জামিন পায়ো জে’লতেই থাকিবলগীয়া হ’ল অৰবিন্দ কেজৰিৱাল৷

Sdílet
Vložit
  • čas přidán 11. 07. 2024
  • জামিন পায়ো জে’লতেই থাকিবলগীয়া হ’ল অৰবিন্দ কেজৰিৱাল৷ আজি সৰ্বোচ্চ ন্যায়ালয়ে EDৰ গোচৰত কেজৰিৱালক অন্তৱৰ্তীনকালীন জামিন প্ৰদান কৰে৷ কিন্তু, একে সময়তেই CBIৰ গোচৰত কাৰাৰুদ্ধ হয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী৷ ২৫ জুলাইপৰ্যন্ত তিহাৰ জে’লেই ঠিকনা হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / axomlive24
    / @asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #axomlive24digital
    #assamlive24digital
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamesenews
    #latestnewsofassam
    #latestnews

Komentáře •