Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
চহা জীৱনৰ প্ৰকৃত বাক্য-বচন বোৰ অতি সুন্দৰ উপস্থাপন কৰাত পৰিচালক-প্ৰযোযক সফল হোৱাৰ লগতে অৰুণ হাজৰিকা ককাইটিৰ অভিনয়ে মোৰ চকুলো বোৱালে । ভাল লাগিল । গাওঁ বোৰ গাওঁ হৈ থাকক ।
thank you
এই চিনেমা খন আমাৰ ঘৰখনত কৰা।খুব সুন্দৰ দিন আছিল সেইবোৰ।সৰু হৈ আছিলোঁ, খুব আনন্দ পাইছিলোঁ মনত। অৰুণ হাজৰিকা দেৱে খুব হহোৱাইছিল।আজিৰ হেই ঘৰ নাই যদিও অতীত সাক্ষী হৈ আছে। আমাৰ সেই পুৰণি ঘৰখন দেখা পাই অতীতৰ স্মৃতি আজি ৰোমন্থন হৈছে। কাহিনী টো খুব সুন্দৰ আছিলে। ধেমালিৰ জৰিয়তে এখন গাঁৱত চলি থকা ঘটনা সমূহ সুন্দৰ ভাৱে প্ৰস্ফুটিত হৈছে ....শেষত আপোনাৰ লৈ অশেষ ধন্যবাদ জনালোঁ...👍👍👍👍👌👌👌👌
বৰ সুখী হ'লো আপোনাৰ কথাখিনি গম পাই । আশীৰ্বাদ কৰিব
@@binodbharadwaj_BB আমাৰ আশীষ সদায়ে আছে,থাকিব।💐
Kun sonor film
HlM
Apunar ghr khn kot asil
বিজ্ঞানে যিমানেই জয় গান নাগাওক লাগিলে old is gold
সচাঁ গাঁও এখনৰ প্ৰকৃত ৰুপবোৰ অতি সুন্দৰ ভাৱে প্ৰকাশ পাইছে । বৰ ভাল লাগিল । আহক আমি সকলোয়ে মিলি আমাৰ গাঁও বোৰ গাঁও হৈ থাকিবলৈ দিও ।
এখন গাঁও ৱৰ এটা দুখীয়া ৰ অভাৱ আৰু এজনে আনজনৰ প্ৰতি থকা দায়িত্ব আছে তাৰ এক উদাহৰণ ।ভাল লাগিল
অশেষ ধন্যবাদ
জীৱন কচুপাতৰ পানী ৷সচাকৈয়ে প্ৰদীপ ককাইদেউ ৷আজি আপুনি আমাৰ মাজত ৷বহুত দুখ লাগে ৷আপুনি যতেই আছে সুখেৰে থাকক ৷
Wao Mozaaa ❤️❤️❤️❤️
Aaru enekua vcd lage♥️♥️bor bhal lagil vcd khon, ekebare nivaj gaolia👌👌
Thank you
Bor dukh lage o aibur din herai gol..2008 manolooli prithibi khan thikei asil
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Bhut bhut hundra 🥰🥰🥰❤❤❤
Thank you...plz share the video
Dhuniya
ধুনীয়া লাগিল
Very good naatok
Excellent.
Bor Dhunia ❤️
Arunda super 👍
এইয়াই সচাঁ জীৱনৰ সৰল অথচ ভাষাৰে বৰ্ণাব নোৱাৰা আত্মিয়তা যি আজিৰ সমাজত হেৰাই গৈছে।
বহুত বহুত ভাল লাগিল চিনেমা খন চাই ।👍👍👍🙏
বহুত ধুনীয়া
Thanks a lot
Great flim ❣❣❣👍👍👍
Waaaw..khub bhal lagise
Otit bur bor okritim achil ,but present bur bor vejal aru nisthur.
Nice video
Sai bhut vl lagil
thanks a lot
Well done
সুন্দৰ কাহিনী । বহুত ভাল লাগিল ।
হাঁহিৰ মাজেৰে বাস্তৱৰ সুন্দৰ উপস্থাপন।
thank u
@@binodbharadwaj_BB l
Great binod bhai
thanks a lot ji
Very very nice 🥰🥰🥰🥰🥰
এইবোৰ দিন কি সুন্দৰ আছিল 💖💗🎉
Bor Val lageel ❤
Uff..... Horukalole monot porigol , dautak dukani rupot dekhi bhal lagile😂
thanks a lot to everyone for support
Gaonliya jibonor ovab onatonor major ek drishya
Very Good
thank u so much
very nice
Assamese nice vcd movie
Nice
♥️😮
Binod varadwaj 🙏
Veri nice
Amar kokau ai khonot ulaise mur khurau bhal hoise
very beautiful movie
এইখন আৰু "কণ্ঠি ঘৰত নাই" প্ৰায় একেই দেখোন!
umm ,kothatu moiu buja nai, prai eke nohoi, hompurna ekei.
great binod bhai

Hl
M