @armyblink97778 Před 2 lety +15

    বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলো ,দেবকন্যাজনী বহুত মৰম লগা দেই বহুত মৰম তাইলৈ 😘😘❤❤

    • @BINDASSSUKANYA
      @BINDASSSUKANYA  Před 2 lety +3

      দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏

    • @armyblink97778
      @armyblink97778 Před 2 lety +1

      @@BINDASSSUKANYA নিশ্চয় আমাৰ মৰম আৰু আশীৰ্বাদ সদায় থাকিব তাইলৈ 😘

  • @dipunath6643
    @dipunath6643 Před 2 lety

    Bahut bahut morom thakil baa......bhogobane vle rakhok aponalokk....Love u debokanya♥️😘😘.....

  • @astomgogoi9173
    @astomgogoi9173 Před 2 lety

    মৰম লগা হয় বহুত মৰম আৰু শুভেচ্ছা থাকিল নামটো বহুত ধুনীয়া

  • @parishmitakashyap7150
    @parishmitakashyap7150 Před 2 lety +6

    Heartiest congratulations to both of youu ❤️ lots of love and wishes to you little sweetheart...god bless youuu ❤️🧿

  • @rubibonia1416
    @rubibonia1416 Před 2 lety +11

    বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল মাইনাজনীলৈ♥️♥️♥️ সুস্থ আৰু শক্তি শালী হোৱা🥰🥰🥰 আশীৰ্বাদ থাকিল আমাৰ মৰমৰ দেৱকণ্যা লৈ 😘😘❤️❤️

  • @priyankasaikia4908
    @priyankasaikia4908 Před 2 lety

    Xorogor pori Devokanya..........ata lesso ase from class 3.....tat asil ai nam tu God bless ❤️❤️❤️

  • @popychetia4228
    @popychetia4228 Před 2 lety +1

    ভিদিঅ টো চাই বহুত বহুত বেছি ভাল লাগিল। অকণমানি জনী ইমান মৰম লগা।💞💞💞❤️❤️❤️

  • @arabindavlogs300
    @arabindavlogs300 Před 2 lety +5

    Congratulations to both of you ❤️💐💐may God bless her 😍

  • @user-ct1dc9co2w
    @user-ct1dc9co2w Před 2 lety +39

    Congratulations to both of you 💐❤ may God bless her ✨

    • @BINDASSSUKANYA
      @BINDASSSUKANYA  Před 2 lety +11

      দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏

    • @balendas3937
      @balendas3937 Před 2 lety

      Kybkcvn

    • @kangkanasaikia1722
      @kangkanasaikia1722 Před 2 lety +1

      Congratulations to both of you ❤️

    • @balendas3937
      @balendas3937 Před 2 lety

      @@kangkanasaikia1722 miotevmuvikmlomknvbngxsu

  • @shayaranigogoi9786
    @shayaranigogoi9786 Před 2 lety

    বহত বহুত শুভেচ্ছা আৰু মৰম থাকিল। আপুনাৰ এই ভিডিওটি সচাকৈ বহুত ভাল লাগিল

  • @purnimamajumdar1803
    @purnimamajumdar1803 Před 2 lety

    দেৱকন্যালৈ বহুত বহুত বহুত মৰম ,, ভালে থাকক কলিজাটো

  • @juntichutia4229
    @juntichutia4229 Před 2 lety +3

    Congratulations both of you.... And welcome to baby ❤️. Lots of love 💚

  • @rumibhuyan3937
    @rumibhuyan3937 Před 2 lety +3

    Congratulations both of you ❤️😘🦋 God bless to Devkonya 😘❤️

  • @nirubezbaruah6369
    @nirubezbaruah6369 Před 2 lety

    বহুত ভাল লাগিছে ঐ বা খবৰটো শুনি। ইমান মৰম লগা মাইনা, মোৰ সচাই এবাৰ লগ পাবলে বহুত মন গৈছে।

  • @sopon6499
    @sopon6499 Před 2 lety +1

    মইনা জনীক ভগৱানে ভালে ৰাখক❤️❤️❤️

  • @bhaswatideka9329
    @bhaswatideka9329 Před 2 lety +3

    Congratulations to both of you ba and dada god bless her ❣️

  • @lalitakakati7899
    @lalitakakati7899 Před 2 lety +7

    অভিনন্দন জনালোঁ বা। দেৱকন্যা খুব সুন্দৰ নাম।মৰমলগা দেৱকন্যালৈ বহুত বহুত মৰম যাচিলোঁ😘😘❤️❤️ভালে থাকক কণমানিজনী।

  • @lizadevi2067
    @lizadevi2067 Před 2 lety

    তোমালোক দুয়োজনলৈ বহু বহু বহু অভিনন্দন জনালোঁ.......তোমালোকৰ নতুন পৰীজনী সদায়ে কুশলে থাকে তাৰেই কামনা ভগৱানৰ ওচৰত......
    দেৱকন্যা বহুত মৰম তোমালৈ 😘😘😘....

  • @dipshikhadas7398
    @dipshikhadas7398 Před 2 lety

    Apunalukor iman hepah iman morom dekhi moi utfullito hoi golu.. 🥺 god bless her.

  • @dearuniversepoetry5349
    @dearuniversepoetry5349 Před 2 lety +3

    Heartiest congratulations to both of you,Baa😊❣️

  • @Moon_Kalita
    @Moon_Kalita Před 2 lety +9

    Congratulations to both of you 😘. God bless to Devkanya 💓

  • @Anannya8
    @Anannya8 Před 2 lety

    বহু ত মৰম যাচিছো মাইনী জনীক। উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @NikumaniVlogs
    @NikumaniVlogs Před 2 lety +74

    Baa , আপোনালোকৰ ছোৱালী দেৱকন্যা বৰ মৰম লগা। দেৱাসিশ দাৰ নামেৰে দেৱ আৰু সুকন্যা বা ৰ নামেৰে কন্যা ।দেৱ+কন্যা=দেৱকন্যা। । বৰ ধুনীয়া নাম। আশা কৰোঁ মাইনা আৰু তুমি ভালে আছা। মাইনা আৰু তোমাৰ মঙ্গল হওক তাৰেই কামনাৰে --- আপোনাৰ শুভাকাঙশী

  • @lunagayan3368
    @lunagayan3368 Před 2 lety +22

    বা এটা নতুন জীৱন 💜 congratulations to both of you😘😘🌼 God bless her✨

  • @mousumisaharia125
    @mousumisaharia125 Před 2 lety

    বহুত বহত ভাল লাগিল দেৱ কন্যা লগতে মাক দেউতাকৰলৈ অভিনন্দন জ্ঞাপন কৰিছো 🌷💚🙏

  • @nitubarua3352
    @nitubarua3352 Před 2 lety

    Congratulations to both of you,দেৱকন্যা খুবেই সুন্দৰ নামটো।কণমানি জনীলৈ বহুত মৰম আৰু শুভাশীষ জনালো।

  • @praptipujabora735
    @praptipujabora735 Před 2 lety +12

    অভিনন্দন বা❤️✨ ভগৱানে কণমানি জনিৰ লগতে তোমাৰ পৰিয়ালটোক ভালে কুশলে ৰাখে যেন 🙌😘

  • @pranitakalita8338
    @pranitakalita8338 Před 2 lety

    বহুত ভাল লাগিল কনমানি জনি ভগৱানে ভালে ৰাখক তাৰ কামনাৰে❤️❤️❤️❤️❤️❤️❤️

  • @bhumikaminivlog
    @bhumikaminivlog Před 2 lety

    Congratulations ba❤️❤️❤️❤️ মাইনা জনী আৰু আপুনি কুশলে থাকক🥰🥰🥰 আপুনি সোনকালে সুস্থ হৈ উঠক❤️❤️❤️মাইনা জনীৰ নামটো সচাকৈ বহুত ধুনীয়া লাগিছে🥰🥰

  • @btsworld8637
    @btsworld8637 Před 2 lety +7

    May your baby be blessed with good health,love and laugher,Warmest congratulations on the birth of your sweet baby girl.Welcome to the world little one💖💖❤❤

  • @Mitashri_Khaund
    @Mitashri_Khaund Před 2 lety +21

    অভিনন্দন বা❤️❤️ কণমানি জনিলৈ বহুত বহুত মৰম আৰু শুভকামনা জনালোঁ❤️

  • @upakulparashar8628
    @upakulparashar8628 Před 2 lety

    My favorite assmese actress
    Love you maina ... Maina Tumi bhale thaka ... Love you maina❤️🥳❤️ .. god always bless you

  • @sumongogoi2617
    @sumongogoi2617 Před 2 lety

    Congratulations🎉🥳👏 Sukanya baa ru Debasish bhindew.. Konmani jonik aai prithibiloi swagotom ❤❤❤❤❤

  • @riyanasrin9405
    @riyanasrin9405 Před 2 lety +6

    Congratulations to both of you ❤️ may god bless her❤️

  • @narsinbegum4171
    @narsinbegum4171 Před 2 lety +5

    Congratulations to both of you may god bless her✨✨💫💫

  • @gargikashyap7269
    @gargikashyap7269 Před 2 lety

    Emn cute❤️❤️bhutt bhutt মৰম বা আপোনালোকলৈ

  • @dharitreesahariah...573

    Gukhai mnoh2k সদায় ভালে ৰাখক কুশলে ৰাখক ঈশ্বৰে....🙏🙏 Bhut bci moram ru akhirbad ♥️

  • @antaramudoi9061
    @antaramudoi9061 Před 2 lety +3

    Nametu bor dhunia.God bless you 🥰😍

    • @BINDASSSUKANYA
      @BINDASSSUKANYA  Před 2 lety

      দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏

  • @sangitabora5876
    @sangitabora5876 Před 2 lety +3

    Congratulations to both of you💙💖💐💐✨🎊🎉, may God bless this little cutie pie angel😘❤, Devkanya is such beautiful name 😇

  • @ashokgoswami5017
    @ashokgoswami5017 Před 2 lety +1

    Dhuniya lagise video Tu aru tumalokor baby Tu sukanya❤.

  • @binitamahanta7567
    @binitamahanta7567 Před 2 lety

    Bhutei Val lagil aponalkor khbr to pay, xuvessa thakil kanmani dabokanya loi. Nam dhunia milay rakhise xundar nam.

  • @angitagogoi4607
    @angitagogoi4607 Před 2 lety +5

    ইমান মৰম লগা কণমাণিজনী 😘💞💗দুয়োলৈকে অভিনন্দন জ্ঞাপন কৰিলো 🙏🏻🌸

  • @dolineog8014
    @dolineog8014 Před 2 lety +5

    Congratulations baa and vindew❤️🥺 stay blessed puwali joni❤️🌚

    • @BINDASSSUKANYA
      @BINDASSSUKANYA  Před 2 lety

      দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏

  • @mitalilaskar2356
    @mitalilaskar2356 Před 2 lety

    Deba kanya bar xundar nam may God bless her lgte congress to both of u new new ma ru papa🥰

  • @sumibhuyan4419
    @sumibhuyan4419 Před 2 lety

    congrts both of you..মাইনালে বহুত বহুত মৰম,

  • @kaberikalita6847
    @kaberikalita6847 Před 2 lety +7

    Congratulations to both of u 🥰 God bless her ❤️❤️

  • @arotimachari5509
    @arotimachari5509 Před 2 lety +32

    অশেষ মৰম আৰু শুভকামনা ❤️ভগৱানে কণমানি জনীক কুশলে ৰাখে যেন 🙏🙏

  • @pallabirabha9557
    @pallabirabha9557 Před 2 lety +1

    অভিনন্দন জনালো বা 🥰 কণমানি জনীলে বহুত বহুত মৰম জাচিলো ❤️❤️ ভগৱানে তোমালোক সকলোকে ভালে ৰাখক 🥰🥰❤️❤️

  • @archanamisra7153
    @archanamisra7153 Před 2 lety

    Name tu bahut val lagise...konmani jonik bhogobane aashirwad korok... Love you to 🥰... Congratulations to both of you....

  • @Gitasree204
    @Gitasree204 Před 2 lety +8

    বা নামটো বহুত ভাল লাগিছে 😘❤😇 অকণমানি দেৱকণ্যালৈ অলেখ মৰম জাছিলো 😘😘😘 সদায় কুশলে থাকা ❤❤❤

  • @trishnasarma3147
    @trishnasarma3147 Před 2 lety +6

    Congratulations to both of you

    • @BINDASSSUKANYA
      @BINDASSSUKANYA  Před 2 lety +2

      দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏

  • @axomorbuwarimonika9712

    Congratulations 💐 konmani joniloi bht bht hiya vora morom ru Aakhirbad jasilu vogobane hodai kukhole rakhok..দেৱকণ্যা bor Hundor Nam deiii💓💓💓😘😘😘😘

  • @pallabidevi271
    @pallabidevi271 Před 2 lety

    আপোনাৰ নামৰ আধা আৰু দেৱ দাৰ নামৰ আধাৰ সংযোজন ❤️❤️কৰি বৰ ধুনীয়া নাম

  • @himakshikakati8199
    @himakshikakati8199 Před 2 lety +4

    Congratulations 🎉 to both of you ba and dada🤗...May God bless her ❣️

  • @madhusmitaneog4926
    @madhusmitaneog4926 Před 2 lety +1

    Bor morom loga nam thole dai bor dhunia nam .❤️❤️❤️

  • @its_ilisha
    @its_ilisha Před 2 lety +2

    All blessing to you and debashish da aru devkany..lots of love 💕💕

  • @monasreehazarika7087
    @monasreehazarika7087 Před 2 lety +4

    Congratulations ❤ God bless you ❤

    • @BINDASSSUKANYA
      @BINDASSSUKANYA  Před 2 lety +3

      দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏

  • @bitubaruah1504
    @bitubaruah1504 Před 2 lety +4

    Congratulations to both of you❤God bless her♥

  • @nayanmonidevi6469
    @nayanmonidevi6469 Před 2 lety

    মৰম লগা মাইনা জনি লৈ বহুত বহুত মৰম যাচিলো। ❤

  • @narayansarma6331
    @narayansarma6331 Před 2 lety

    বহুতো মৰম আৰু শুভেচ্ছা থাকিল কণমাণিজনী লৈ 😘😘