THE TRAGIC STORY OF AN EVERGREEN ARTIST: STOLEN ART, FORGOTTEN LIFE | NILIMA BORTHAKUR | ASSAM FLASH

Sdílet
Vložit
  • čas přidán 11. 09. 2024
  • #evergreenhits #popularartist #nilimaborthakur #music #assamesehitsongs #assamflash

Komentáře • 198

  • @user-xf1zp7jq7c
    @user-xf1zp7jq7c Před měsícem +36

    বাইদেউ লৈ বহুত বহুত ধন্যবাদ থাকিল। এতিয়া হে বুজিলো ইমান ধুনীয়া বিহু নাম বিলাক ৰচনাৰ আৰত থকা মানুহ গৰাকী।এইসকল শিল্পীক মনত পেলুৱাৰ বাবে।

  • @devrajdutta5179
    @devrajdutta5179 Před 28 dny +11

    নীলিমা বৰঠাকুৰল অভিনন্দন জনালো।খুউব ভাল লাগিল।ভাল কাম বিলাক সদায় বোৱতী নদীৰ দৰে প্ৰভাহিত হৈ ৰওঁক।হিয়াভৰা শুভ কামনাৰে।ৰীতা দত্ত।🙏❤️🙏

  • @sanskritaboro239
    @sanskritaboro239 Před 29 dny +12

    বাইদেউ বিষয়ে জানিবলৈ পায় অভিভূত হৈ পৰিছো । প্ৰভূ ভগৱন্তই বাইদেউৰ দেহ মন সুস্থ কৰি ৰাখক ।

  • @hndekari8011
    @hndekari8011 Před 24 dny +6

    নীলিমা বৰঠাকুৰৰ প্ৰতবেদনটি বৰ ভাল লাগিল ৷ সংঘাত আৰু সংঘৰ্ষময় জীৱনক জীপাল কৰি ৰাখিবলৈ সক্ষম হোৱা এইগৰাকী প্ৰতিভাবান গীতিকাৰ; সুৰকাৰ আৰু কবিৰ অনাগত সময় অধিক বাঙ্ময় হয় তাৰেই কামনাৰে শিল্পী গৰাকীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ ৷৷

  • @PadmaKhanikar-nz4qm
    @PadmaKhanikar-nz4qm Před měsícem +13

    বহুত ধন্যবাদ, শিল্পী গৰাকীক নতুন প্ৰজন্মৰ আগত চিনাকি কৰি দিয়া বাবে। শিল্পী গৰাকীৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো। সৃষ্টি শীল কামেৰে আগবাঢ়ি যাওক।

  • @bharotiborthakur8044
    @bharotiborthakur8044 Před měsícem +12

    এনে প্ৰিভাৱান শিল্গী স
    দায় সুস্থ আৰু দীৰ্ঘায়ু হৈ থাকক। ইমান প্ৰতিভা থকা মহিলা সচাঁ কৈয়ে প্ৰসংশনীয়।

  • @hareswarhandique2096
    @hareswarhandique2096 Před 21 dnem +3

    নীলিমা বৰঠাকুৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ লগতে দীৰ্ঘাযু হওঁক তাৰে কামনা কৰি পৰালৈকে গীত লিখি যাওঁক ঈশ্বৰে মঙ্গল কৰক।

  • @minedharmoran2510
    @minedharmoran2510 Před 11 dny +1

    এগৰাকী মহান শিল্পীক চিনাকি কৰি দিয়াৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। গীত বিলাক শুনিছো কিন্তু কৃষ্টি-সংস্কৃতিৰ, সংগীতৰ যে আজীৱন সাধক সেই কথা আজিহে গম পাইছো। এই মহান শিল্পী গৰাকীলৈ শত কোটি শ্ৰদ্ধা জনালো লগতে সুসাস্থ্য কামনা কৰিলো🙏🙏🙏।

  • @pulinbarthakur8758
    @pulinbarthakur8758 Před měsícem +9

    বৰ আপুৰুগীয়া, অনন্য লাগিল।
    সঁচা অৰ্থত যেন কৃতজ্ঞ হলোঁ!
    এতিয়াও অনুপ্ৰৰণাৰ উৎস হওক!!
    চিন্তা আৰু কথন এতিয়াও বেছ স্মাৰ্ট।

  • @user-gj1vf9bh2m
    @user-gj1vf9bh2m Před 9 dny +1

    Bohut besi val lagil protibedonti sai...Baideu apuni dukh nokoribo prem apunar jibanot nohol buli...Prem swargiyoh anubhuti...Bohute ae premok anubhom koriboloi he khokhyam hoi anubhuti korar khoo bhagya kon sobore bhagyat nohoi goi...

  • @ritamoniborah8744
    @ritamoniborah8744 Před 16 dny +2

    বাইদেউক চিনাকি কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ ।দীৰ্ঘায়ু কামনা কৰিলো ভগৱানৰ ওচৰত । প্ৰতিজন অসমীয়াই বিহুগীতৰ প্ৰকৃত অৰ্থ বুজিবলৈ যত্নপৰ হওক যাতে বেসুৰা ও অৰ্থহীন কৰি উপস্হাপন নহয় । বিহু অসমীয়া জাতিৰ দাপোণ ।

  • @AkashneelBiki
    @AkashneelBiki Před 22 dny +3

    Baideo...Bhagawane...aapunak mongal korak...!

  • @bimansaikia4305
    @bimansaikia4305 Před měsícem +9

    প্ৰকৃত শিল্পীয়ে কেৱল শ্ৰদ্ধা হে বিচাৰে। শ্ৰদ্ধা কৰাৰ বাবে অশেষ ধন্যবাদ

  • @sarojinidutta5058
    @sarojinidutta5058 Před měsícem +12

    ভাল লাগিল ভিডিঅ'টি চাই ,এটা সংগ্ৰামী সত্বাৰ নাম আজিহে শুনিলোঁ,ভাল লাগিল তেখেতে ইমান সংগ্ৰামী জীৱনৰ মাজতো ভাঙি নপৰি নিজৰ সংস্কৃতি আজিও ধৰি ৰাখি আছে আপোনাৰ কুশল কামনা কৰিলোঁ আগুৱাই যাওঁক শুভেচ্ছা থাকিল, আপোনাৰ কৰণীয় বোৰ সমাজৰ মাজত বিলাবলৈ কৰি যাওঁক নতুন উদ্যমেৰে

  • @sunilgohain1378
    @sunilgohain1378 Před 21 dnem +2

    Baideo god bless you 🙏🙏🙏

  • @MonuranjanPhukan-c2e
    @MonuranjanPhukan-c2e Před měsícem +16

    আকৌ নতুন প্ৰভাত হওক নীলিমা বৰঠাকুৰৰ ।আমি তেওৰ গীতবোৰৰ প্ৰজন্মৰে ।

  • @suryanshugamerz6711
    @suryanshugamerz6711 Před 17 dny +2

    ইমান প্ৰতিভাবান বাইদেউগৰাকীৰ গীতবোৰ অতি চিনাকি। পিছে স্ৰষ্টা বুলি আজিহে গম পালোঁ।বাইদেউ সুস্থ হৈ থাকক।

  • @papumonihazarika9715
    @papumonihazarika9715 Před 24 dny +4

    সাংবাদিক বাইদেউ গৰাকীলৈ অশেষ ধন্যবাদ।

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u Před měsícem +9

    বহু নজনা কথা জানিলো বহুত ভাল লাগিল। বাইদেউ সু স্বাস্থ্য লগতে দীঘায়ু কামনা কৰিলো।

  • @anjalisaikia8043
    @anjalisaikia8043 Před měsícem +5

    Bahut val lagile duiyuke,Moi Jorhatare hoi ajihe sini paisu Vagyakrame,Tekhetar hu swasthya kamana karisu♥️🙏

  • @suryakumarrajbongshi7772
    @suryakumarrajbongshi7772 Před měsícem +6

    নীলিমা বাইদেউলৈ বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনালো

  • @kismatkour436
    @kismatkour436 Před 22 dny +2

    ❤❤❤❤❤❤❤বহূত বহূত ভাল লাগিল বাইদেঊ

  • @kusumbardeka
    @kusumbardeka Před 21 dnem +1

    নিলীমা বৰঠাকুৰ বাইদেউৰ বিষয়ে জানিব পাৰি ভাল লাগিল। বাইদেউ লৈ বহুত বহুত শুভেচ্ছা জনালোঁ।

  • @albinustoppo225
    @albinustoppo225 Před 19 dny +1

    Ek hundor protibedon saboloi palu apunak bohut dhoino bad baidew God belles you

  • @jayantachetia4488
    @jayantachetia4488 Před 22 dny +2

    বাইদেউলৈ আন্তৰিক ধন্যবাদ অতিতক পাহৰী যোৱা নাই সছাই বিহু গীত ৰ স্রষ্টা নিলি মা বাইদেউ ঈশ্বৰে দীর্ঘায়ো কৰক হীদয় স্পর্শী গীত সমূহ বৈ থাকক ধন্যবাদ

  • @bijuliborahdas206
    @bijuliborahdas206 Před měsícem +4

    বৰ ভাল লাগিল, ইমান ধুনীয়া কণ্ঠ ,শিল্পী গৰাকীলৈ নমস্কাৰ জনাইছো লগতে তেখেতৰ প্ৰতিভাৰ শলাগ ললো

  • @sangeetadeuri1946
    @sangeetadeuri1946 Před měsícem +7

    বাইদেউক জনমানসত চিনাকি কৰাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ 🙏🏻🙏🏻

  • @HaruAhmed-mb8wi
    @HaruAhmed-mb8wi Před 27 dny +2

    Neelima Baideok dekha paie akonman sakoolu nigoraloo, ateeter smitiye Aamoni karil. Allaher ousaret duwa mangishu Aapuni zen haday eaie dore aamar mazot jeevita hoy thake lagote Dirghayu kamonare aakoo Allaher ousaret duwa mangishu.Dhanya Apuni, Dhanya Aponar kantha, Jaatir eak parichay hoy roi thake zen.Dhanyabaad.

  • @pranjalsaharia58
    @pranjalsaharia58 Před 18 dny +1

    Nilima Baidew k sasai val lagil,ajihe valkoi sinai dile,dhanyabad...

  • @pankajjyotibaruah3686
    @pankajjyotibaruah3686 Před 13 dny +1

    ৰিয়াৰানীৰ লগতে আসাম ফ্লাছৰ সমূহ কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জনালোঁ।

  • @gitanjaleethakur8629
    @gitanjaleethakur8629 Před 20 dny +1

    বহুতো ভাল লাগিছে গীতবোৰৰ মাজেৰে জী। য়াই থাকক শুভ কামনা ৰে

  • @manishabora5233
    @manishabora5233 Před 26 dny +2

    সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ বাইদেউক । শিল্পী গৰাকীক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ বাবে ধন্যবাদ।

  • @DipaThengal
    @DipaThengal Před 17 dny +1

    Bhal lagil baidau apunar git amar majot jiai rakhim

  • @asfmeme7991
    @asfmeme7991 Před 14 dny +1

    নীলিমা বৰঠাকুৰ বাইদেউলৈ‌ বহুত বহুত শুভেচ্ছা থাকিল

  • @purnimamazumdar4714
    @purnimamazumdar4714 Před měsícem +3

    Baidau apuni bhale thakok apuni amar peroa god bless you ba

  • @DebashisPritom-mg1cg
    @DebashisPritom-mg1cg Před 29 dny +4

    আপুনি এটুকুৰা হীৰা হয়💐💐

  • @diptidevi1035
    @diptidevi1035 Před 8 dny +1

    Bhut val lagil baidu log pai

  • @M17-f5l
    @M17-f5l Před měsícem +9

    ভাল লাগিল Videoটি৷ বাইদেউলৈ শোভকামনা জনালোঁ৷🙏

  • @bharatibarkataki7592
    @bharatibarkataki7592 Před měsícem +8

    ভগৱানে বাইদেউক সুস্থ কৰি দীৰ্ঘায়ু কৰক ৷

  • @RupamKamrup
    @RupamKamrup Před měsícem +4

    অসমীয়াই অসমত বিহু মাৰে বহাগত... জাতিটোৰেই এটা অতি পৰিচিত গীত।
    আজিৰ সময়ত হোৱা হ'লে কৌটিপতি হ'লহেঁতেন। এইবোৰ মানুহ আঁৰতেই থাকি যায়।

  • @runumibaruah4082
    @runumibaruah4082 Před měsícem +3

    বহুত ভাল লাগিল।। বাইদেউ ক চিনাকী কৰি দিয়াত বহুত কথা গম পালো। বাইদেউ ৰ সৃষ্টি ৰাজিৰ প্ৰতি সন্মান জনাইছোঁ 🙏 আপুনি কুশলে থাকক আৰু গীত লিখি যাওক।।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před měsícem +2

    ❤❤❤ always evergreen eminent folk song writer and singer. God bless to him.❤❤❤

  • @indrajitbaruah1676
    @indrajitbaruah1676 Před 22 dny +1

    নিলিমা বৰঠাকুৰ বাইদেউ ..
    😮😮😮😮

    🌹🌹
    🙏

  • @anjalidas4572
    @anjalidas4572 Před měsícem +3

    বাইদেউ আপুনি অকলশৰীয়া নহয় আপোনাৰ ইমান আছে আপুনি কেনেকৈ অকলশৰীয়া 🙏🌷💝

  • @nishantborah7188
    @nishantborah7188 Před 19 dny +1

    Val lagile Moi Jorhatare God blesses

  • @user-op2or6dp8q
    @user-op2or6dp8q Před 4 dny +1

    ভাল লাগিল.

  • @KaSiYali
    @KaSiYali Před 29 dny +3

    কি সুন্দৰ কণ্ঠ!

  • @navakantagogoi5012
    @navakantagogoi5012 Před 24 dny +2

    বাতৰি যুগুতাই আমাক বাইদেউগৰাকীৰ সতে পৰিচয় কৰাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ ।
    বাইদেউগৰাকীৰ সৃষ্টিৰ যাত্ৰা অব্যাহত থাকক ।

  • @jonkibarhoi3964
    @jonkibarhoi3964 Před měsícem +2

    Baideu apuank aji dekhilu...kintu xorute apunar nam tu dekhislu casette burut...ji bur ganot ami nasisilu....ufffff....bhal lagil apunak dekhi...apuni hoitu jitu recognition pabo lagisil xeitu napale.... kintu ami janu...ami sini pau apunar gan br...
    Bhal hoi thakok...xukhi houk ❤❤❤

  • @bedantakumarsarmahofficial5611

    অনুষ্ঠানটি ভাল লাগিল৷শিল্পী গৰাকীয়ে বৰ সুন্দৰ ভাবে কথাখিনি প্ৰকাশ কৰিছে৷

  • @r.hazarika9231
    @r.hazarika9231 Před měsícem +3

    বাইদেউ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে সহৃদয়তাৰে ধন্যবাদ জনাইছোঁ লগতে বাইদেউ সুস্থ হৈ থাকক আৰু নতুন নতুন গীত সৃষ্টি কৰি সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰক তাৰেই কামনা কৰিলোঁ ❤️🙏

  • @tutumoniborthakur3009
    @tutumoniborthakur3009 Před měsícem +7

    নিলিমা বা বহুত দিনৰ মুৰত দেখা পাই ভাল লাগিল

  • @dipalibaruah7119
    @dipalibaruah7119 Před 10 dny +1

    Bohut.vallaga.ganbura

  • @bimansaikia4305
    @bimansaikia4305 Před měsícem +5

    গুনিৰ মূল বুজা সাংবাদিক গৰাকী অশেষ ধন্যবাদ।

  • @papumonihazarika9715
    @papumonihazarika9715 Před 24 dny +2

    বৰ বেয়া ও লাগিল।তথাপি সুখেৰে থাকক বাইদেউ।

  • @GobindBoro-i6n
    @GobindBoro-i6n Před 27 dny +1

    Baaideuloi bohut morom jonaisu🙏🙏 ❤️❤️❤️ .khustho aru dirgho dinor kamona korilu

  • @mamonipator7640
    @mamonipator7640 Před měsícem +4

    Xasake dhunia baideu ,Bhagawane apunak kuxale rakhok

  • @aparajitaphukan1371
    @aparajitaphukan1371 Před měsícem +1

    Apunak dekha pai xosakoi bohut bhal lagil , GOD BLESS YOU .

  • @chabitaray3709
    @chabitaray3709 Před 28 dny +2

    শত কৌটি প্ৰনাম বাইদেউ

  • @user-ok9uu2iv6g
    @user-ok9uu2iv6g Před měsícem +3

    Aru vall din ahibo... Nilimaba

  • @lipidutta388
    @lipidutta388 Před měsícem +11

    God bless you ❤

  • @pankajjyotibaruah3686
    @pankajjyotibaruah3686 Před 13 dny +1

    নীলিমা বৰঠাকুৰ ৮০দশকৰ এগৰাকী লোকশিল্পী। আমি তেওঁক ওচৰৰ পৰা লগ পাইছিলোঁ। এতিয়াও সঙ্গীত চৰ্চা অব্যাহত ৰাখিছে। স্বীকৃতি আশা নকৰা এগৰাকী শিল্পীলৈ ৰাইজৰ লগতে চৰকাৰেও সহায়ৰ হাত আগবঢ়ালে ভাল হয়।

  • @nirupamamahanta3468
    @nirupamamahanta3468 Před měsícem +4

    ভগৱান সহায় হওঁক ,সুস্বাস্থ্য অটুত থাকক দীৰ্ঘায়ো হওঁক।❤

  • @aruneltonswargiary4632
    @aruneltonswargiary4632 Před 19 dny +1

    Great ❤

  • @mitradevgoswami398
    @mitradevgoswami398 Před měsícem +1

    Xodai baideu r gaan he xuni thaku.... Aji manuh goraki dekhi bor bhal lagil... Bhogowan e xodai bhale kuxole rakhok

  • @BSCREATION61
    @BSCREATION61 Před 27 dny +1

    ❤❤❤❤অতি সুন্দৰ বাইদেউ❤❤❤প্ৰথমবাৰ দেখা হ’লো আপোনাক৷

  • @hi_mango_gamer8562
    @hi_mango_gamer8562 Před 29 dny +2

    God bless ba

  • @apurbadasdas9539
    @apurbadasdas9539 Před 16 dny +1

    God bless you Madam

  • @abanitagogoi6432
    @abanitagogoi6432 Před měsícem +2

    Nilima baideu apunak vogobane hodai kukhole rakhok , ajir hongkharot obibahit keigorakir bahire hanti karu nai baideu hitu apuni onuvob nokorib , apuni hodai gan sistri kori jaok baideu.🙏🙏🙏🙏🙏🙏🙏🙏

  • @Dr.p-wy3dy
    @Dr.p-wy3dy Před měsícem +3

    Very nice 👍👍👍 singer.. she is evergreen.

  • @rinakalitadeka4256
    @rinakalitadeka4256 Před 29 dny +2

    Apunak bhavabane bhale Rashad🙏

  • @user-wt3ih8ev2h
    @user-wt3ih8ev2h Před 28 dny +1

    পুৰণা প্ৰতিভা ঙদঙাই ৰাইজ মাজত প্ৰকাশ কৰাৰ বাবে বহুত বহুত ধন্যবাদ

  • @UNIVERSALENTERTAINMENT-bx3nq

    🙏😍💋 বাইদেউক নৱপ্ৰজন্মৰ লগত অসমবাসীৰ লগত অসমীয়া ভাষীৰ লগত চিনাকি কৰি দি বৰ সুন্দৰ কাম কৰিলে । 💐বাইদেউক 💐🙏কৰযোৰেৰে আন্তৰিক প্ৰণাম জনাইছোঁ 💐💐❤️❤️❤️❤️💐💐💐💐❤️❤️❤️❤️❤️💐💐💐💐💐💐💐💐💐💐💐💐💐

  • @kamalakantanath2896
    @kamalakantanath2896 Před 23 dny +2

    Shilpi pension dibar Babe sarakaraloi Anurudh janalu.shilpi garakir bhabishyat utjjal kamana karilu.chaparmukh Nagaon.

  • @anilburagohain3586
    @anilburagohain3586 Před měsícem +3

    বাইদেউলৈ বহুত শুভকামনা থাকিল

  • @pobitraboruah9266
    @pobitraboruah9266 Před měsícem +2

    গায়ক সকলে তেখেতৰ ওচৰলৈ গৈ এষাৰ মাত লগাওক তেওঁ বহুত ভাল পাব শান্তি পাব মনত

  • @user-tw3dw9oc3p
    @user-tw3dw9oc3p Před 20 dny +2

    Singer,actor hakolok Sabai jane ta arat thoka natyakar, gitikar etc. Jana utsit

  • @LP-ob7mx
    @LP-ob7mx Před měsícem +5

    প্ৰণাম জনালোঁ 🙏

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 Před měsícem +2

    শুভেচ্ছা জনালোঁ বাইদেউ,আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।

  • @gitanjalideka8767
    @gitanjalideka8767 Před 29 dny +1

    বহুত ধন্যবাদ জনাইছোঁ বাইদেউৰ বিষয়ে অতখিনি জানিবলৈ দিয়াৰ বাবে 👍🙏; সঁচাকৈয়ে বাইদেউৰ বিষয়ে জনাৰ পৰা বঞ্চিত আছিলোঁ;জানি ভাল লাগিল 💕
    বাইদেউ, সুস্থ হৈ থাকক🙏

  • @bhabaniborah2779
    @bhabaniborah2779 Před měsícem +1

    বহুত ভাল লাগিল ভিদিঅটি চাই । সংগ্ৰামীজীৱনত আগুৱাই যোৱাটোৱে লক্ষ্য। ভগৱানে সাহস দিয়ক |

  • @ramnathborah7356
    @ramnathborah7356 Před 27 dny +2

    নীলিমা বৰঠাকুৰ আইলৈ শ্ৰদ্ধা জনালো

  • @GOURANGASANKARKALITAOFFICIAL
    @GOURANGASANKARKALITAOFFICIAL Před měsícem +1

    God bless you 🙏🙏🙏Apunak dekha pai val lagil

  • @prasannanarayannath3555
    @prasannanarayannath3555 Před 28 dny +1

    অসম চৰকাৰৰ ফালৰ পৰাও বাইদেউক আন্তৰিকতাৰে চাব লাগে ।🙏

  • @user-wn1mc3qy3p
    @user-wn1mc3qy3p Před 28 dny +1

    Baideur kothabir xuni mor sokupani olaise.

  • @AnjaliDevi-ce8sr
    @AnjaliDevi-ce8sr Před měsícem +3

    নীলিমা মাহী বৰ ভাল লাগিল।আপোনাক মোবাইল তেওঁ দেখি।

  • @BapuSun-bj9kb
    @BapuSun-bj9kb Před 8 dny +1

    Salute

  • @AnowaraBegum-tl3ni
    @AnowaraBegum-tl3ni Před měsícem +3

    বহু নজনা কথা janilu ❤❤❤

  • @pravachutia931
    @pravachutia931 Před 28 dny +1

    বহুত দিন জীয়াই থাকক ,আপোনালোকৰগানবোৰৰ মাদকতা আছে ,আন্তৰ স্পৰ্শ কৰিব কৰি অফুৰন্ত আনন্দ দিযে ।আজি কালি গানবোৰ ফকতিযা কিছুমান ,বেছি দিন নাথাকে ।

    • @munindeka3213
      @munindeka3213 Před 27 dny

      ঠিকেই কৈছে আপুনি, আজি কালি ফকটীয়া গানেই বেছি যাৰ কোনো অৰ্থ নাই। আগৰ বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকা, আদিৰ গানে মানুহক জগাই তুলিছিল কিন্তু আজিকালি মদ খাই ফুৰ্টি কৰাত বাহিৰে একো নাই।

  • @lonelymonster5553
    @lonelymonster5553 Před 29 dny +1

    Baidew'r dukh bur moi horu r pra a dkhi ahisu .Mur Amma r lgt pate taw .taw muk pohaicl moi jtea horu asilu .taw'k aji anake dkhi akow agr kotha monot poril .Allah a jn tawk ahibo logia dinburt taw bisora dre hukht rakhe❤

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 Před 28 dny +1

    সৰু ল'ৰা ছোৱালী আৰু বয়সস্থ মানুহৰ মাত শুনিব দিয়ক

  • @nirmalidevibora3112
    @nirmalidevibora3112 Před 19 dny +1

    ঈশ্বৰ সহায় হওক

  • @Swastikacooking579
    @Swastikacooking579 Před měsícem +2

    বহুত ভাল লাগিল বাইদেউক দেখি❤❤❤❤

  • @abhinan630
    @abhinan630 Před 27 dny +1

    MOR KOBO LOI BAKI NAI🍓😭😭😭😭❤❤❤

  • @ripulbora
    @ripulbora Před 29 dny +1

    God bless you

  • @PabitraKalita-hy9we
    @PabitraKalita-hy9we Před měsícem +1

    আচল সোণৰ চিকমিকনী কম হ'লেও সোণ কেয়াও ক'লা হৈ নাযায় বাইদেউ , আপুনি সদায় উজ্বল হৈ থাকক ।❤

  • @sabitagogoi7761
    @sabitagogoi7761 Před 27 dny +1

    Bahut val lage ai casat bur dakhela

  • @mainamaina2808
    @mainamaina2808 Před 27 dny +1

    অসমত লোকৰ পিঠাত বিহু পতা মানুহ বহুত আছে ,,,বাইদেউ হত কোটি প্ৰণাম,,,,

    • @parthapratimdas8426
      @parthapratimdas8426 Před 24 dny

      হত নহয় ও মাইনা, শত ! হত মানে বধ কৰা,শত ই শতক বুজায় ! শতকোটি মানে বৃহতসংখ্যক বুজায় ! বেয়া নাপাবা,তোমাৰ চিন্তাধাৰাক সন্মান জনাইছোঁ !

  • @bobiburagohain4986
    @bobiburagohain4986 Před měsícem +2

    God bless you baideo,🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @NizamAli-cr4nu
    @NizamAli-cr4nu Před 29 dny +1

    🎉Nileema Baidew bhal lagil