ভগৱানে যেতিয়া পৰীক্ষা লব এই ৪টা সংকেত পাব আপুনি || 4 Signs god is testing you || God Motivation ||

Sdílet
Vložit
  • čas přidán 26. 06. 2023
  • ভগৱানে যেতিয়া পৰীক্ষা লব এই ৪টা সংকেত পাব আপুনি || 4 Signs god is testing you || God Motivation ||
    #motivational #motivation #god #krishnavani
    About this video:-
    জীৱনৰ প্ৰতিটো খোজতে আমি পৰীক্ষাৰ সন্মুখীন হবলগীয়া হয়। পৰীক্ষা অবিহনে কেতিয়াও ফল আশা কৰিব নোৱাৰি। শিক্ষামূলক জীৱনত হোৱা পৰীক্ষাৰ নিৰ্দিষ্ট দিন বাৰ থাকে। কিন্তু ভগৱানে লোৱা পৰীক্ষাৰ কোনো দিন বাৰ ঠিক হৈ নাথাকে। যিকোনো সময়ত আপুনি পৰমাত্মাৰ পৰীক্ষাৰ সন্মুখীন হৈ যাবলগীয়া হব পাৰে। কিন্তু ভগৱানে লোৱা পৰীক্ষাৰ আপুনি কিছুমান সংকেত পাব পাৰে। এয়া এনেকুৱা সংকেত যৰ পৰা আপুনি গম পাব আপোনাৰ পৰীক্ষা হৈ আছে। এই ভিডিঅটোত সেই সংকেতবোৰৰ বিষয়েই আলোচনা কৰা হৈছে।
    Your Queries -
    ভগৱানে যেতিয়া পৰীক্ষা লয়
    ভগৱানে দিয়া সংকেত
    ভগৱানৰ সংকেত
    অসমীয়া
    অমূল্য বাণী
    bhagwan jab pariksha lete hain to kya hota hai
    bhagwan ke sanket kaise milte hain
    bhagwan ki kripa ke sanket
    bhagwan ke sanket
    god signs
    god motivational video
    ভগৱানৰ কথা
    শক্তিশালী প্ৰাৰ্থনা
    পুৱাৰ প্ৰাৰ্থনা
    হৰি নাম
    হৰি নাম দিহা নাম
    ভগৱানৰ নাম
    krishna vani
    krishna gyan
    krishna motivational speech
    ভক্তি
    ভাগৱত পাঠ
    ভাগৱত পাঠ ব্যাখ্যা
    5 signs god is testing you
    #bepositive
    #motivational
    #assamese
    #inspirational
    #krishnabhuyan
    #krishnavani
    #god
    #spiritual
    #inspire
  • Zábava

Komentáře • 710

  • @rupadevi-bb8sv
    @rupadevi-bb8sv Před rokem +34

    বহু সুন্দৰে ভিডিঅটি প্ৰস্তুত কৰিছে ?
    হয় আপুনি সত্য কথা কৈছে৷ মই মহাদেৱৰ ভক্ত হয় আৰু তেওঁ মোক পৰীক্ষা লৈ আছে ৷ আপোনাক ধন্যবাদ জনালোঁ আমাক মাৰ্ক দৰ্শন দেখাই দিছে ৷ ঈশ্বৰে মংগল কৰক আপোনাক

  • @pranjalarandhara8036
    @pranjalarandhara8036 Před rokem +5

    krishma.. val lagil apunar vidio sai...

  • @himakshidaskalita2572
    @himakshidaskalita2572 Před rokem +69

    Ekdam khasa katha... Mur lgt ekebare milise... Mur lgt enekua hoi ase.. Mr biswas ase vagaban r oprt.... Thank you so much sir 🙏

  • @deepamoniphukan4288
    @deepamoniphukan4288 Před 10 měsíci +2

    Bahut bhal lagil.mur logotu ane porikkha soli ase.kintu bhagban r usort mur bisakh hodai ase.dhanyabad

  • @krishnakant6597
    @krishnakant6597 Před rokem +12

    মোৰ লগত পৰীক্ষা হৈ আছিল আৰু হৈ আছে। মই বৃন্দাবনত থাকোঁতে সাকাৰ ৰূপত যে তাত ভগৱান আছে সেইটো চমৎকাৰ ৰূপত অনুভৱ কৰিছিলো। গোটেই দিনটো মোৰ আনন্দৰ চকু পানী ওলায় আছিল। হৰে কৃষ্ণ 🙏

  • @bontiboruah5157
    @bontiboruah5157 Před 10 měsíci +11

    কথাখিনিয়ে অন্তৰ চুই গ'ল।❤️

  • @babulkumar7689
    @babulkumar7689 Před 10 měsíci +3

    Hundur oti hundur 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽

  • @anantarajkhowa6613
    @anantarajkhowa6613 Před rokem +9

    এনেকুৱা মোৰ লগত হয় । যেতিয়া ভগবানৰ ওচৰত বহু মনটো আকৌ ভাল লাগি জাই । 🌹 হৰ হৰ মহাদেৱ 🌹

  • @sayanikasaikia4452
    @sayanikasaikia4452 Před rokem +4

    বহুত বহুত ধন্যবাদ আপৌনালৈ।মোৰ জীৱনতো পৰীক্ষা আহিছে,কিন্তু তাৰ ভাল ফল মই পাইছো। আজি আপোনাৰ পৰা কথাখিনি জানি উপকৃত হলো।ভগৱানে আপোনাক ভালকৈ ৰাখক
    হৰ হৰ মহাদেব 🙏🙏🥰🥰

  • @HemadharBorah
    @HemadharBorah Před měsícem +2

    বহু বহু ধন্যবাদ 🙏

  • @papariborah2856
    @papariborah2856 Před rokem +2

    Dhanyawad
    100% shacha aru natun video puwa kamona korilu

  • @padumibhuyan816
    @padumibhuyan816 Před rokem +8

    একেবাৰে সত্য কথা, মই বাৰে বাৰে সন্মুখীন হৈছো তথাপিও ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ ।

  • @himpolnath940
    @himpolnath940 Před 3 měsíci +3

    সঁচা কথা ভাল লাগিল দাদা jai shree krishna 🙏🙏🙏

  • @Rajdeep_Bora.1
    @Rajdeep_Bora.1 Před 11 měsíci +4

    🙏 জয় শ্ৰীকৃষ্ণ মোৰ নিজৰ ওপৰত বিশ্বাস আছে হিদয় আত্মাত পৰম আত্মা জাগ্ৰত হ'ব মোৰ দিহ বিশ্বাস আপোনাৰ কথা বোৰশুনী আৰু বিশ্বাস বহি গ'ল আপোনাক বহুত বহুত ধন্যবাদ জনাইছো আপোনাক নেদেখা জনে কৃপা কৰক ওঁ সৎ গুৰুৱে নমঃ

  • @munmikalita2117
    @munmikalita2117 Před rokem +42

    একদম সঁচা কথা। মোৰ লগত মিলিছে সকলো কথা। ভগবানৰ ওপৰত বিশ্বাস আছে, ভগবানে মোক সহায় কৰিব 🙏🙏🙏

  • @anjanakhaklary937
    @anjanakhaklary937 Před rokem +2

    Vidpiy tu bhut val lagil

  • @dipikahazarika7245
    @dipikahazarika7245 Před rokem +6

    🙏🙏 বহুত ভাল লাগিল। ধন্যবাদ আপোনাক

  • @elimabegum3304
    @elimabegum3304 Před rokem +2

    Vidio to huni bohut Val lagil ene kua vidio e mon anondo kori rather thank you

  • @rekhaomsantibanskotoky55

    Bohut val lagil

  • @user-vm5hq7jc5r
    @user-vm5hq7jc5r Před 2 měsíci +1

    ধন্যবাদ আপোনাক 🙏🏻 আপোনাৰ কথাখিনিয়ে মোক বহুত প্ৰেৰণা আৰু সাহস দিলে ❤❤

  • @reetidas3864
    @reetidas3864 Před rokem +19

    সুন্দৰ কথাখিনি ভাল লাগিল শুনি । জয় শ্ৰী কৃষ্ণ 🙏🙏🙏

  • @ranusarma2100
    @ranusarma2100 Před 10 měsíci +9

    সচাঁ কথা, ভাল লাগিল চাৰ🙏
    জয় শ্ৰী কৃষ্ণ 👏👏👏

  • @gunajitkumardas6127
    @gunajitkumardas6127 Před rokem +6

    বহুত ভাল লাগিল ।

  • @user-tl7de5uh8n
    @user-tl7de5uh8n Před 11 měsíci +2

    Khub bhal lagil.

  • @user-zm1uu9ym2p
    @user-zm1uu9ym2p Před 13 dny +1

    Bohut val lagil, Sundar video

  • @gautamsaikia3564
    @gautamsaikia3564 Před 14 dny +1

    ভাল লাগিল। আৰু বিশ্বাস আছে মহাদেৱ ৰ ওপৰত ❤ কৃষ্ণ

  • @manishabaro9109
    @manishabaro9109 Před rokem +14

    জয় শ্ৰীকৃষ্ণ 🙏🙏 মোৰ ভগবানৰ ওপৰত্ বহুত বিশ্বাস আছে আৰু মই ইয়াৰ প্ৰমাণ বহু বাৰ পাইছো যিমান কঠিন পৰিষ্ঠিতি আহিলেও তেওঁ মোক সহায় কৰে... তেওঁক মই সুখতও বিচাৰো দুখতো বিচাৰো 😌🙏🙏 ঔম নমো :শিৱায় 🕉️🕉️🙏🙏

  • @diptichutia9735
    @diptichutia9735 Před měsícem +1

    Good morning sir, আপোনাৰ ‌পতিটো‌ কথা মোৰ ‌ লগত হৈআছে‌ ভগৱান নে‌ মোক‌ পৰীক্ষা লৈ‌ আছে। মোৰ ‌ বিশ্বাস ‌ এদিন ‌ জয়‌ হম❤❤❤

  • @riturajkalita2767
    @riturajkalita2767 Před rokem +9

    জীৱনত এতিয়া লৈ বহু কঠিন পৰীক্ষা দি আহিছোঁ। মৃত্যুৰ দিনটোলৈ হয়টো এনেকৈয়ে পৰীক্ষা বোৰ লৈ জুখি চাব আমাৰ ধৈৰ্য্যৰ পৰীক্ষা।

  • @HridayanandaMedhi-nn4us
    @HridayanandaMedhi-nn4us Před rokem +3

    বহুত ভাল লাগিল video টো চাই

  • @garimaborah1571
    @garimaborah1571 Před 10 měsíci +1

    Bor val lagil joi sree krishna

  • @jyotishbasumatary6923
    @jyotishbasumatary6923 Před rokem +8

    Jay shree Krishna ❤️❤️🙏🙏🙏

  • @GautamNeog-pf3wq
    @GautamNeog-pf3wq Před rokem +2

    Bhut val lgela

  • @manikakka4021
    @manikakka4021 Před rokem +1

    Bhut vhal lagil video tu sai

  • @bitulkonwar1099
    @bitulkonwar1099 Před rokem +4

    মোৰ জীৱনত এনেকুৱা বাধাৰ বহুবাৰ সন্মুখীন হৈছো,,আপুনি কোৱাৰ দৰেই হয় ।ভাল লাগিল আপোনাৰ আদৰ্শ অনুসৰণ কৰিম

  • @mainadas1233
    @mainadas1233 Před rokem +2

    Moi Xodai vogobanok vabu Jate porti tu bipodor pora muk Xohai Kore 🙏❤❤

  • @Dharitryborah4890
    @Dharitryborah4890 Před rokem +3

    সঁচাই বহুত ভাল লাগিছে । মোৰ লগতো হৈছে এনেকুৱা ।🙏 Jai shree krishna

  • @janmonigogoi6605
    @janmonigogoi6605 Před rokem +1

    Akdom hosa kotha koise,Mur lgot milise kothabur ,, joy sri krishno ,,🙏🙏🙏🙏🙏🙏🙏

  • @gayanandradeka4541
    @gayanandradeka4541 Před 11 měsíci +1

    Xunile apunar kotha blk xuni thakibo mon jai kin2 ami j bestotat thoka manuh tothapio xuno maje maje val lage jai sri krishnai namo namah

  • @gunu652
    @gunu652 Před rokem +1

    Hoi dada..🙏apunk dhonyobad..mor lgtu eibur xkolu hoi ase but bhogwan k biswakh rakhi asu..🙏
    Jai shree Krishna..🙏
    Oum nmoh shivay 🙏

  • @deepofficial2940
    @deepofficial2940 Před rokem +16

    Jaii Shree Krishna 🙏❤️❤️🙏

    • @rumeegogoi2430
      @rumeegogoi2430 Před 11 měsíci

      কৃষ্ণ কৃষ্ণ সূন্দৰ

  • @jimichetia9651
    @jimichetia9651 Před 21 dnem +1

    আপোনাৰ কথাখিনি শুনি মই বহুত শান্তি তথা শক্তি পাঁও। মোকো ভগৱানে বাৰে বাৰে পৰীক্ষা লৈ আছে আৰু তেনেকৈ বিপদৰ সময়টো সহায় কৰিছে । তেওঁৰ চৰণযুগলত মই শৰণাপন্ন হৈছো । হে কৃপাময় , শক্তি তথা ৰ্ধৈয্য দিয়া মোক, যাতে তোমাৰ পৰীক্ষাত মই উত্তীৰ্ণ হওঁ। সকলোকে কৃপা কৰা, সকলোকে সদ্‌গতি দিয়া প্ৰভূ🙏🙏

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f Před rokem +4

    বহোত বহোত ভাল লাগিল৷ নাজানো তোমাক মিনতি কৰিব প্ৰভূ তথাপি তোমাকেই ভাল পাওঁ তোমাৰ চৰনত ঠাই দিবা৷🙏🙏

  • @DGging
    @DGging Před 2 měsíci

    Bor xundar Katha koise , ekebare xasha Katha ,moiu bhagabanok bahut biswas Karu bhal lagil, Jai radhe krishna 🙏

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf Před 14 dny +1

    বহুত ভাল লাগিল ধন্যবাদ

  • @PankajDutta-nn2eo
    @PankajDutta-nn2eo Před rokem +1

    Really true 🙏🏼 pabhua muk atia parikka loi ase dada

  • @user-kp6fh8rk8h
    @user-kp6fh8rk8h Před rokem

    Akdom xosa kotha mur logt mili goise vogbanor uport biskha ase korne dhojy dhori jiry asu.🙏🙏🙏

  • @rosemadas836
    @rosemadas836 Před 13 dny

    Mur tenekuwai hoi ase moi hari jabo nibisaru Bhagawane jen muk rasta dekhuwai aagborhai niye 🙏🙏🙏

  • @jinuchawrok9178
    @jinuchawrok9178 Před rokem +10

    🙏🙏🙏🙏❤️❤️❤️❤️ হে পৰম পিতা পৰমেশ্বৰ তোমাৰ চৰণৰ দাসৰো দাস বনাই লোৱা ।

  • @dibyalatahazarika1871
    @dibyalatahazarika1871 Před 11 dny

    ভগৱান ওপৰত বিশ্বাস আছে । তেখেতক হৃদয়ত ঠাই দি যিমান দুখ কষ্ট বিপদ আহিলেও ভগৱানকে সাক্ষী কৰি ধৈযা ধৰি থাকো ।

  • @nabinkalita5827
    @nabinkalita5827 Před rokem +2

    Jai sri krishna. I deeply faith to om sri krishna.

  • @mousumibonia782
    @mousumibonia782 Před rokem +2

    Joi shree krishna 🙏🏼🙏🏼🙏🏼🙏🏼

  • @ultapro9910
    @ultapro9910 Před rokem

    🙏🙏 Krishna Krishna 🙏🙏 Ati Hundor 👌🏻👌🏻

  • @surajitboruah5048
    @surajitboruah5048 Před rokem +1

    Jai Shree Krishna❤🙏🙏🙏 muku porikhya loi ase adin hogol hom val lgile vdeotu❤

  • @bimaladas7604
    @bimaladas7604 Před rokem +11

    জয় শ্ৰী কৃষ্ণ হয় আপোনাৰ কথা খিনি সচা মই এনে পৰীক্ষাৰ সন্মুখীন হৈছো বহু দুখ বেদনা সয্য কৰিব লগা হয় ভগৱান ৰ পৰীক্ষাত মোৰ মনে ধৰিছে আপোনাৰ কথা খিনি ‌ ❤❤❤❤❤❤ ধন্যবাদ good night

  • @shantisayadhekial2454
    @shantisayadhekial2454 Před měsícem +1

    আপোনাৰ কথাখিনি শুনি আপোনা আপোনি চকু পানি ওলাই যায় । মনটো শান্ত হৈ যায় ।প্ৰভূ তোমাৰ কৃপা দৃষ্টি ৰাখিবা ।

  • @promodborah3768
    @promodborah3768 Před rokem +1

    Good morningsirআপোনাৰ কথা কেইটা ভাল লাগিল ধন্যবাদ থাকিল এইদৰেই পেয়ণা দি থাকিৱ

  • @Trilushna1234
    @Trilushna1234 Před rokem +1

    Moi ai porikha di asu atiya hoitu dhoijo kosto ketiyaba herai jai.huni val lagile..

  • @brindasaikia6486
    @brindasaikia6486 Před rokem +1

    Krishna, krishna amari porikhyat bohr homoi xomagot.

  • @pranatiboruah2149
    @pranatiboruah2149 Před rokem +4

    Jai Shree Krishna 🌹🌹🙏🙏🙏🙏❤️❤️

  • @user-uk9yx3qj9y
    @user-uk9yx3qj9y Před rokem +1

    Bhal lagsa

  • @user-vp8zr5wz6r
    @user-vp8zr5wz6r Před rokem +1

    I am empress of your advice.Thak you 👍🙏🌹🙏🌹🙏🙏🌹🙏🌹🙏

  • @contamcontam6064
    @contamcontam6064 Před rokem +1

    Krishna Krishna 🙏🙏🙏🙏

  • @pranatichitrakar1761
    @pranatichitrakar1761 Před 10 měsíci

    Hay provu,upanar kathai hedoi swi Jay,Krishna Krishna,

  • @anupborah8155
    @anupborah8155 Před rokem +4

    Jai shree krishna ❤❤

  • @rimpiborahgogoi8592
    @rimpiborahgogoi8592 Před rokem

    Hosakoi mur logt meli goise huni bohut val lagil 🙏jai shree krishna 🙏🙏

  • @JuntiRoy-qg8ok
    @JuntiRoy-qg8ok Před 11 měsíci +1

    আপোনাৰ লৈ বহুত বহুত ধন্যবাদ... প্ৰৰম আত্মা প্ৰৰম পিত্ৰাৰ প্ৰেম প্ৰবিত্ৰাৰ সুখ শান্তি আনন্দ আপোনাৰ মন শৰীল আত্মালৈ ভগৱানৰ কিৰন বোৰ প্ৰবাহিত হক এইয়া মোৰ আপোনাৰ লৈ শৰল প্ৰাৰ্থনা

  • @seemaliverma1233
    @seemaliverma1233 Před měsícem +2

    mur logatu bahut porikha loi ase bhagawane kintu mur biswas ase muk adin bhagawane ai porikhat passed kora boy jay shree krishna

  • @user-mb3pr9tg8m
    @user-mb3pr9tg8m Před rokem +1

    Krishna krishna katha bilak suni bahut bhal lagil yaiguru

  • @bitulgogoi8508
    @bitulgogoi8508 Před rokem +3

    jai sri krishana❤❤❤

  • @user-xq8xq7js9p
    @user-xq8xq7js9p Před měsícem +1

    Krisna krisna krisna krisna ❤❤❤❤

  • @JupitaKalita-ih5ip
    @JupitaKalita-ih5ip Před rokem +1

    Joi Shree Krishna

  • @kumkumbora7667
    @kumkumbora7667 Před rokem +1

    Hosa kotha koise apuni .... moiu gute jibon porisha ee di asu 🙏🙏🙏

  • @manjudas8530
    @manjudas8530 Před měsícem

    Bhaity tumar katha bor bor val lagise emanbor val katha jana tumi God Bless You.

  • @samudrahazarika110
    @samudrahazarika110 Před 11 měsíci +1

    Ekdam khundar kotha. 👌🙏🙏🙏

  • @pororforfolopjofor
    @pororforfolopjofor Před rokem +2

    Krishna Krishna Prabhu🙏

  • @minotisonowal604
    @minotisonowal604 Před 10 měsíci +2

    বহুত ধন্যবাদ

  • @sidheswarboro-ql9zv
    @sidheswarboro-ql9zv Před měsícem +1

    Joy Krishna guru Bogijuli sonitpur assam

  • @RumiBaruah-wv4jy
    @RumiBaruah-wv4jy Před rokem +1

    Bhal lagil🙏

  • @sarlonghanse7482
    @sarlonghanse7482 Před 15 dny

    Joi srikrina❤️❤️❤️🙏🙏🙏 moina terangpi hingho rahi

  • @Nikhita7959
    @Nikhita7959 Před rokem +1

    Joi krishna moro hoy eluhou phaguriya phab

  • @PollabikolitaPollabikoli-gl1gc

    Krishna Krishna ❤️✨✨❤️💞💞

  • @NanbanitaPatir
    @NanbanitaPatir Před měsícem

    🙏🙏🙏 jOI Krishno joi siri krisn. Moi foci asu dada .

  • @user-nc3bx2se3s
    @user-nc3bx2se3s Před 10 měsíci +1

    He vogoban hokoluke vale kukhole rakhiba🙏🙏🙏

  • @Akash.88012
    @Akash.88012 Před 10 měsíci +3

    একদম সচা কথা..মোৰ লগত হৈছে

  • @priyanshutalukdar3258
    @priyanshutalukdar3258 Před 10 měsíci +2

    Hsa Mr lgtu ankua hoi ase khli moi dhosjo rkhisu vgbnr uprt bshk rakhisu sb vgbnr uprt ase ..🙏🙏🙏

  • @pobanpoban1054
    @pobanpoban1054 Před rokem +1

    Hosa kotha Jai shree hari 🙏 🙏

  • @monjubora8072
    @monjubora8072 Před 13 dny

    Joi shree krishana

  • @mainabora2104
    @mainabora2104 Před rokem +3

    jai shree Krishna

  • @riyangaming2567
    @riyangaming2567 Před měsícem

    BOHUT VAL LAGIL THANK YOU. AAGOLOI ARU ENEKUWA GYAN DI THAKIBO

  • @RijumoniBuragohain-vv8wp
    @RijumoniBuragohain-vv8wp Před 2 měsíci

    Apunar Kathabur huni mur lage apuni jen bhagabanare ajan.bahut val lage.

  • @ghanashyamkonwar6374
    @ghanashyamkonwar6374 Před rokem +2

    Jaii screen Krishnan

  • @momisaikia5516
    @momisaikia5516 Před rokem +1

    Aponar video sae bhut vhall lge,jay sri krishna🙏🙏🙏

  • @minakshisaharia32
    @minakshisaharia32 Před rokem +2

    Bahut kotah najanu Val lagise jai shree krishna 🙏🙏🙏

  • @makhonsharma6841
    @makhonsharma6841 Před rokem +4

    Jai shree krishna 🙏🙏🙏🙏🙏

  • @joydas2905
    @joydas2905 Před 10 měsíci +1

    Ekdam khasa kotha .. mur lgt ekebare milise mur lgt enekua hoi ase …. Negative kotha bur monale ahi thaki

  • @binakalita8057
    @binakalita8057 Před 8 dny

    Bhal lagil krishna.. 🙏🙏

  • @nirusaikia7631
    @nirusaikia7631 Před 10 měsíci +3

    কৃষ্ণ কৃষ্ণ 🙏 🙏
    বহুত বেছি ভাল লাগিল। ধন্যবাদ 🙏 🙏

  • @prkashkonwar5370
    @prkashkonwar5370 Před rokem +1

    Jai sri krishna🙏🙏

  • @indirakutum2688
    @indirakutum2688 Před 26 dny +1

    Om jai guru