বৰদৈচিলা-২০২৪ | হাতীৰে মাউতে | Bardoisila Husori Dol | Bihu-2024 | New Assamese bihu song 2024
Vložit
- čas přidán 9. 01. 2024
- বৰদৈচিলা-২০২৪ | হাতীৰে মাউতে | Bardoisila Husori Dol | Bihu-2024 | New Assamese bihu song 2024
গীত- বৰদৈচিলা "হাতীৰে মাউত"
কণ্ঠ- কানাই পানীফুকন, জিকু জুবিন আৰু সত্য
ঢোল- লাচিত বৰুৱা, বিশ্বজিৎ গগৈ
পেঁপা তাল গগণা ধুতং-পিতি বৰা
বাঁহী- কৈলাশ ৰাভা
সংগীত- নিৰঞ্জন গোস্বামী
বাণীবন্ধন- ৰিপুঞ্জয় শৰ্মা
ষ্টুডিও-ড্ৰিমচ
গীতটি সজাইছে নিৰঞ্জন গোস্বামী ,প্ৰণৱ দিহিঙীয়া আৰু কানাই পানীফুকন
মেলডি ডিজাইন-ভদ্ৰকান্ত দাস
সংগীত সংমিশ্ৰণ-জিন্তু বৰদলৈ
প্ৰযোজনা-দীপাংকৰ গগৈ।
ব্যৱস্থাপনা-কনক গগৈ,মিন্টু বৰগোঁহাই, ৰূপাঞ্জীত ৰাজগিৰি, ইন্দ্ৰজিত মাক্ৰাৰী
#anupombitupon
#anupambitupon
#bihugeet
#bihu2024
#bihu_2024
#bordoisila
#bihudance
#hatire_mauoot
#bordoisila_thema_song
#bordoisila_bihu
#Bihunaam
#bordoisila_hatire_mauoote
#New_assamese_bihu_song_2024
#assamese_bihu_song
anupom Bitupon
bordoisila bihu 2024
bordoisila theme song 2024
bihu
hatire mouoote
New Assamese bihu song 2024
Assamese bihu 2024
bihu 2024
anupombituponbihu
anupambituponbihu
Assamese new bihu song
magh bihu song
hit Assamese bihu song - Hudba
Love from Golaghat❤.
খুব সু্দৰকৈ হৈছে,,,,
এইবোৰহে বিহুগীত ❤। ইয়াৰ মাদকতাই সুকীয়া। শুনি শুনি আমনি নলগা। বহুত বেছি ধুনীয়া । তিনিও জনৰে কণ্ঠ বৰ ধুনীয়া ❤❤
ইমান সুন্দৰ গীত, সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ এনে এটি সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে ❤❤❤❤❤❤
এইবোৰ বিহু বুলি কব পাৰি , আৰু কিছুমান আছে বিহু নামত ফটোৱামী, অকল মক্কেলামি, আমি বিহুৱা এনেকুৱা বোৰ শুনি থাকিলে কিবা এটা ভাল লাগে
এইবিহুগীটটোশুনি আটাইতকৈ বেছি ভাল লাগিল আৰু ভৱিষ্যতে ও এনে বিহু শুনাবলৈ চেষ্টা কৰিব চোন, আপোনাসবৰকেওজনাৰ পৰিৱেশন চাইও ভাল লাগিল,
এইবছৰৰ শ্ৰেষ্ঠ গীতটো বুলি মই ভাবিছো । সুন্দৰ কণ্ঠ
Uffff huni thkelu hepah nplai❤
বিহু শুনি ৰাখিবই নোৱাৰিলোঁ নাচিয়েই দিলো ৷বৰ ভাল লাগিল ৷আজিকালি ৰ বিহুতকৈ পৃথক ৷বহুত দিনৰ মুৰত বিহু শুনা যেন লাগিল ৷তিনিওজনেই সুন্দৰকৈ গাইছে ৷আৰু আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল
বাহিৰত থাকিলেও এনেধৰণৰ বিহু শুনিলে মনটো ক্ষন্তেক সময়ৰ বাবে মনটো উৰা মাৰি গাঁওখন ফুৰি আহে গৈ। সঁচাকৈ বিহু আমাৰ আবেগ, আমাৰ সংস্কৃতি।❤
Hundor
Dhuniya hoise
Perfect Fit for urukaaaa .....ne ki kua dhud hokol🎉🎉🎉🎉🎉.
Super song iam from Telangana 👌👌👌👌
Rocking
Moja
বহুত ধুনীয়া হৈছে গীতটি । ধন্যবাদ ইমান ধুনীয়া বিহু গীত উপহাৰ দিয়াৰ বাবে ❤️🙏🙏
কানাই দা ❤
এনেধৰণৰ বুৰঞ্জীৰ আখ্যানমূলক বিহুনাম সমূহ বৰ ভাল লাগে ❤ বৰ সুন্দৰ হৈছে।।🙏
সুন্দৰ।
Mozahhh..
Mojaa bihu...🥰
জয় বৰদৈচিলা ।।❤❤❤
Khub dhunia ❤
সুন্দৰ ❤
বহুত ধুনীয়া হৈছে, কি অপূৰ্ব কণ্ঠ।
Val lagil huni tiniujon agbahi jua kanai da ❤
Bohut dhuniya
Ati hundor hoise
Moja ❤
Dhuniya hoisa.... Ru vl vl bihu lga dai❤❤❤
Congratulation Team Bordoisila Husori❤ Super Husori... Beautiful... Love from Arunachal Pradesh 💚
Thank you so much
Opp bro ❤❤❤🎉🎉🎉
জয় বৰদৈচিলা
Bor hundar hoise❤❤ assam history humuai dise je gaantit aru val lagise😊
Happy roangali bihu agolike anekuwa gan dibo good bless you dada
Huni thakura goosebumps ahi goise
Gan2 jui juii❤❤❤😊
Bor hundor❤❤❤❤
Bahut dhuniya
এই বছৰৰ এটি ধুনীয়া বিহু গীত🙏🙏
বৰ সুন্দৰ। ধন্যবাদ আপোনালোকলৈ।
Bohut dhuniya lagise dada
Bor dhuniya❤
Hosai bhal lagil anekuwa geet aaru paribakhan Kari thakiboloi good bless yours
বৰ ধুনীয়া উপহাৰ দেই 🎉🎉🎉
Opurbo
Eiya he bihu
বৰদৈচিলা বিহু গীতটো সুন্দৰ হৈছে ।
Old new bihu mja ❤
বৰ সুন্দৰ। আমি এনেকুৱা নিভাজ বিহু বিচাৰো সদায়।
Amar kanaidai hodaiiii juiiiiiiiii...
নকৈ নোৱাৰিলোঁ 😊 আচৰিত ধুনীয়া হৈছে, ভাল লাগিল ❤
Hundor 🤟👍👍
শুনি থাকিলে শুনি থাকিবলৈ মন যোৱা হেঁপাহে নপলাই💞❤️🙏ইমান সুন্দৰ
Bohut val lagise ganto de 🌷🍁🍁🍁🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ।অসমবাসীৰ লৈ ❤মোৰ ফালৰ পৰা মৰম যাচিলো🙏🙏
বহুত সুন্দৰ হৈছে। শুনি বহুত ভাল লাগিল। শুভেচ্ছা জনালোঁ
সচাঁই বৰ ৰসাল, এইবোৰহে আচল,সুন্দৰ প্ৰয়াস
Aiyahe bihu❤️
Hundor ❤❤
সুন্দৰ হৈছে। অভিনন্দন জনালো সত্যজিৎ ❤
বহুত বেছি ভাল লাগিল শুনি।সকলোতকৈ ওপৰত ❤❤❤
Bhut vl lagise gantu tu huni❤❤
Val lagil, solid❤
সুন্দৰ কানাই। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ।🥰
Mojjja hoise kintu deei , moromor dada keijonoloi bihu r xuvessa thakil, bohag r rongere xokoluke morom morom bhalpua re bordoisilai baaaaa logai thoi jai jen .....................❤️🧡💛💚💙💜🤎🖤🤍♥️💘💝💖💗💓💞💕💌💟❣️❤️🩹❤️🔥......................
এইয়াই আমাৰ বিহু ❤❤❤❤
Xundor xundor
Poka bihu r usor paise goi
Ekdom🎉
Bhut val lagil.
প্ৰতিটো বিহু গীতৰ কথাবোৰ বৰ সুন্দৰ। খুব ভাল পাওঁ শুনি।
Dada kaijona bor dhuniya gaisa
জয় বৰদৈচিলা ❤
Bohut Dhuniya ❤❤❤❤
সুন্দৰ
কিযে কথা ঔ ❤❤❤
ধোদৰ আলিৰ কথাখিনি বেছি ভাল লাগিল।
bohut val hoise ❤❤❤❤
Very nice song ❤❤❤❤
Ati hundar..kolija
কথা সুৰ সকলো বহুত ধুনীয়া লাগিল বিহু গীতটো ৷
Val lagil bohut,,
বহুত ধুনীয়া হৈছে।
Aeibur bihu git kkal vagi jai...❤
Jui hoise 😊❤
Beautiful. Song
Duniya ❤❤
Majja
বহুত সুন্দৰ
Bhut dhuniya hoise jiku 🥰🥰🥰🥰🥰🥰🥰
Mojjja❤❤❤
nice song ❤
Love from Sapekhati ❤️
Viral houk 🎉❤
Kanai da🔥🔥
Hundr hoise ❤
Nice song
অতি সুন্দৰ ❤
It's call our BIHU GEET ❤
ভাল লাগিছে দেই ৷ পুৰনি গানৰ নতুন ৰূপ।
কিযে সুমধুৰ। মন ভাল লাগি গৈছে।
ধুনীয়া ধুনীয়া ❤️❤️❤️❤️❤️ love from❤❤ sasoni