MISSION GAURAV GOGOI | Congress-AIUDF’s 'secret alliance' exposed!

Sdílet
Vložit
  • čas přidán 17. 03. 2019
  • কংগ্ৰেছ-আজমলৰ গোপন মিতিৰালি ফাদিল। আজমলৰ সৈতে গোপন বুজাবুজিৰে ধুবুৰী, গুৱাহাটী, বৰপেটাত প্ৰাৰ্থী চূৰান্ত কৰা নাই কংগ্ৰেছে। লক্ষ্য এটাই- গৌৰৱ গগৈক কলিয়াবৰত বিজয়ী কৰোৱাৰ চৰ্ত। আজমলক ৩টা সমষ্টিত ৱাক অভাৰ দি কলিয়াবৰ লাগে কংগ্ৰেছক। AIUDFক উপহাৰ স্বৰূপে বৰপেটা-ধুবুৰী-কৰিমগঞ্জত দুৰ্বল প্ৰাৰ্থী দিব কংগ্ৰেছে। কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ মুহূৰ্ততে আহিছে এই গোপন মিতিৰালিৰ প্ৰসংগ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Komentáře • 96