অসমৰ এটা আচৰিত তেল ডিপু 😱 দেখিলে আপোনিও চেল্যুট মাৰিব খাটাং 🔥

Sdílet
Vložit
  • čas přidán 6. 09. 2024
  • #Jibonorrong

Komentáře • 316

  • @DGUjoniAsom
    @DGUjoniAsom Před rokem +53

    সুন্দৰ । আগুৱাই যাওক ভণ্টি কেইজনি তাৰে কামনা কৰিলো । ডিপু সকলোলৈকে বহুত বহুত ধন্যবাদ জনালো । সুন্দৰ এটা পদক্ষেপ দেখি ।জয় আই অসম ।

  • @mintuboruah93
    @mintuboruah93 Před měsícem +3

    ধুনীয়া Video ভাল লাগিল ❤❤❤❤❤

  • @94011527
    @94011527 Před rokem +19

    অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰিছো, সঁচাই ব্যতিক্ৰমী প্ৰয়াস, ককাইদেউ তথা পৰিয়ালৰ প্ৰতিজনলৈ শুভকামনা থাকিল ৷ জয় অসমীয়া গিৰি ৷

  • @dilipdas8112
    @dilipdas8112 Před rokem +10

    ভাল লাগিল মালিক জন অতি সুন্দৰ অন্তৰৰ ঈশ্বৰে তেওঁক আৰু শক্তি দিয়ক

  • @digantamili8955
    @digantamili8955 Před rokem +11

    বহুত ভাল লাগিছে এনেদৰে সকলো অসমীয়া যুৱক যুৱতীয়ে কৰ্ম কৰিবলৈ লাজ কৰিব নালাগে কাৰণ ঘৰ সংসাৰ চলিবলৈ হ'লে কিবা এটা কৰিবৈ লাগিব সদায় মা দেউতা লৈ বাদ চালে নহ'ব নিজৰ জীৱন নিৰ্বাহ কৰিবলৈও সক্ষম হ'ব লাগিব কৰ্ম কৰিবলৈ লাজ নকৰিব কৰ্মই আমাৰ ধৰ্ম ধন্যবাদ জয় আই অসম 💪💪🇮🇳🇮🇳🙏🙏

  • @bornalirajkhowa5348
    @bornalirajkhowa5348 Před 2 měsíci +3

    সুন্দৰ বহুত ভাল লাগিল। সকলো কৰ্মচাৰীলৈ অভিনন্দন জ্ঞাপন কৰিলো । জয় আই অসম

  • @gubindradekaraja8233
    @gubindradekaraja8233 Před rokem +6

    বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে।ধন্যবাদ জনাইছো।

  • @bkgogoi8636
    @bkgogoi8636 Před rokem +3

    এনে এটা সুন্দৰ চবি দাঙি ধৰিছে তাৰবাবে অসমিয়া হিচাবে মই গৌৰৱ অনুভব কৰিছো সকলোকে বহুত বহুত ধন্যবাদ । Bhadra kanta Gogoi নৱজ্যোতি গাওঁ পুঃআঃকুঁমচাই ভায়া লিডু তিনিচূকীয়া জিলা ! 🙏

  • @bishnukumarsonowal7582
    @bishnukumarsonowal7582 Před rokem +6

    বহুত ধন্যবাদ আমীয়া মানুহে কৰ্ম কৰিব লাগে । বাহিৰা দেশৰ মানুহক সুবিধা দিব নালাগে ।ধন্যবাদ

  • @manujsaikia6908
    @manujsaikia6908 Před rokem +5

    সুন্দৰ , সঁচাকৈ ভিডিও টো চাই সুখ অনুভৱ কৰিছো ।।

  • @RotonTaye-oe1cf
    @RotonTaye-oe1cf Před měsícem +1

    স্বৰ্ণ অসমৰ তেল দিপূ মালিক গৰাকী লৈ পোন প্ৰথমে ধন্যবাদ থাকিল । আপুনি মালিক গিৰি নেদেখোৱাই কমৰচাৰি সাচপা পিন্ধি সকলো মানুহে সমান এই ইঙ্গিত সকলো মানৱ জাতিতোক বুজাবলৈ চেষ্টা কৰা বাবে আপোনালৈ ধন্যবাদ। আৰু নিজকে পাহৰি জোৱাৰ আসমিয়াক আসমিয়া সাজপুচাকে ইঙ্গিত দি বোজবলৈ চেষ্টা কৰা বাবে অষেক ধন্যবাদ।

  • @bhargobkonwar3957
    @bhargobkonwar3957 Před rokem +5

    স্বৰ্ণ অসম আমাৰ নাজিৰা Mothyasiga অঞ্চলতো আছে, ইয়াত একে তামোল ব্যৱস্থা আছে জয় আই অসম,,,

  • @nipujiyanshentertainment6397

    বিহাৰী হাতাও তেল ডিপো বোৰৰ পৰা,, অসমীয়া ভাই ভনী সকলক কৰ্ম সংস্থাপন দিয়ক,, চৰকাৰেও গুৰুত্ব দিব বুলি আশা কৰিলো।

  • @prasantabhatta3428
    @prasantabhatta3428 Před 14 dny

    Bhal lagil. Dhonyabad . Joy Ai Asom. Juwa bosor Mur garit tel bhoraisilu lokhimpur goisilu. Tamul khai bhal lagil. Sosai byoticromi.

  • @rakhivlog4743
    @rakhivlog4743 Před rokem +9

    ধন্যবাদ দাদা আপুনি আমাৰ ইয়ালৈ অহা বাবে! আশাকৰোঁ , আমাৰ দৰেই আপোনা লোক ওলাই আহিব বুলি! আমাক সকলোৱে সহাৰি জনাব ।

  • @bibhashkonwarvlogs7594
    @bibhashkonwarvlogs7594 Před rokem +4

    সুন্দৰ ।বহুত ভাল লাগিল। জয় আই অসম

  • @rekhaphukan5617
    @rekhaphukan5617 Před rokem +7

    বহুত ভাল ভিডিঅ কৰ্ম ই ধৰ্ম ।বিদেশী ক হাতে মাৰি খেদিব নোবাৰিম ভাতে মাৰি খেদিব লাগিব ।তামোল ৰ অৰ্থ নৈতিক আৰূ সামাজিক গুৰুত্ব দিযাৰ বাবে আৰু ভাল লাগিল ।আমি যদি ভাল দৰে চাওঁ তেতিযা দেখিবলৈ পাম যে মাৰোবাৰী
    বিহাৰী আৰূ বাঙালীৰ মাজত শাৰীৰিক ভাৱে পংগু মানুহ থাকিলেও ভিক্ষাৰী নাই

  • @moushumgogoi9563
    @moushumgogoi9563 Před rokem +2

    সুন্দৰ। আচল কথাট এইয়াই অসমীয়া গিৰি 👏👏🙏

  • @sangrambangthai2938
    @sangrambangthai2938 Před rokem +5

    অসমত প্রায়বোৰ তেলদিপুত বহিৰাজ্যৰ মানুহকে দেখা যায়,আমাৰ অসমত মানুহৰ কিবা অভাব হৈছে নেকি | এটা ভাল পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জনালো দেই......

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 Před rokem +1

    সচাঁকৈয়ে ভাল লাগিল । সকলো কৰ্মচাৰীলৈকে অভিনন্দন জ্ঞাপন কৰিলো । জয় আই অসম ।

  • @songmilitasantanarunjunbar5324

    গৌৰৱ অনুভৱ কৰাৰ লগতে তেলডিপুৰ মালিকক অশেষ ধন্যবাদ জনাইছো । কিন্ত্ত এইক্ষেত্ৰত এটা কথা কবলৈ মন গৈছে, কোনোৱেই যাতে বিৰূপ মন্তব্য নকৰি গঠনমুলক পৰামৰ্শহে আগবঢ়াই । কথাটৌ হ'ল খেলাধূলাৰ কাৰনে যিদৰে আমাৰ জাতিয় পোচাকযোৰ উপযুক্ত নহয় ঠিক তেনেদৰেই তেলডিপুৰ কাৰনেও ই উপযুক্ত নহয় । গতিকে পেন্ট চাৰ্ট পিন্ধি সময়ৰ লগত খোজ মিলালে ভাল হব নেকি ?

  • @nironburagohain
    @nironburagohain Před měsícem

    Bahut2 bhaal lagise ene karma dekhi. Wishing all to be well and safe life n to give the example of our girls. Be happy n prosperous in life.

  • @rinaburagohain126
    @rinaburagohain126 Před rokem +3

    ওঢৰত হোৱাহেতেন নিশ্চয় মইও গলো হয়।সকলোলৈয়ে শুভ কামনা আগ বঢ়ালো।

  • @arjuntalukdar3849
    @arjuntalukdar3849 Před rokem +4

    Congratulations to all three great ladies 👌👌👌

  • @chayanikahandique1490
    @chayanikahandique1490 Před rokem +5

    খুব সুন্দৰ ❤️❤️

  • @majonideka6139
    @majonideka6139 Před rokem +33

    Vl lgise kinto gotei asamiya jte Kapur keijur mekhela sadar hole vl lgil hoi sari 🥻 pindhat koi

  • @amritwithall7517
    @amritwithall7517 Před rokem +2

    ভাল লাগিল।

  • @user-yb3os9vm8t
    @user-yb3os9vm8t Před 2 měsíci +1

    ভাল লাগিল ❤পিছে অসমৰ বাবে ব্যত্তিক্ৰমি এইয়া ❤

  • @jatinborboruah3467
    @jatinborboruah3467 Před měsícem

    Very nice .Best of luck to all of you

  • @pranobjyotisaikia8458
    @pranobjyotisaikia8458 Před 16 dny

    Akdom hundar so beautiful

  • @santipurboy9873
    @santipurboy9873 Před měsícem

    বহুত ভাল পদক্ষেপ অসমত অসমীয়া যুৱক যুৱতীক সংথাপন দিব লাগে এইটো ভাল কথা আন বাকী কম্পেনী বোৰটো দিলে হৈ যদি আজি অসমৰ বাহিৰত গৈ কাম কৰিব লগা নহল হৈ। আমাৰ ইয়াত আকৌ বিহাৰী মাৰোৱাৰী মানুহক হে দিয়ে 🙏🙏🙏

  • @user-cw9yg9zm5q
    @user-cw9yg9zm5q Před měsícem

    Ati sundar

  • @JoyramBonia
    @JoyramBonia Před měsícem

    বহুত সুন্দৰ লাগিছে আপোনালোক। ভাল পাইছো। বহুত সুন্দৰ কাম কৰিছে।

  • @RatulGayon
    @RatulGayon Před měsícem

    আপোনা লোকৰ প্ৰচেস্থাক সন্মান জনাছো আৰু আগবাঢ়ি যাওক । জয় আই অসম ।

  • @PULOKBORKOTOKY-jr6in
    @PULOKBORKOTOKY-jr6in Před měsícem

    সুন্দৰ ৷

  • @champakdekanicesong.zubeen2679

    Good Day , Good activity, কৰ্মই ধৰ্ম , সুকৰ্ম ই মানৱ জীৱনৰ পূৰ্ণতা আনে, বহুত বহুত ধন্যবাদ।

  • @ujjalgohain4301
    @ujjalgohain4301 Před rokem +1

    সুন্দৰ

  • @chandanhazarika7006
    @chandanhazarika7006 Před rokem +2

    Bhal lagil

  • @prasantabordoloi5555
    @prasantabordoloi5555 Před rokem +1

    বহুত বহুত ভাল লাগিল ।

  • @ASarmy748
    @ASarmy748 Před měsícem

    বিহাৰি খেদিব লাগে তেলদিপুৰ পৰা সিহতিহে তেল দিব জানে নেকি, আমাৰ অসমীয়া সকলে নাজানে নেকি, গতিকে ভন্টি কেইগৰাকীলৈ বহুত ধন্যবাদ কাৰন লৰা সমানে আগবাঢ়ি যোৱা কাৰনে লগতে মালিক জনকো ধন্যবাদ দিলো ইমান সুন্দৰ পদক্ষেপ লোৱাৰ বাবে ।

  • @borojogeswar36
    @borojogeswar36 Před rokem +2

    জয় আই অসম

  • @amalsaikia6525
    @amalsaikia6525 Před 2 měsíci

    Bhal udyam laise dhanyawad

  • @minakhisaikia9950
    @minakhisaikia9950 Před 2 měsíci

    I proud this assamesse girl. God bless you.

  • @krishakkrishak1859
    @krishakkrishak1859 Před rokem +3

    ভাল লাগিছে, সময় পালে এপাহ মাৰিম -----।

  • @niharikamahantadhemaji
    @niharikamahantadhemaji Před rokem +1

    সুন্দৰ ❤️❤️

  • @bhairabburagohain7078
    @bhairabburagohain7078 Před rokem +1

    বহুত ভাল লাগিল

  • @dhanjyotiborah2058
    @dhanjyotiborah2058 Před rokem +3

    জয় আই অসম 🍨☕

  • @tilakphukan2118
    @tilakphukan2118 Před rokem +2

    ভাল লাগিছে দেই 🌹💖💚 সছাকৈ এনেকোৱা হ'ব লাগে অসমত💃💃💃💃

  • @manakhibosumatari8543
    @manakhibosumatari8543 Před rokem +1

    , কামত, সৰু বৰ নাই,আগুৱাই,যোৱা,জয়,আই অসম

  • @user-cm1lj6kx2r
    @user-cm1lj6kx2r Před měsícem

    ভাল লাগিল জয আই অসম

  • @chandanboragohain9168
    @chandanboragohain9168 Před 2 měsíci

    Vari. Good. Sister. 👍👍🤑. Good. Job

  • @RanjanBaruah-fu6sh
    @RanjanBaruah-fu6sh Před měsícem

    Dada video zai bhal lagil j oy Aai assam

  • @JSBMCreativeAngel
    @JSBMCreativeAngel Před rokem +1

    সুন্দৰ 🙏❤️🌹

  • @BiswajitPhukon-bq9oi
    @BiswajitPhukon-bq9oi Před měsícem +1

    Nice

  • @ritwickgogoi6118
    @ritwickgogoi6118 Před měsícem

    Great

  • @koushiksankar8490
    @koushiksankar8490 Před rokem

    Suman majoni aguwai juwa ,krisnok kripa korak,bhal adarsa asamia gourab tumar stafe

  • @gobindaboro7958
    @gobindaboro7958 Před 2 měsíci

    Very good👍

  • @horenphukon5013
    @horenphukon5013 Před rokem

    সুন্দৰ পদক্ষেপ ডিব্ৰুগড় গলে সোমাম এপাক , চিনাকি হব লাগিব ফুকন লিখা কেই গৰাকীৰ লগত , আমাৰ ঘৰৰে হব চাগে ।

  • @mridulkumardas6270
    @mridulkumardas6270 Před měsícem

    Wanderfull

  • @jagatgogoi3281
    @jagatgogoi3281 Před rokem +2

    বহুত বহুত ভাল লাগিল, আপোনালোকলৈ ধন্যবাদ।

  • @kcboro7462
    @kcboro7462 Před měsícem

    Very good I'm Very proud of your Jai Aiye Okhom 🙏💪

  • @pinkudas5599
    @pinkudas5599 Před rokem +1

    ভাল লাগিল মজা

  • @jayantajyotimohan2501
    @jayantajyotimohan2501 Před rokem +1

    ভাল লাগিছে ।জয় আই অসম

  • @NiranjanCreation
    @NiranjanCreation Před rokem +2

    তেওঁলোক আমাৰ আদৰ্শ

  • @milanassam0183
    @milanassam0183 Před rokem +1

    Val lagel ,❤️ joi ai axom

  • @munbasumatary4847
    @munbasumatary4847 Před rokem +1

    Mor bhal lagise Baru tel tu akhomiya nohoy je

  • @digantaboruah7192
    @digantaboruah7192 Před 2 měsíci

    Sakaolulai dhanybaad .baba dutta

  • @Kankanahandique-wr5cr
    @Kankanahandique-wr5cr Před 2 měsíci

    🙏🙏🙏🙏🙏🙏🇮🇳🇮🇳🇮🇳🇮🇳 ❤❤❤❤❤❤❤❤❤❤❤❤ভাষাৰে বুজাব নোবাৰোঁ বহুত ভাল লাগিছে জীবনত আগবাঢ়ি যোৱা আমাৰ মৰম আৰু শুভেচ্ছা থাকিল ❤❤❤❤❤❤

  • @prabhatteron5807
    @prabhatteron5807 Před rokem +1

    Bohutei biyotikromi. Eyahe Lage. 'Joy Ay Ohom' It is unique and extraordinary. (Brindo Hokol buli Kobo nalage Ortho eketai)

  • @pabitradeka1957
    @pabitradeka1957 Před rokem

    অতি সুন্দৰ বা ভাল লাগিছে ❤️❤️❤️❤️

  • @atulgogoi7955
    @atulgogoi7955 Před 2 měsíci

    Very Nice

  • @mohankutum7929
    @mohankutum7929 Před rokem

    Val lagise

  • @Riya10915
    @Riya10915 Před rokem

    Vallagise ♥️

  • @nandeswartaye805
    @nandeswartaye805 Před rokem

    বহুত বহুত ভাল লাগিছে ধন্যবাদ

  • @tunmonisaikia2540
    @tunmonisaikia2540 Před rokem +3

    খোৱাং ৰ গৌৰৱ স্বৰ্ণ অসম

  • @numalchutia1940
    @numalchutia1940 Před rokem

    Vall lagil.... সুন্দৰ।

  • @rafiulhussain1608
    @rafiulhussain1608 Před 2 měsíci

    Sabas osomia juboti l seluit you.

  • @binoybordaloi5822
    @binoybordaloi5822 Před 2 měsíci

    Vlvl bht vl jy aai axom ❤❤😂

  • @korabimedhi9961
    @korabimedhi9961 Před rokem

    Bohut val kam korise dei vonti keijonir logote hokoluloike huvesa jasilu hokolue valkoi thakok amar ahomot ami hokolu dhoronor kam koribo lagibo tetiyahe ami sonirvorhil hobo parim laj korile nohobo ami kiyo belegok kisuman kam koribo aeri diu nu amie hokolu kam koru sun tetiyahe amar ahomot beleg manuhor pujon nohobo amie ami

  • @charudas947
    @charudas947 Před měsícem

    Tomalokaloi bahutfhanyabad thakil

  • @bbsgaming5156
    @bbsgaming5156 Před rokem +2

    জয় আাই অসম

  • @gogoijibeswar4168
    @gogoijibeswar4168 Před rokem

    Very good

  • @user-mv1uw4pv7e
    @user-mv1uw4pv7e Před 2 měsíci

    বহুত ভাল লাগিল ধন্যবাদ

  • @biswajitkonwar6341
    @biswajitkonwar6341 Před měsícem

    Jai ai akhom

  • @simranmustaki7341
    @simranmustaki7341 Před rokem

    Soooooooooo...... Niceeeeeeeeeeeeeeee...... 👍👍👍👍👍👍🕺💃

  • @panabgogoi3601
    @panabgogoi3601 Před rokem

    Videotu sae bohut val lagel👌

  • @hemantakumarborooah1104
    @hemantakumarborooah1104 Před 2 měsíci

    দেখি ভাল লাগিল ৷ সকলোটিলৈকে অভিনন্দন জনালোঁ ৷ কিন্ত আবেগৰ বশবৰ্ত্তী হৈ কামফেৰা দুদিনীয়া যাতে নহয় সেইদিশটোলৈও কাণ চোৱাবা বুলি আশা ৰাখিলোঁ ৷

  • @SurenDas-r9i
    @SurenDas-r9i Před měsícem

    Very nice

  • @deeparai020......
    @deeparai020...... Před rokem

    Proud feel korisu Akhomor juwatiye aag bodat vori dise..❤️👍

  • @papusabitavlogs4170
    @papusabitavlogs4170 Před rokem +1

    Bhal lagil bohut

  • @satinmishong5092
    @satinmishong5092 Před rokem +1

    Very nice joy aai assam

  • @rudrakantachangmai2310
    @rudrakantachangmai2310 Před rokem +3

    Very nice❤️

  • @mintukalita2839
    @mintukalita2839 Před rokem

    Hundor bohut val lgil

  • @Pankaj-xq6lc
    @Pankaj-xq6lc Před rokem

    Good 👍👍👍👍 , bohut val kotha sob asomor dipu bure sei2 dipu pora alop sikhok , aru suwali burew alop sikhok ji bure laj kori kam nakori ghuri fure , selut gutei kormsari aru sortodhikar jon loi

  • @pankajsaikia7173
    @pankajsaikia7173 Před rokem

    Good.aeger asomeyaI nejok nesenele asom Rosa tole jabo

  • @shikhaphukan5268
    @shikhaphukan5268 Před rokem

    Nice...dada

  • @gautamgoswami7103
    @gautamgoswami7103 Před rokem

    Very nice initiative, kind of great women empowerment.

  • @myyyb9744
    @myyyb9744 Před rokem

    Joi aai axom

  • @bobyburagohain2790
    @bobyburagohain2790 Před 2 měsíci

    Jibonor rong dhonyobad. ❤hundor hoise

  • @mintusaikia4517
    @mintusaikia4517 Před 2 měsíci

    বৰ সুন্দৰ।