Best of Bhupen Hazarika | old Assamese Song | Bhupen Hazarika superhit Old Assamese song 🎵

Sdílet
Vložit
  • čas přidán 21. 04. 2024
  • BHUPEN HAZARIKA SUPERHIT SONGS | ASSAMESE JUKEBOX
    ১/ বুকু হম হম কৰে
    ২/ হে শ্বহীদ প্রনামো তোমাক
    🌹ড॰ ভূপেন হাজৰিকা (জন্ম : ৮ ছেপ্টেম্বৰ, ১৯২৬ - মৃত্যু : ৫ নৱেম্বৰ, ২০১১ ) অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবঙ্গ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড॰ হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভুত উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। সংগীত, সাহিত্য, পৰিৱেশ্য কলা , চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল।
    চেনেলৰ যােগেদি অসমৰ লগতে বিভিন্ন প্রান্তত থকা সকলােকে স্বাগতম জনাইছাে। প্রিয় বন্ধু বান্ধবী সকল আপােনালােকক সদায় মনােৰঞ্জন, লগতে সকলাে ধৰণৰ গান সুৰ ভিডিওঁ এই চেনেলত আগবঢাই আহিছাে গতিকে বন্ধু সকল আমাৰ এই চেনেলটি আপােনা লােকৰ যদি অলপ হলেও ভাল লাগে তেন্তে আপােনাৰ অলপ মৰম সহাৰি আমাৰ বাবে চিৰ কৃতজ্ঞ। লগতে এই চেনেলত এতিয়া কিছুমান গান bhupen hazarika get Copy কৰা হৈছে। Please Request কৰিছো আপোনা লোকে জাতে Copyright Strike নপথিয়া, আমাক এবাৰ Massage দিব আমি সেই Video Delete কৰিম!আমাৰ এই চেনেল তোৰ Like Comment Share আৰু SUSCRIBEE কৰিবলে নাপাহৰিব। ধন্যবাদ...জয় আই অসম।
    💌LIKE | SHARE | COMMENT | SUBSCRIBE💌
    Thanks for watching 🙏🙏🙏
    #fagunfagun
    #Zubeengarg
    #bhupenhazarika
  • Hudba

Komentáře • 5