সদনত অখিল গগৈ-মন্ত্ৰী পীযুষ হাজৰিকাৰ তীব্ৰ বাকযুদ্ধ।

Sdílet
Vložit
  • čas přidán 13. 09. 2024

Komentáře • 631

  • @kirandekaentertainmentshow2466

    অজ্ঞানী নহয় জধামুৰ্খ হয়।

  • @lasa953
    @lasa953 Před 16 dny +21

    ক্ষমতা থাকিলেই ইমান অহংকাৰী হোৱাটো যুক্তিযুক্ততা কত? ক্ষমতা মাত্র দুদিনৰ গুলপীয়া ৰাগি !

  • @jintudasofficial4364
    @jintudasofficial4364 Před 17 dny +15

    অধ্যক্ষ জন গছৰ মুৰা । অখিল গগৈ জিন্দাবাদ ।

  • @kantaborah1964
    @kantaborah1964 Před 16 dny +16

    ওপৰৰ মালটোৱে ইমান যে নিজে ইচ্ছা মতে যেতিয়াই তেতিয়াই হুলস্থুল কৰি আছে তাৰ ওপৰত ব্যৱস্থা কিয় লোৱা নাই ।

  • @mrigankajyotydutta4711
    @mrigankajyotydutta4711 Před 17 dny +154

    সচাঁ‌কৈয়ে অজ্ঞানীৰ পৰিচয় দিছেচোন।

    • @insanetaekwondoacadmey2.0
      @insanetaekwondoacadmey2.0 Před 17 dny +6

      🤣🤣🤣👍👍👍

    • @user-dg4vz2sl1k
      @user-dg4vz2sl1k Před 15 dny

      @@mrigankajyotydutta4711 ময় 1500 টকীয়া অন্ধ ভক্ত নহয় তহতৰ দৰে চুয়া চেলাকা অন্ধ ভক্ত নহয় ময়

    • @sofetech20k55
      @sofetech20k55 Před 13 dny

      Right

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k Před 16 dny +8

    অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ

  • @Dstdoley
    @Dstdoley Před 17 dny +138

    সদনটো মহাভাৰতৰ নিচিনা অখিল গগৈক অভিমইনুৰ নিচিনাকৈ ফচাই দিয়ে৷ Only অখিল গগৈ jindabaad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @manikgogoi1498
      @manikgogoi1498 Před 16 dny +4

      পিজুষ সচাকৈ অজ্ঞানীৰ পৰিচয় দিলে ।

    • @Xapon1054
      @Xapon1054 Před 15 dny +2

      অখিলউদ্দীন বুলি কবি গগৈ নহয়

    • @LuichPhulkonwar
      @LuichPhulkonwar Před 15 dny

      ​🎉B. Bob ovbbb BBQ oovbbbbbbovbbbbbb BBQ b bbbbbbbbbbbb b b bbovovbbb bbbbovbb over o. O Baideu. Bbbbbbbb bbbbbvbvvbvbovvovovovvvvbvvvovovvvvvvvvvvvvvvvvvvvvvvvbvvbbbobb5FYI

    • @allaboutinmisingagom5018
      @allaboutinmisingagom5018 Před 14 dny

      Yess ❤

    • @user-fr3uo9mu3s
      @user-fr3uo9mu3s Před 14 dny

      Jidina Maa bhonik Miyai Sudibo Hidina Buji paba Akhil kiman Mohan ahsil

  • @kirongogoi2562
    @kirongogoi2562 Před 17 dny +286

    Pijush Hazirka ডাঙৰীয়া আপোনাক সসন্মানেৰে কৈছোঁ আপুনি সঁচাকৈয়ে অজ্ঞানী আৰু বহুত বেছি অভদ্ৰ। অসমৰ ৰাজনীতিত আপুনি আৰু ৰূপজ্যোতি কৰ্মীয়ে আটাইতকৈ অভদ্ৰ।

    • @himandas6042
      @himandas6042 Před 17 dny +19

      মিয়াৰ দালালবোৰ জ্ঞানী আৰু ভদ্ৰ

    • @RahulPatar-lf5ps
      @RahulPatar-lf5ps Před 17 dny

      ​@@himandas6042miya hindu koi aku lav nay oky mathat mal nuhuwa bilakehe miya hindu koi phure 3rd class 420 slah

    • @Animeshsaikia119
      @Animeshsaikia119 Před 17 dny +10

      Pijush Val baya apuni kobo nalaga apuni Mia ni kla pijush hazarika and cm a miar birudha koi asa apuni nihikabo Kar kenekua babohar

    • @04brothers-jm9sf
      @04brothers-jm9sf Před 17 dny +4

      Right kotha koisa

    • @dipjyotidas2039
      @dipjyotidas2039 Před 17 dny +8

      Kiron tok Bangladesht thoi ahim ro sudur bhai

  • @RupaliSmart
    @RupaliSmart Před 17 dny +92

    জ্ঞান নাই মানে কি অজ্ঞানি নহয় । জ্ঞান নাই মানে এই বিষয়ত জ্ঞান নাই।

  • @rajibpegu5313
    @rajibpegu5313 Před 17 dny +49

    পিযুজ হাজৰিকাই কিয় বাৰে বাৰে বাধা নিক্ষেপ কৰে অখিল গগৈয়ে অসমৰ লেনৰ বিষয়ে কৈছে । আপুনি অসমৰ ভালৰ বিষয়ে কি কৰিছে

  • @HiranyaRabha-zl8hr
    @HiranyaRabha-zl8hr Před 17 dny +70

    অভদ্ৰ পিযুজ হাজৰিকা কেলা

  • @baikunthabarman2623
    @baikunthabarman2623 Před 17 dny +14

    শুনাৰ ধৈৰ্য নথকা মানুহবোৰ একো কামৰ মানুহ নহয়।

  • @foujiratulaxom7719
    @foujiratulaxom7719 Před 17 dny +154

    মন্ত্ৰী পিয়ুজ হাজৰিকা আপুনি নিজকে কি বুলি ভাৱে? ক্ষমতাত আপোন পাহৰা হৈ গৈছে নেকি? এনেকুৱা অহংকাৰী কথা নকব। কি শব্দ বিৱহাৰ কৰিছে পৱিত্ৰ সদনত? লেবেল নিদিব! পিছফালৰ চিঞৰি আছে জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া। এইয়াই নেকি আপোনালোকৰ ৰাজনীতি? চিঃ ধিক্কাৰ দিছোঁ আপোনালোকৰ গেলা ৰাজনীতিক.....

    • @04brothers-jm9sf
      @04brothers-jm9sf Před 17 dny

      সচা কথা কৈচে আপোনি..ভাষা শূনক চোন ইহতৰ
      অজ্ঞানী কওতে লাজ পাই..সচাকৈ ইহত অজ্ঞানী
      গুনদামী দেখিছে ইহতৰ
      ইহতক আপোনি বুলি কৱলৈও মন নোযোৱা হৈছে..
      চিঃ ধিককাৰ দিছো

    • @jeshminamullick173
      @jeshminamullick173 Před 16 dny +2

      Exactly, proudy like CM 😢

  • @pu8459
    @pu8459 Před 14 dny +4

    Akhil Gogoi the tiger 🔥🔥

  • @user-qc5sh1hh8b
    @user-qc5sh1hh8b Před 17 dny +12

    DHONNOBAD RESPECTED AKHIL GOGOI SIR.MAY YOU LONG LIVE.

  • @Bidbeast
    @Bidbeast Před 16 dny +7

    অখিল গগৈ ডাঙৰীয়াই সকলো কথা কিন্তু বেয়া নকয়।তেওঁ লিখা মৰুভূমি আহে লাহে লাহে কিতাপ খন পঢ়িলে গম পাব।তেওঁ আমাৰ অসম চৰকাৰৰ অধীনত কৰ্ম জীৱন নিৰ্বাহ কৰি আছে।তেওঁ কোৱা কথা বোৰক সন্মান দিয়া দৰকাৰ। পিযুষ হাজৰিকাই বেছি বেয়া পায় নেকি।কথাতে গম পায়।ক্ষমা প্ৰাৰ্থনা বিচাৰি।ধন্যবাদ।

  • @Bysahanaj
    @Bysahanaj Před 17 dny +13

    Akil Gogai zindabad

  • @user-ny1rq1im6k
    @user-ny1rq1im6k Před 14 dny +8

    শীল কিনতু নিজৰ ওজনৰ বাবেই ডুবি যায় , অসঃকাৰ বেছি হেছে চৰকাৰৰ

  • @Achyut_Yein_1558
    @Achyut_Yein_1558 Před 17 dny +16

    Akhil gogoi debe mojaaaaa dise👍

  • @AbuNaiyamBepari
    @AbuNaiyamBepari Před 16 dny +5

    সামান্যতম জ্ঞানৰ লগতে সামান্যতম ভদ্ৰতাও নাই বুলি মই ভাবোঁ

  • @user-tumtum
    @user-tumtum Před 16 dny +5

    Akhil Gogoi jindabad...

  • @tulumonichetia4185
    @tulumonichetia4185 Před 13 dny +2

    Akhil Gogoi .jinda bad our assam

  • @lilaborah7222
    @lilaborah7222 Před 17 dny +36

    এইজন পিয়াজৰ মাল কম যেন লাগিল,অসমীয়া ভালকৈ নুবুজে । অসমীয়াত কয়, অজ্ঞানিক জ্ঞান দিব কোনে ।

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj Před 17 dny +68

    পিয়াজে ইমান চিঞৰে ধেৎ মাছ বেপাৰী যেন লাগে |

  • @manjulahazarika2216
    @manjulahazarika2216 Před 17 dny +34

    পিয়ুষ হাজৰিকাৰ নিচিনা সমাজৰ জনপ্ৰতিনিধিয়ে জনা উচিত এখন সদনত কেনেদৰে ভদ্ৰতা বজাই ৰাখিব লাগে

  • @lakhayajutiassam6389
    @lakhayajutiassam6389 Před 16 dny +13

    অখিল গগৈৰ দৰে আৰু এজন লাগিছিল সদন কপাই তুলিবলৈ এই মূহুৰ্তত মই লুৰিণজ্যোতিৰ অভাৱ অনুভৱ কৰিছো।

    • @allaboutinmisingagom5018
      @allaboutinmisingagom5018 Před 14 dny +1

      Yes ❤❤❤❤❤❤❤

    • @UnicBhai24
      @UnicBhai24 Před 14 dny

      DUITA XOMOSTIT HARA TU AKO LOKSABHAT U HARI GATOT XUMUAAATU 😂😂😂😂😂🤣🤣🤣🤣🤣🤣🙏

  • @kabirr7398
    @kabirr7398 Před 15 dny +4

    Akhil Gogoi sir Mur guru ji Maharaj I love akhil sir jinda baad

  • @Avikalita
    @Avikalita Před 17 dny +135

    এই পিযুজ বোলা ওপৰৰ মাল ওৰফে ছিণ্ডিকেটৰ মাফিয়াক জ্ঞান নাই বুলি কওঁতে ইমান বেয়া লাগিল যে ?

  • @TankeswarGogoi145
    @TankeswarGogoi145 Před 16 dny +11

    Akhil Gogoi Zindabad

  • @ranjitsingha3507
    @ranjitsingha3507 Před 17 dny +66

    সদনটো ডাঙৰ মানুহৰ প্ৰাথমিক বিদ্যালয়ৰ নিচিনাই 😂😂😂😂😂

  • @dhrubajyotigogoi2195
    @dhrubajyotigogoi2195 Před 17 dny +13

    অখিল গগৈ জিন্ধাবাদ ।

  • @user-sx4ld5lv9i
    @user-sx4ld5lv9i Před 17 dny +59

    এনেবোৰ মূৰ্খ নেতাই আমাৰ বিধান সভাত খালী ঠাই পূৰণ কৰিলে দেশৰ গতি এনে নহৈ কি হব। পিজুছ হাজৰিকা এজন ঢোল হয়। এনেই বাজি থকা এজন ঢোল।

  • @dhruabasaikia4112
    @dhruabasaikia4112 Před 17 dny +22

    মাছ বেপাৰী বিলাকৰ বেছি হৈ আছে।

  • @jintukurmi134
    @jintukurmi134 Před 17 dny +38

    Gaurav gogoi homan kunu hbo nuware assam t❤

    • @abhidasdewri4959
      @abhidasdewri4959 Před 17 dny

      Gedarakhi😂😂😂

    • @Victorysh1
      @Victorysh1 Před 17 dny +3

      Gaurav gogoi is much educated and wise then these people. Akhil Gogoi is very educated and gyani.

  • @itsmithu4949
    @itsmithu4949 Před 16 dny +7

    চিঞৰি চিঞৰি বিলখনৰ বিষয়ে কবলৈ নিদিলে, সঁচাকৈ অহংকাৰী, অজ্ঞানী আপুনি।

  • @HafizurRahman-vf6sz
    @HafizurRahman-vf6sz Před 17 dny +61

    অখিল গগৈ ডাঙৰীয়াই বিধান সভাত কথা ক'বলৈ আৰম্ভ কৰিলেই বিজেপিৰ একাংশৰ এলাৰ্জি উঠি যায় কিয়?

    • @deepshikhamalakar7803
      @deepshikhamalakar7803 Před 17 dny +1

      অখিলে বহুত ভুল কথা কয়.

    • @kalpanadeka6201
      @kalpanadeka6201 Před 16 dny +5

      অখিলে আজি লৈকে মিছা কথা কোৱা নাই | প্রমাণিত হৈ গৈছে |

    • @allaboutinmisingagom5018
      @allaboutinmisingagom5018 Před 14 dny +1

      Yess bro ❤

    • @allaboutinmisingagom5018
      @allaboutinmisingagom5018 Před 14 dny

      ​@@deepshikhamalakar7803akhil Gogoi ejon juktikor niyoti hoi hei krone amar uporor mal keitar elargy uthe

    • @himangshu462
      @himangshu462 Před 13 dny

      কাৰণ অখিল মিয়াৰ ৰ অভিভাৱক

  • @babusaikia7886
    @babusaikia7886 Před 17 dny +82

    অধ্যক্ষ জন গছৰ মূঢ়া😂😂

  • @Mr.baraik
    @Mr.baraik Před 16 dny +6

    বিল টোত কিবা ত খেলি মেলি আছে, সেয়ে অখিল গগৈক কব দিয়া নাই পিয়ুষ হাজৰিকা আৰু অশোক সিংহালে

  • @hemantakumarborah6196
    @hemantakumarborah6196 Před 17 dny +10

    Akhil 👍

  • @gajendragogoi1903
    @gajendragogoi1903 Před 12 dny +1

    Very nice Natak assam bidhan haba

  • @debajitsaikia4319
    @debajitsaikia4319 Před 17 dny +18

    গোটেই জ্ঞানী মাথা ডাঙৰ বুদ্ধিজীৱী কেইটা তহঁতিয়ে হয় অ বোপাইহঁত

  • @chandanburagohain7534
    @chandanburagohain7534 Před 13 dny +1

    অখিল দা সদায় জিনদাবা

  • @munuabiloveblock1582
    @munuabiloveblock1582 Před 12 dny +2

    Akhil da jindabad ❤

  • @subornagogoi4194
    @subornagogoi4194 Před 10 dny

    সদনৰ এই পৰিৱেশ। ভদ্ৰতা বজাই ৰাখিব লাগে। I always love Akhil gogoi.কিয় অখিল গগৈয়ে কিবা এটা কব ললে বাকীবোৰে ইমান হুলস্থূল কৰে।

  • @shantitvislamic5109
    @shantitvislamic5109 Před 16 dny +2

    Thank you okil Gogoi ❤❤

  • @RajibDas-py4pm
    @RajibDas-py4pm Před 12 dny +1

    Akhil gogoi is really a brilliant person

  • @OzaruTY
    @OzaruTY Před 17 dny +59

    Only Akhil da jindabad 🖐️🖐️🖐️🖐️

  • @user-gd1rf3vb4v
    @user-gd1rf3vb4v Před 17 dny +91

    অখিল গগৈ জীনদাবাদ পিযুজ হাজৰিকা জধা মুৰখ

  • @mdintazurallom1368
    @mdintazurallom1368 Před 15 dny +9

    Akhil gogoi zindabad

  • @RajibDas-py4pm
    @RajibDas-py4pm Před 12 dny +1

    Akhil.gogoi is so gentle

  • @prdsp8859
    @prdsp8859 Před 17 dny +5

    সদনৰ নাটক কেইটা বহুত ভাল লাগে

  • @DhanaRajbongshi
    @DhanaRajbongshi Před 12 dny +2

    Hmm পিয়াজে অজ্ঞানী

  • @RotonRongpi-u7n
    @RotonRongpi-u7n Před 12 dny +1

    Akhil gogoi jindabat

  • @afrujabegum7979
    @afrujabegum7979 Před 16 dny +2

    Akhil gogoi sir ... salute 🫡🫡

  • @iam4xm535
    @iam4xm535 Před 12 dny +1

    Akhil gogoi jindabad ❤‍🩹

  • @AjhahajJwjwjwjjq
    @AjhahajJwjwjwjjq Před 14 dny +1

    Your are right ❤❤❤spiker

  • @Sanaturmila
    @Sanaturmila Před 14 dny +2

    Pijuj sir apuni hosakoi Kobo nologiya kotha bur koise

  • @user-gi7dg4pm4m
    @user-gi7dg4pm4m Před 14 dny +1

    Akhil Gogoi good good

  • @dimbeswarbaishya137
    @dimbeswarbaishya137 Před 14 dny +1

    Akhil gogoi jindabad

  • @dadulgogoiblog2459
    @dadulgogoiblog2459 Před 17 dny +5

    ৰাজনীতি খেলা মানুহৰ লগত আমি মূৰ্খ হৈ লাভ নাই !😅

  • @arjunteron2402
    @arjunteron2402 Před 14 dny +1

    Akhil gogoi zindabad zindabad ❤❤❤

  • @bororaja716
    @bororaja716 Před 6 dny

    Akhil gogoi long live❤

  • @jayamoniborah3928
    @jayamoniborah3928 Před 14 dny +1

    Akhil Gogoi zindabad zindabad

  • @BabulBorah-jo5dq
    @BabulBorah-jo5dq Před 17 dny +6

    বিজুছ হাজৰিকা আজীউ পদতিয়াক কৰানা নায় কিয়

  • @Axomi567
    @Axomi567 Před 17 dny +6

    Legend say::::: Horai loi maaf khujibo lagibo😂😂😂😂

  • @SanjibDeka-f2t
    @SanjibDeka-f2t Před 7 dny

    Akhil Gogoi zindabad ❤❤❤

  • @mriduaxy
    @mriduaxy Před 9 dny +1

    তেওঁলোকৰ মাজত decipline বোলা বস্তুটো অকণমানো নাই। opposite party মানেই শত্ৰু নিচিনা জ্ঞান কৰে ।

  • @nishansarmah1318
    @nishansarmah1318 Před 14 dny +5

    পীয়ুষ হাজৰিকা আপোনাৰ ৰাজনীতি ত্যাগ কৰাৰ সময় কেতিয়াবা ই আহি গল...

  • @subhadutta5368
    @subhadutta5368 Před 13 dny

    পিযুষ কিমান জ্ঞাণী সকলোৱে জানে

  • @upenchutia5100
    @upenchutia5100 Před 17 dny +9

    পিয়ুজ হাজৰীকা,আপোনী জনসাধাৰনে দিয়া কমেণ্টবোৰ পঢ়ক।

  • @Hussain-b7i
    @Hussain-b7i Před 17 dny +12

    মই মই কোন বুলি ক'ব পালো হে কি বাওঁফাল, কি সোঁফাল কি আগফাল, কি পিছফাল কি উজনি, কি নামনি চৌদিশৰ পৰা মাত আহিল তুচ্ছ-তাচ্ছিল্ল কৰাৰ।
    কোনোবাই কৈছে- তই পাকিস্তানী কোনোবাই কৈছে- তই বাংলাদেশী কোনোবাই কৈছে- তই গেদা কোনোবাই আকৌ কৈছে- তই মিঞা মুছলমান।
    এবাৰো নুসুধিলে- মোৰ জন্মস্থান? এবাৰো নুসুধিলে- মই ক'ৰ ভোটাৰ? এবাৰো নুসুধিলে- মোৰ উশাহ-নিশাহ ক'ৰ?
    কেতিয়াও গৈ উশাহ লৈয়ে নোপোৱা পাকিস্তানৰ পাকিস্তানী মই। কেতিয়াও গৈ ভৰি দিয়েই নোপোৱা বাংলাদেশৰ বাংলাদেশী মই।
    কিন্তু কিয়?
    কি অপৰাধ মোৰ? মোৰ বাবে- সন্মানীয় শব্দবোৰো হ'ল হিংসাৰ,
    মৰমৰ শব্দবোৰো হৈ পৰিল ঘৃণাৰ।
    কিয়?
    কাৰণ-
    মই আলী, হুছেইন উপাধিৰ মুছলমান। মোৰ বাবে নালাগে কোনো অজুহাত, নালাগে কোনো ভুল মাত, এজনে কৰিলেই হ'ব জাতিয়ে কৰা অপৰাধ, অকাৰণে বলীৰ পঠা মই বিনাও নিমাত।
    এদিন বহিম বন্ধু তুমি - মই সকলো সমান। অসম ভূমিত জন্মলভা বায়ু-পানীৰ সৈতে বিলীন যোৱা মইয়ো এজন অসমীয়া।

  • @writing442
    @writing442 Před 16 dny +2

    জ্ঞানহিন সঁচাকৈ দেখাই দিলে, আৰে ভাই ভালকৈ কবলে টো দিব লাগে না,ইমান সুন্দৰ কৈ start কৈছিলে।

  • @sultanahmedkhan2256
    @sultanahmedkhan2256 Před 12 dny

    চৰকাৰত থাকিলে ক্ষমতা তাৰ মানে থাকে

  • @ubidulislam6034
    @ubidulislam6034 Před 11 dny

    Akhil da tiger 🔥🔥🔥🔥🔥

  • @jaihind8229
    @jaihind8229 Před 13 dny

    Rolling party ৰ কিছুমান নেতাই যি ব্যৱহাৰ কৰে বহুত দুখৰ কথা।

  • @Samiran051
    @Samiran051 Před 17 dny +1

    Gogoi da zindabad

  • @KHARGESWARHAZARIKA-zm7pf

    পীযুষ হাজৰিকাৰ চিঞৰ বাখৰ অলপ বেছি হৈয়ে

  • @enamul041
    @enamul041 Před 17 dny +1

    Aibur minister public r tax poisa di chola sodon khonot nijor rosh dekhai .. dikkar aibor minister jiye neki upor kiba teo akoy sodont discussion r somoy t nijor gayan r porichoy di ase aibur k sodonor porichalok jone expelled kri dibo lage jdi sodonot public r hoi kam nkri nijor khomotar rosh dekhay

  • @GiasuddinAhmed-wn4nw
    @GiasuddinAhmed-wn4nw Před 16 dny +1

    Pijus aponak Akhil Gogoiey bhangi pati bonaba pora Sakti asey, aponi asolatey eko najaney.manuhak dekhuwi eney boki thakey.

  • @pronabsaikia9125
    @pronabsaikia9125 Před 17 dny +3

    মুখ্য মন্ত্ৰী ডাঙৰীয়াই বক্তব্য আগবঢ়াওতে অশীল গগৈ ডাঙৰীয়াইও হুলস্থুল কৰা দেখিবলৈ পোৱা গৈছিল। কিয় সন্মানীয় বিধায়ক সকলে সদনত নীতি নিয়ম ৰক্ষা কৰি সদনৰ মৰ্যদা অটুত ৰাখিব নোৱাৰে?
    আইলৈ যি হাত বাইলৈও একে হাত

  • @JomserAli-fv6ek
    @JomserAli-fv6ek Před 13 dny

    ইয়াতেই শুনিলো এজনে কৈছে মিয়া মিয়া বুলি,, মিয়া কি কৰিছে বাৰু

  • @user-fc3bt3vu1o
    @user-fc3bt3vu1o Před 17 dny +4

    ওপৰৰ মালটোৰ হে বেছি দপদপনি

  • @monujgogoi6709
    @monujgogoi6709 Před 13 dny

    পিযুষ হাজৰিকাৰ অতপালি দিনক দিনে বাঢ়ি গৈছে।

  • @rupamborpatragohain9388

    মুঠতে অসমৰ পৰা মিয়া খেদিব লাগে । সিমানে কথা

  • @apurbadas4151
    @apurbadas4151 Před 17 dny +16

    অখিল গগৈ ডাঙৰীয়াৰ লেণ্ড এণ্ড ৰেভেনিউ বুলি চিঞৰি যে আছে এই বিলখন বাৰু কাৰ বাবে????
    এইখন সেই গোৱালপাৰা, ধুবুৰী, সত্ৰ-নামঘৰৰ মাটি সুৰক্ষিত কৰাৰ বাবেহে!!!
    আপোনাৰ আৰু বদন সকলে সত্ৰ-নামঘৰ সুৰক্ষিত হোৱাটো কামনা নকৰে খাটাং, আপূনি বুজি গৈছে অসমত বাংলাদেশী মিঞায়ে সম্পদ, আৰু সিহঁতক লৈয়ে ৰজা হোৱাৰ সপোন পুহি ৰাখিছে, আপুনি ভাবি লৈছে ২০ বছৰৰ পিছত হ'লেও আপোনাৰ ল'ৰা-ছোৱালী ধৰ্ম সলনি কৰি হলেও অসমত ৰজা হ'ব,, কাৰন ১০ বছৰৰ ভিতৰত বাংলাদেশী মিঞা মেজৰতি হোৱাটো খাটাং!!
    অখিল গগৈ আৰু বাংলাদেশী মিঞাক জাতীয় শক্ৰু আখ্যা দিয়া হ'ক!!!

    • @legendplays3
      @legendplays3 Před 16 dny

      Mia kunbur identify kra aru ulai dia officially chinkto kor

    • @krishnanibi1487
      @krishnanibi1487 Před 16 dny +2

      Kun o toi, DAS ni ? Gyan diboloi nahibi nonsense, kunubai val kotha kolei tohot BJP buror pokot kunubai voot jolokia haani diar nisina koro j , nonsense

    • @apurbadas4151
      @apurbadas4151 Před 16 dny

      @@krishnanibi1487 কি ভাল কথা কৈছে!! মিঞা বাংলাদেশী অসমৰ শক্ৰু প্ৰথম হ'য় নে নহ'য় সেইটো ক??
      মিঞা বাংলাদেশীয়ে অসমৰ মাটি-বাৰি দখল কৰি সত্ৰ-নামঘৰৰ মাটি দখল কৰিছে নে নাই সেইটো ক??
      মিঞা বাংলাদেশীয়ে হিন্দু নাম থৈ অসমীয়া জীয়ৰী পলাই নিছে নে নিয়া নাই ক???
      তই প্ৰথম ক দ'ম আছে যদি বাংলাদেশী মিঞাক সমৰ্থন কৰা সকল জাতীয়তাৰ শক্ৰু অসমৰ শক্ৰু???!!

  • @user-nx3bf1tr9f
    @user-nx3bf1tr9f Před 14 dny

    Hodonor news saboloi val nalage masor bojaror dore lage

  • @PawanRecords-q4d
    @PawanRecords-q4d Před 16 dny

    Akhil gogoi ❤❤😊

  • @bikashsahariah1096
    @bikashsahariah1096 Před 16 dny

    লাজ পাইছে অজ্ঞানী বুলি কোৱাত

  • @saddamhussain5973
    @saddamhussain5973 Před 15 dny

    Dise akdom akhil da

  • @pranjitroypranjitroy
    @pranjitroypranjitroy Před 13 dny

    সঁচা কথা কবলৈ গলে চোৱ কেইজন একে বাঁহৰ কাকে হয়।কাৰণ এইটো হয় যে আজি লৈকে এনেকুৱা এজন নেতা জন্ম হোৱা নাই যিয়ে নিজৰ স্বাৰ্থ পূৰণ নকৰাকৈ ৰাইজৰ কথা ভাবিলে হয় বা নিজৰ দেশ খনৰ ভাল কিবা চিন্তা কৰিলে হয়। ক্ষমা কৰিব মই কোনো চৰকাৰৰ বিৰুদ্ধে ক'ব খোজা নাই মোৰ নিজৰ মতামত দাঙি ধৰিছো।

  • @portraitart_nayan4874
    @portraitart_nayan4874 Před 16 dny

    Cameraman deserves a raise.

  • @pranabhazarika3408
    @pranabhazarika3408 Před 16 dny

    ক্ষমতা ই মূৰত ধৰিল।

  • @NamitaTalukdar-zk4pz
    @NamitaTalukdar-zk4pz Před 15 dny

    কিছুমান মাইকী মানুহৰ কাজিয়া যেন লাগিছে ও সদনৰ মজিয়া

  • @amar..1830
    @amar..1830 Před 17 dny +3

    Prijush hazarika ba Akhil gogoir torko hunibo pari,ai mojot ona axomiya jne mat matile khng uthi jai....Onakhomiya jdi minster hbo parise axomor rajniti kunfale goi ase najanu aru....

  • @user-xn1vc9wo8h
    @user-xn1vc9wo8h Před 17 dny +2

    Akhil mia

  • @abdulawalentrepreneur3197

    অলগৰ্দ্ধৰ দল

  • @jyotibordoloi2822
    @jyotibordoloi2822 Před 14 dny

    Ajon akhil gogoi nhoi pisot hajar jon akhil gogoi bidhan sova loi ahib...ajon krne siyori ase

  • @pinkudebnath584
    @pinkudebnath584 Před 13 dny

    Good Friendship in Kaziranga,, and in Assambly tutu maymay... Drama....

  • @bholaramboro2771
    @bholaramboro2771 Před 16 dny

    পিযুষ হাজৰিকাই অলপ বেছি কৈছে নেকি?

  • @bhadeswerchangmai9515
    @bhadeswerchangmai9515 Před 15 dny

    বাহিৰ পৰা হাজাৰ হাজাৰ মানুহে মূল্যায়ন কৰিআছে।আচলতে কোন অজ্ঞানী?