ভাগৱত পাঠব্যাখ্যা

Sdílet
Vložit
  • čas přidán 25. 08. 2024
  • #ৰণ্টু শইকিয়া দেৱৰ#সুন্দৰ ভাগৱত ব্যাখ্যা
    #jyotimoy প্ৰাণজিৎ গগৈ
    #anupombitupon
    #jaishreekrishna
    #ভাগৱতপাঠ

Komentáře • 190

  • @user-qz4dr9jx5c
    @user-qz4dr9jx5c Před 25 dny +1

    সুন্দৰ ভাগৱত ব্যাখ্যা উপ স্থাপন কৰিছে ।

  • @dalimiboruah4100
    @dalimiboruah4100 Před měsícem +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @DKNath-oe2ts
    @DKNath-oe2ts Před 5 měsíci +12

    কৃষ্ণ
    ভক্তি ভৰা সেৱাভাগি নিবেদিলো। সুন্দৰ ব্যাখ্যা।

  • @posantahazarika2914
    @posantahazarika2914 Před 11 dny +1

    কৃষ্ণ বাপ সুন্দৰ বাখ্যা |

  • @kamalphukan1365
    @kamalphukan1365 Před 4 měsíci +6

    কৃষ্ণ কৃষ্ণ 🙏
    বাপ ঈশ্বৰ
    আমাৰ সেৱা ভাগি গ্ৰহণ কৰিব।
    আপোনাৰ অমৃতময় পাঠ আৰু ব্যাখ্যাই জগতৰ কল্যাণ সাধনত অৰিহণা যোগাব পাৰিছে বুলি আমাৰ বোধ হৈছে;
    আমি আপোনাৰ সু-স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি প্ৰভূ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ! 🙏
    এই অমৃতময় যাত্ৰা অব্যাহত থাকক !
    কৃষ্ণ 🙏
    জয় জগত গুৰু শংকৰ শ্ৰীমন্ত শংকৰ 🙏

  • @DijenDutta-hv7ej
    @DijenDutta-hv7ej Před měsícem +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ

  • @sanskritaboro239
    @sanskritaboro239 Před 6 měsíci +4

    কৃষ্ণ কৃষ্ণ অতি সুন্দর বাখ্যা বাপ ঈশ্বর

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 Před 24 dny +1

    Krishna Krishna 🙏🙏

  • @rinachutia3723
    @rinachutia3723 Před 2 měsíci +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ , 🙏🙏🙏🙏

  • @junumech7558
    @junumech7558 Před 6 měsíci +2

    কৃষ্ণ কৃষ্ণ বাপ মধুৰ আৰু সুন্দৰ ব্যাখ্যা শুনি বৰ ওপকৃত সইছে প্ৰণাম সেৱা নিবেদিলে প্ৰাভু জনা কৃষ্ণ

  • @funusenapoti9220
    @funusenapoti9220 Před 6 měsíci +5

    আপোনাৰ অমৃত কথা শুনি খুব সুখী হ'লো। ভাগৱতৰ অমৃত কথা শুনিবলৈ খুব ইচ্ছা যায় কিন্তু ইমান সুন্দৰ কৈ ব্যখ্যা শুনিবলৈ নাপাওঁ, এই ভিডিঅ' টিৰ যোগেদি ভাগৱতৰ এই ব্যাখ্যা শুনিবলৈ পাই পৰম সুখী আৰু নজনা কথা জানিব পাৰিলো 🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ।

  • @prahladgogoi8847
    @prahladgogoi8847 Před 6 měsíci +2

    কৃষ্ণ প্ৰভু আমি আপোনাৰ চৰণত সেৱাহে নিবেদিলো। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা মেন কল্পতৰু তাহান্ত বিনাই নাই নাই নাই আমাৰ পৰম গুৰু। কৃপাবৰ সাগৰ দৈৱকী নন্দন প্ৰতিও মনৰ কাম ভকতৰ সংঙ্গ সদা নোগুছূক মুখেতো আগুন নাম।

  • @UttamThengal-yo8jp
    @UttamThengal-yo8jp Před 2 měsíci +1

    Krishna ❤

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 Před 6 měsíci +1

    প্ৰভু অধমৰ আন্তৰিক সেৱা গ্ৰহণ কৰে যেন তাৰেই কামনাৰে আপোনাৰ ভাগৱত পাথৰ পৰা পোৱা অমৃত তৃপ্তিয়ে দিয়া আনন্দই অন্তৰত দিয়া আনন্দৰ তুলনা নাই পুনৰ আপোনাৰ পৰা এনেকুৱা মনোগ্ৰাহী গুৰুত্বপূৰ্ণ অমৃত বানি সুনিবলৈ পোৱাৰ আশাৰে ভিক্ষাৰি অধমে ভিক্ষা বিছাৰি আশাৰে বাত ছাই ঠাকিলো প্ৰভু

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Před 3 měsíci +1

    কৃষ্ণ কৃষ্ণ 🙏🙏
    ইমান সুন্দৰকৈ ব্যাখ্যা কৰিছে শুনি দেহ মন জোৰ পাৰি গৈছে , দুৰৰ পৰা ভক্তি ভৰা সেৱা জনাইছোঁ🙏🙏🙏কৃষ্ণ

  • @sasadharrajbangshi3321
    @sasadharrajbangshi3321 Před 6 měsíci +2

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভু ইশ্বৰ চৰন পঙ্কজ প্ৰনাম জনালো 🙏🙏🙏🙏 অধমৰ প্ৰনাম গ্ৰহণ কৰে যেন 🙏🙏 কৃষ্ণ কৃষ্ণ

  • @user-lh6es8ss6r
    @user-lh6es8ss6r Před 6 měsíci +3

    Krishna Krishna ❤

  • @debajanikalita1461
    @debajanikalita1461 Před 2 měsíci +2

    কৃষ্ণ কৃষ্ণ বাপ, বহুত বহুত ভাল লাগিছে।😮😮

  • @urbashibarman2984
    @urbashibarman2984 Před 6 měsíci +2

    কৃষ্ণ কৃষ্ণ বাপ , সুন্দৰ ব্যাখ্যা, আমাক অমৃত পান কৰালে ,আগলৈ সুনিবলৈ আশাৰে , কৃষ্ণ 🙏🙏🙏

  • @beautykeot5136
    @beautykeot5136 Před 4 měsíci +1

    কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ জ্ঞানগৰ্ভ ব্যাখ্যা। সেৱা জনাইছোঁ বাপজনা। কৃষ্ণ ভগৱন্তে কুশলে ৰাখক আপোনাক।

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 Před 5 měsíci +2

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻 খুব সুন্দৰ ব্যাখ্যা 🙏🏻

  • @user-of3pj4em6e
    @user-of3pj4em6e Před 6 měsíci +2

    Krishna Ram Krishna Ram Krishna Ram 🙏🙏🙏🙏🙏🙏🙏

  • @PabanBora.-le2gl
    @PabanBora.-le2gl Před 3 měsíci +4

    Aponi bidagdha pandit prabhu sahara kouti pronam jonaiso. Aponar giyan apar prabhu saran dukhani jodi sparsha koriboloi mon goisa prabhu. Krishna Krishna. Sanxkritar aponi maha pandit prabhu naman aponar saran. Krishna.

  • @PrbinChutia
    @PrbinChutia Před 5 měsíci +2

    জয় প্ৰভু সমস্ত জগতৰ ঈশ্বৰ কৃষ্ণ।জয় পৰম কৃপালো গুৰু🎉🎉🎉 শ্ৰীমন্ত শঙ্কৰদে😂ৱ শ্ৰী শ্ৰী মাধৱ দেৱ যাহাৰ জ্ঞান বন্তি গুণে গওচয় মনৰ সঙশয়।পৰম কৃপালো বাপজনালৈও মোৰ ভক্তি ভৰা সেৱা জনালোঁ ইমান সুন্দৰ সাৱলীলভাৱে প্ৰভু ঈশ্বৰৰ মহিমা খিনি বোজাই দিয়াৰ বাবে। কৃপাময হৰিয়ে তেওঁক আৰু শক্তি দিয়ক। কৃষ্ণ।

  • @lilabora4982
    @lilabora4982 Před 6 měsíci +2

    কৃপাৰ সাগৰ দৈবকি নন্দন‌ পুৰিও মনৰ কাম ।। ভকতৰ সঙ্গ সদা নোগোছক মুখে তুৱা গোন নাম ।।।,🎉

  • @binadeka1158
    @binadeka1158 Před 5 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল অমৃত বাণী শুনি

  • @CheerfulBurrito-ff2yu
    @CheerfulBurrito-ff2yu Před 3 měsíci +1

    Kisna Kisna✌

  • @debeswarborah8010
    @debeswarborah8010 Před 5 měsíci +1

    বহুত ভাল লাগিল প্ৰভূ শুনাই থাকিব আগলৈও

  • @smritirekhadas3528
    @smritirekhadas3528 Před 5 měsíci +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ সচাঁকৈ এক শতাংশ হ'লেও উপকৃত হৈছোঁ প্ৰভূ আপোনাৰ ব্যাখ্যা শুনি কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 Před 2 měsíci +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @HiteshDeka-mz6pi
    @HiteshDeka-mz6pi Před měsícem +2

    কৃষ্ণ কৃষ্ণ প্রভু সেবা জনাইছো কৃষ্ণ ❤

  • @keshabbora7742
    @keshabbora7742 Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ আপোনালোকৰ চৰণপঙ্কজত ভক্তি ভৰা সেৱা জনাইছো কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dulumonibora671
    @dulumonibora671 Před 5 měsíci +2

    Krishna Krishna bapbahutvallagil❤❤❤❤❤❤❤❤

  • @purnakantagogoi7064
    @purnakantagogoi7064 Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ প্ৰভু অতি উত্তম উপস্থাপন।আপোনাৰ শ্ৰীচৰণত শত কোটিবাৰ সেৱা জনালোঁ।🙏🙏🙏🙏

  • @user-fe9ko4yn4r
    @user-fe9ko4yn4r Před 6 měsíci +1

    Eman xundor.mont bohut anond milise bap jon.hori namor ontohin mohima xni hepah nopolai .👃👃👃👃

  • @minatimech4993
    @minatimech4993 Před 6 měsíci +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @rinagogoi1795
    @rinagogoi1795 Před 4 měsíci +1

    Ram krishna bap apunar haba shree saranat sewar nibedisu apunar. Biyakha saban kari bahut bhal lagil

  • @babuchetia7926
    @babuchetia7926 Před 6 měsíci +1

    well...

  • @titumoniborah4132
    @titumoniborah4132 Před 2 měsíci +1

    🙏🏻

  • @prahladgogoi8847
    @prahladgogoi8847 Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন য‌য় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ।

  • @bashantadas1542
    @bashantadas1542 Před 3 měsíci +1

    Krishna krishna Saikia baap jai jai shree krishna bhagaban tomar saranat coti coti pranam

  • @prodipdutta6205
    @prodipdutta6205 Před 6 měsíci +3

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা।

  • @mainabordoloi2479
    @mainabordoloi2479 Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ,সুন্দৰ বাখ্যা শ্ৰৱণ কৰি বৰ আনন্দিত হলো আৰু সকলো ভকত বৈষ্ণৱ ৰ চৰণত সেৱা জনালো🙏🙏🙏

  • @munmoniduttasaikia5390
    @munmoniduttasaikia5390 Před 6 měsíci +1

    বহুত সুন্দৰকৈ বুজাই দিলে।কৃষ্ণ কৃষ্ণ।

  • @user-vi9ex4gt1k
    @user-vi9ex4gt1k Před 6 měsíci +2

    কৃষ্ণ প্ৰভু

  • @robinborah5848
    @robinborah5848 Před 6 měsíci +1

    Sundar bhaykha bhut Sundar krishnaa❤

  • @ramcharandeka9143
    @ramcharandeka9143 Před 4 měsíci +2

    Ramkrishna.

  • @dipakhazarika5671
    @dipakhazarika5671 Před 4 měsíci +1

    কৃষ্ণ, কৃষ্ণ প্ৰভু আপোনাৰ পদ সেৱা লোৱা বহুতো ইচ্ছা আছে জীৱন বাটত, আপোনাৰ ঘৰ প্ৰভু জনাব । সুখী হলো হয় ।

  • @umeshhatimuria7525
    @umeshhatimuria7525 Před 6 měsíci +1

    Krishna borbhal lagil dhoinyabad

  • @pallabikagohain5720
    @pallabikagohain5720 Před 3 měsíci +1

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna 🙏

  • @mauzadarchuba5187
    @mauzadarchuba5187 Před 5 měsíci +2

    কৃষ্ণ কৃষ্ণ 🙏

  • @robinborah5848
    @robinborah5848 Před 6 měsíci +2

    Sir krishna bhut Sundar bhaykha apuni bhut adhyayan kari bhut tattya gadhur bhakhay Sundar krishna jah ll amar apnak log paisu mai army 17 gards pokaran ashlu dhanay bad Sundar bhaykha❤

  • @Sikhuuuriyiii
    @Sikhuuuriyiii Před 5 měsíci +2

    Krishna krishna Povu🙏🙏

  • @dasnipul69
    @dasnipul69 Před 5 měsíci +2

    কৃষ্ণ, কৃষ্ণ, কৃষ্ণ

  • @harichandranath421
    @harichandranath421 Před 5 měsíci +2

    কৃষ্ণ 🙏🏼

  • @lohitdas63
    @lohitdas63 Před 3 měsíci +1

    Saikia bap bor sunder. Lagise .pravuye apunak aru kripa korok.

  • @bandanakalita9023
    @bandanakalita9023 Před 6 měsíci +2

    Krishna❤

  • @user-th1if6xt2z
    @user-th1if6xt2z Před 5 měsíci +1

    কৃষ্ণ 🙏
    গুৰু জনায় আমাক দিয়া সম্পত্তি বোৰ সঁচা কিন্তু বহু জনে মানি নলয় বাপ ।

  • @rinkumoniborah6932
    @rinkumoniborah6932 Před 6 měsíci +1

    Krishna Ati sundar 🙏🙏🙏🙏🙏

  • @kumudinisaikia1979
    @kumudinisaikia1979 Před 6 měsíci +2

    কৃষ্ণ🙏🙏🙏🙏

  • @HiteswarBarman-dx2cn
    @HiteswarBarman-dx2cn Před 4 měsíci +1

  • @madhabdas1555
    @madhabdas1555 Před 3 měsíci +1

    কৃষ্ণ প্ৰভু, নাৰায়ন নাৰায়ন নাৰায়ন, ৰাস ক্ৰীয়া জন্ম বিষয়ে জনৱনে প্ৰভু,

  • @premiumhacks6345
    @premiumhacks6345 Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱাহে জনালোঁ । 🙏🙏🙏

  • @gunamayachetia3114
    @gunamayachetia3114 Před 6 měsíci +1

    joy krishnaguru prabhu danybat .bap Jana.

  • @daisyrabha2343
    @daisyrabha2343 Před 6 měsíci +1

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏

  • @Abhijit__Deka___1234
    @Abhijit__Deka___1234 Před 3 měsíci +1

    Krishna Krishna bap apunar saranat sewa janaisu

  • @achyutkumargogoi1837
    @achyutkumargogoi1837 Před 6 měsíci +1

    Joy Krishna Joy Krishna Pranam🎉

  • @RomeshGogoi-ni3rd
    @RomeshGogoi-ni3rd Před 5 měsíci +1

    Krishna Krishna probhu bohut bohut bhal laga byakha

  • @tapanbaruah1178
    @tapanbaruah1178 Před 3 měsíci +1

    হৰে কৃষ্ণ 🙏🙏হৰে কৃষ্ণ 🙏🙏হৰে কৃষ্ণ 🙏🙏

  • @Krishnakoch174
    @Krishnakoch174 Před 5 měsíci +1

    Krishna krishna prabhu🙏🙏🙏🙏🙏

  • @Tulikaartacademy912
    @Tulikaartacademy912 Před 3 měsíci +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰন কমলত কৌতি কৌতি প্ৰনাম জনালো।

  • @harendradeka7814
    @harendradeka7814 Před 6 měsíci +1

    প্ৰনাম 🙏 প্ৰভু ভগৱতে বাসুদেৱায়।

  • @user-ce1qe7dh7v
    @user-ce1qe7dh7v Před 6 měsíci +2

    Krishna 🙏 Krishna 🙏 Krishna 🙏

  • @renuneog7516
    @renuneog7516 Před 6 měsíci +1

    অতি সুন্দৰ বাখ্যা

  • @NiruDevi-td3hn
    @NiruDevi-td3hn Před 6 měsíci +1

    Krishna krishna bap pranam 🙏🙏🙏🙏

  • @bharatboruah5981
    @bharatboruah5981 Před 6 měsíci +1

    কৃষ্ণ হৰি ৰাম,সেৱা জনাইছো । বাপজনাৰ ব্যাখ্যা সচাই ভাল লাগিছে আৰু প্ৰসঙ্খখনীয় । শ্লোক আৰু ঘোষাৰ শাস্ত্ৰৰ উৎসমূহৰ নম্বৰ/সঙ্খ্যা উল্লেখ কৰা বাবে নতুন সেৱকীৰ লাভৱান হব

  • @sidheswarrajbongshi4313
    @sidheswarrajbongshi4313 Před 6 měsíci +2

    🙏🙏🙏

  • @dulugogoi74
    @dulugogoi74 Před 5 měsíci +1

    Krishno Krishno Probhu

  • @basantabora1238
    @basantabora1238 Před 2 měsíci +1

    অসমত বহু ব্যাখ্যাকাৰ আছে যদিও আপোনাৰ ব্যাখ্যা অনন্য। বহু কথা জানিলো আপোনাৰ পৰা। শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছো আপোনাক।

  • @nripenchandraborah2603
    @nripenchandraborah2603 Před 4 měsíci +1

    krishno bap bor xundor

  • @JunuDutta-js8yp
    @JunuDutta-js8yp Před 3 měsíci +2

    ভগৱানে কুশল কৰক❤😂🎉😢😮😅😊❤😂🎉😢😮😅😊❤😂🎉😢😮😅😊

  • @anjumonikonwar8159
    @anjumonikonwar8159 Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।।

  • @munindragogoi2586
    @munindragogoi2586 Před 6 měsíci +1

    ওমঃ নমঃ ভগবতে বাসুদেবায কৃষ্ণ

  • @user-to3rv9yi5t
    @user-to3rv9yi5t Před 6 měsíci +1

    Krishna Krishna ❤namaste 🙏 ♥️

  • @bikashhazarikabikashhazari6298
    @bikashhazarikabikashhazari6298 Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু।

  • @bhagyalatachowdhury3704
    @bhagyalatachowdhury3704 Před 6 měsíci +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @RajuRaju-hk1uf
    @RajuRaju-hk1uf Před 6 měsíci +1

    O bap aponar kotha bor bahot Hard

  • @profullasaikia4020
    @profullasaikia4020 Před 6 měsíci +1

    Krisna..provu...nice..

  • @daduldas1643
    @daduldas1643 Před 6 měsíci +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব।

  • @user-fc8iw3qe3n
    @user-fc8iw3qe3n Před 6 měsíci +2

    Krishna Krishna amitmoi Bani

  • @lilabora4982
    @lilabora4982 Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ। কৃষ্ণ।।

  • @dimbeswarigogoi6683
    @dimbeswarigogoi6683 Před 6 měsíci +1

    Krishna prabhu hewabhagi jonaisu Krishna

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @nayanmonidsa5483
    @nayanmonidsa5483 Před 5 měsíci +1

    ৰাম কৃষ্ণ হৰি ৰাম

  • @parulborgohain8511
    @parulborgohain8511 Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤❤❤❤❤

  • @r.saikia3334
    @r.saikia3334 Před 6 měsíci +1

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰ 🙏🙏🙏🙏

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 Před 5 měsíci +1

    Krishna Krishna Krishna 🙏🌹

  • @user-um3ke2sp3q
    @user-um3ke2sp3q Před 6 měsíci +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏🙏🙏🙏🙏

  • @guleshwarbora5700
    @guleshwarbora5700 Před 2 měsíci +1

    Krishna bht bhl paisu

  • @user-rd1nk5gx7h
    @user-rd1nk5gx7h Před 4 měsíci +2

    আমি নাজানো দয়াময় বেদশাস্ত্ৰ ভাগৱত গীতাতে আছয় ।।