TIME8 Axom
TIME8 Axom
  • 67 001
  • 96 712 476
সুন্দৰী পত্নীলৈ মনত পৰে স্বামীৰ কিন্তু ঘৰলৈ আহিব নিদিয়ে পত্নীয়ে !
সুন্দৰী পত্নীলৈ মনত পৰে স্বামীৰ কিন্তু ঘৰলৈ আহিব নিদিয়ে পত্নীয়ে ! বহিঃ ৰাজ্যত কাম কৰে স্বামী। স্বামীৰ সন্দেহ নিজ ভাগিনৰ লগত পত্নীৰ চলিছে প্ৰেম!
zhlédnutí: 9 626

Video

৭ দিনত প্ৰায় ১৩ লাখ সদস্য ভৰ্তি হ'ল বিজেপিত ।
zhlédnutí 153Před 19 hodinami
৭ দিনত প্ৰায় ১৩ লা সদস্য ভৰ্তি হ'ল বিজেপিত । 8800002024 এই নম্বৰত মিছ কল দি সদস্য ভৰ্তি অভিযানৰ অংশীদাৰী হ'বলৈ অসমবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ । ২৫ ছেপ্টেম্বৰ লৈকে চলিব এই সদস্য ভৰ্তি অভিযান ।
📌পলাতক চুমি-তাৰ্কিক-দীপাংকৰ বৰ্মন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য
zhlédnutí 754Před 20 hodinami
📌'পলাতক অপৰাধীক ধৰিবলৈ অলপ সময় লাগে' 📌'বেছি দিন পলাই থাকিব নোৱাৰে, এদিন নহয় এদিন গ্ৰেপ্তাৰ হ'বই' 📌পলাতক চুমি-তাৰ্কিক-দীপাংকৰ বৰ্মন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য
মুখ খুলিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই।
zhlédnutí 639Před 20 hodinami
মু খুলিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই। যুৱতীগৰাকীয়ে অনা অভিযোগৰ সন্দৰ্ভত শংকৰজ্যোতিৰ স্পষ্টীকৰণ। যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে নেতাগৰাকীয়ে। ন্যায়ালয়ত সকলো সত্য উন্মোচিত হ'ব বুলি আশাবাদী শংকৰজ্যোতি বৰুৱা।
কেৱল বিশাল আৰু বিশাল। এইবাৰ আন এক প্ৰৱঞ্চক বিশালৰ কাহিনী।
zhlédnutí 424Před 20 hodinami
কেৱল বিশাল আৰু বিশাল। এইবাৰ আন এক প্ৰৱঞ্চক বিশালৰ কাহিনী। বিশালে দিলে ৰাম ঠগন। থলুৱা চুপাৰি ব্যৱসায়ীৰ পৰা লাখে-লাখে টকা সংগ্ৰহ কৰি নিশাৰ ভিতৰতে বিশাল হ'ল অন্তৰ্ধান...
১৯৫১ চনত অসমত বাস কৰা খিলঞ্জীয়াকহে ক্ৰয়-বিক্ৰয় কৰিব পাৰিব মাটি।
zhlédnutí 825Před 22 hodinami
১৯৫১ চনত অসমত বাস কৰা খিলঞ্জীয়াকহে ক্ৰয়-বিক্ৰয় কৰিব পাৰিব মাটি। মাটি ক্ৰয়-বিক্ৰয়ক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।
২০২৫ৰ ৩১ মাৰ্চৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হ'ব নুনমাটিৰ পৰা চানমাৰি সংযোগী অংশ।
zhlédnutí 238Před 2 hodinami
২০২৫ৰ ৩১ মাৰ্চৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হ'ব নুনমাটিৰ পৰা চানমাৰি সংযোগী অংশ। ২০২৬ৰ জানুৱাৰী ভিতৰত সম্পূৰ্ণ হ'ব চানমাৰিৰ পৰা দীঘলীপুখুৰীৰ অংশ। চানমাৰিৰ নৱ নিৰ্মিত উৰণ সেতুৰ কামৰ অগ্ৰগতিৰ বুজ লৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ।
চুমী বৰাৰ নিৰুদ্দেশক লৈ জুবিন গাৰ্গৰ মন্তব্য।
zhlédnutí 2,4KPřed 2 hodinami
'চুমী বৰা লুকাই আছে লুকাই থাকক'। চুমী বৰাৰ নিৰুদ্দেশক লৈ জুবিন গাৰ্গৰ মন্তব্য।
ৰাজ্যত আকৌ সংঘটিত হ'ল ভয়ংকৰ কাণ্ড!
zhlédnutí 2,6KPřed 2 hodinami
ৰাজ্যত আকৌ সংঘটিত হ'ল ভয়ংকৰ কাণ্ড! এইবাৰ পাতি লোৱা ভনীয়েকৰ লগত শিক্ষক দাদায়েকে কৰিলে জঘন্য কাণ্ড!
বিশ্বকৰ্মা পূজাৰ দিনাই হ'ব বছৰৰ দ্বিতীয়টো বিৰল চন্দ্ৰগ্ৰহণ ।
zhlédnutí 4,2KPřed 2 hodinami
বিশ্বকৰ্মা পূজাৰ দিনাই হ'ব বছৰৰ দ্বিতীয়টো বিৰল চন্দ্ৰগ্ৰহণ । এই গ্ৰহণে কি দৰে প্ৰভাৱান্বিত কৰিব আপোনাৰ জীৱন?
📌ডিব্ৰুগড় থানাত উপস্থিত ইন্টেৰিঅ'ৰ ডিজাইনাৰ কৰিশ্মা কাকতি ।
zhlédnutí 2,2KPřed 2 hodinami
📌ডিব্ৰুগড় থানাত উপস্থিত ইন্টেৰিঅ'ৰ ডিজাইনাৰ কৰিশ্মা কাকতি । কৰিশ্মা কাকতিক মাতি পঠিওৱা হৈছিল ডিব্ৰুগড়ৰ সদৰ থানালৈ । বিশাল-চুমিৰ ডান্স একাডেমী আৰু ফ্লেটৰ ডিজাইন কৰিছিল কৰিশ্মাই ।
বুকু ফিন্দাই দুই কন্যাক লৈ গৌৰৱ কৰিছে তেনেই সহজ-সৰল এগৰাকী পিতৃয়ে।
zhlédnutí 8KPřed 2 hodinami
বুকু ফিন্দাই দুই কন্যাক লৈ গৌৰৱ কৰিছে তেনেই সহজ-সৰল এগৰাকী পিতৃয়ে। 'দুয়োজনী ছোৱালীক লৈ এদিন সপোন দেখিছিলো আজি পূৰ হ'ল'
📌‘স্বপ্ননীল দাসৰ লগত জড়িত আছে নেকি ইউটিউবাৰ ভাস্কৰ দত্ত'?
zhlédnutí 1,8KPřed 2 hodinami
📌‘স্বপ্ননীল দাসৰ লগত জড়িত আছে নেকি ইউটিউবাৰ ভাস্কৰ দত্ত'? 📌স্বপ্ননীল দাসৰ বিৰুদ্ধে দিয়া অভিযোগ উঠাই ল’বলৈ ধমকি ইউটিউবাৰ ভাস্কৰ দত্তৰ 📌ইউটিউবাৰ ভাস্কৰ দত্তই ফোন কৰি ধমকি দিয়ে ভুক্তভোগীক
পাঠশালা হৰিমন্দিৰত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযান।
zhlédnutí 219Před 2 hodinami
পাঠশালা হৰিমন্দিৰত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযান। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সদস্যতা অভিযান কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক পল্লবলোচন দাস।
📌'খাজনা দিবলৈ এতিয়াৰে পৰা যাব নালাগে মৌজাদাৰ কাৰ্য্যালয়লৈ '
zhlédnutí 934Před 2 hodinami
📌'খাজনা দিবলৈ এতিয়াৰে পৰা যাব নালাগে মৌজাদাৰ কাৰ্য্যালয়লৈ ' 📌'অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা ৩.০' 📌মিছন বসুন্ধৰা ৩.০ৰ জড়িয়তে কি কি সুবিধা পাব ৰাজ্যবাসীয়ে ?
দুৰ্ভাগ্যজনক! কপালতেই লিখা নাছিল গনেশ পূজাৰ সেৱা লোৱা।
zhlédnutí 17KPřed 2 hodinami
দুৰ্ভাগ্যজনক! কপালতেই লিখা নাছিল গনেশ পূজাৰ সেৱা লোৱা।
আজি সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক ওপজা দিন।
zhlédnutí 347Před 2 hodinami
আজি সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক ওপজা দিন।
পথাৰৰ মাজত ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড শিক্ষক উপেন দাসৰ।
zhlédnutí 5KPřed 2 hodinami
পথাৰৰ মাজত ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড শিক্ষক উপেন দাসৰ।
পাতি লোৱা ভায়েক নব্বৰ আলীয়ে জন্মদিনত সোঁৱৰিলে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক।
zhlédnutí 269Před 2 hodinami
পাতি লোৱা ভায়েক নব্বৰ আলীয়ে জন্মদিনত সোঁৱৰিলে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক।
ADREৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ক'লে?
zhlédnutí 529Před 2 hodinami
ADREৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ক'লে?
চুমী বৰাক লৈ সামাজিক মাধ্যমত নতুন গীত...
zhlédnutí 1,3KPřed 4 hodinami
চুমী বৰাক লৈ সামাজিক মাধ্যমত নতুন গীত...
'ভাৰতত বসবাস কৰা লোকক বিদেশী নসজাব '
zhlédnutí 287Před 4 hodinami
'ভাৰতত বসবাস কৰা লোকক বিদেশী নসজাব '
'অক্টোবৰ মাহত নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন সোমাব ভাগিনৰ একাউন্টত'
zhlédnutí 204Před 4 hodinami
'অক্টোবৰ মাহত নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন সোমাব ভাগিনৰ একাউন্টত'
বিত্তীয় কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য।
zhlédnutí 1,5KPřed 4 hodinami
বিত্তীয় কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য।
১ অক্টোবৰৰ পৰা অসমত আধাৰ কাৰ্ড লাভ কৰাৰ ক্ষেত্ৰত আহিব জটিলতা।
zhlédnutí 404Před 4 hodinami
১ অক্টোবৰৰ পৰা অসমত আধাৰ কাৰ্ড লাভ কৰাৰ ক্ষেত্ৰত আহিব জটিলতা।
কেনেদৰে পাৰ হ'ব আপোনাৰ আগন্তুক সপ্তাহটো?
zhlédnutí 8KPřed 4 hodinami
কেনেদৰে পাৰ হ'ব আপোনাৰ আগন্তুক সপ্তাহটো?
গনেশগুৰিৰ গনেশ চতুৰ্থীত নাম পৰিৱেশন কৰিবলৈ আহি কি ক'লে ভাইৰেল কৰিশ্মা নাথে?
zhlédnutí 2,8KPřed 4 hodinami
গনেশগুৰিৰ গনেশ চতুৰ্থীত নাম পৰিৱেশন কৰিবলৈ আহি কি ক'লে ভাইৰেল কৰিশ্মা নাথে?
APDCLৰ বিৰুদ্ধে এগৰাকী যুৱকৰ তীব্ৰ খং।
zhlédnutí 4,6KPřed 4 hodinami
APDCLৰ বিৰুদ্ধে এগৰাকী যুৱকৰ তীব্ৰ খং।
১ অক্টোবৰৰ পৰা অসমত আধাৰ কাৰ্ড পোৱাটো হৈ পৰিব জটিল।
zhlédnutí 897Před 4 hodinami
১ অক্টোবৰৰ পৰা অসমত আধাৰ কাৰ্ড পোৱাটো হৈ পৰিব জটিল।
হঠাৎ PARKINGৰ পৰাই নোহোৱা হৈ পৰিব পাৰে আপোনাৰ বাইকখন। কোনে কৰে এই কাম?
zhlédnutí 1,7KPřed 4 hodinami
হঠাৎ PARKINGৰ পৰাই নোহোৱা হৈ পৰিব পাৰে আপোনাৰ বাইকখন। কোনে কৰে এই কাম?

Komentáře

  • @SandipDas-ci5mb
    @SandipDas-ci5mb Před 25 minutami

    চি চি বৰ লাজৰ কথা দে নাপায় দেই সম্পৰ্ক বৰ কি হৈ গৈ আছে মানে😢😢😢

  • @pabitrahazarika6576
    @pabitrahazarika6576 Před hodinou

    Love korile bkup hoi..heitu nu ki dangr kotha... Dhur

  • @lohitchdeka3273
    @lohitchdeka3273 Před hodinou

    Froud froud froud only froud trading beya nahoi, kintu ai badmas keitai, koti koti taka pai nijar apon bilakak dhoukha dile only badmas, ehatak public dhulI diba lage

  • @thinkbig3201
    @thinkbig3201 Před hodinou

    ছেৰাপাগল ছব

  • @shivamsarmah6174
    @shivamsarmah6174 Před hodinou

    নাগাৰা নামৰ বাবে যদিও কৰিশমা সমালোচনা ৰ সন্মুখীন হৈছে।তথাপিও তেওঁৰ বাবে নাগাৰা নামে ৰাইজৰ মাজত আগতকৈ বেছি জনপ্ৰিয় হল।তাৰ বাবে তেওঁ ক ধন্যবাদ জনাব লাগিব।

  • @Garrison923
    @Garrison923 Před hodinou

    Futa dangor hol

  • @JepsDesign
    @JepsDesign Před 2 hodinami

    Eai burakitar formula loi ekudal huwa nai, eman denay khai delay aibur THEORITICAL FORMULA di di, na ehotey lora suwalik business hikabo pariley na ehotey miyan burok kenekay piti piti khedibo pari haitu koley. Kotha kitar bahirey aru eku nai. Murtu nosto hoi jai burakitar kotha bur huni thakiley. Bro just ACTION GORU PITON khabi miya 😂

  • @PkD-oj9yn
    @PkD-oj9yn Před 2 hodinami

    Xodai soli thake aibur dealer bure abar poisa loi luar pasot ji mon jai take kore , ktiaba purona gari aru ktiaba damage gari paint kora gari gotai di diye customer k

  • @user-bk3vh7eu5l
    @user-bk3vh7eu5l Před 3 hodinami

    Faltu

  • @debankurbaruah5728
    @debankurbaruah5728 Před 3 hodinami

    Easy money laage besikoi koi thoka jonok....

  • @manashbarman5481
    @manashbarman5481 Před 5 hodinami

    cricket hikaise

  • @RajibTati-in6ul
    @RajibTati-in6ul Před 12 hodinami

    PROTEST now

  • @user-fn7yt1fv4q
    @user-fn7yt1fv4q Před 12 hodinami

    Right

  • @RAHUL1975AMIN
    @RAHUL1975AMIN Před 12 hodinami

    Great Step

  • @er59o
    @er59o Před 12 hodinami

    APDCL scam kori ase🤬

  • @RajuKumar-vh6mp
    @RajuKumar-vh6mp Před 12 hodinami

    Reading maiki aaru sspai naloba gatat humaba

  • @chandanmurmu9009
    @chandanmurmu9009 Před 13 hodinami

    U r right bro?

  • @anucool25
    @anucool25 Před 13 hodinami

    Thike koise

  • @kuldeephuzuri6896
    @kuldeephuzuri6896 Před 13 hodinami

    Mukesh Hyundai is worst dealer

  • @marketznews2516
    @marketznews2516 Před 13 hodinami

    Brain tu busy kori rakhise amar mamar...polai thakibo amar mamar notun notun sinta buddhi mathat ahi thakibo...😂 Polai thak...jiman polabo himan brain tu use hobo

  • @Sanatan-g2h
    @Sanatan-g2h Před 13 hodinami

    Potnir Facebook, Instagram ase ney?😅😅😅😅

  • @runubaruah60
    @runubaruah60 Před 14 hodinami

    Congratulations 💐

  • @ChampakBoro-mw2qx
    @ChampakBoro-mw2qx Před 14 hodinami

    High court kori day

  • @jwhwlaojaoliyadewan9416
    @jwhwlaojaoliyadewan9416 Před 14 hodinami

    Jowa bosorot meter reading nosowakoi duibar bill bonai pothaisil 100 unit or

  • @rupshanjibanjatra
    @rupshanjibanjatra Před 14 hodinami

    Anei tu nidiye nhoi

  • @nabajitdeka9357
    @nabajitdeka9357 Před 14 hodinami

    ছোৱালী বোৰত কে বোৱাৰী বোৰৰ যৌৱন বেছি ফাটিছে।😂😂

  • @nabajitdeka9357
    @nabajitdeka9357 Před 14 hodinami

    ছোৱালী বোৰত কে বোৱাৰী বোৰৰ যৌৱন বেছি ফাটিছে।😂😂

  • @user-un5dj1hk9o
    @user-un5dj1hk9o Před 14 hodinami

    Chitramoni borah urofe chitrapova borah diver mota lgot gari solai ase ajoni rendi manu suwale eri diver mota lgot gari solai ase ajoni rendi manu

  • @Rishav_Rajmedhi_VLOGS
    @Rishav_Rajmedhi_VLOGS Před 15 hodinami

    MURU AKEI BILL OR PROBLEM BRO APDCL OR AKU KAM NAI

  • @PrabinDas-ic5gz
    @PrabinDas-ic5gz Před 15 hodinami

    Apunni chasise number 2u Sai lowk manificture year kimn

  • @pahishorts569
    @pahishorts569 Před 15 hodinami

    Laj nalaga tur mukhapindha bhodrolook

  • @putuldutta3803
    @putuldutta3803 Před 15 hodinami

    Bamari😢 Asatu mora nai 12 bosore

  • @pinkuboruah2245
    @pinkuboruah2245 Před 15 hodinami

    Bodmas tai biya pati diyk vaginr logot,

  • @bsingha3290
    @bsingha3290 Před 16 hodinami

    Akdam thik koyise

  • @papul914
    @papul914 Před 16 hodinami

    কমেন্তত হেঁচা ঠেলা নকৰিব ৰাইজ‌,,,আপোনালোকৰ বাবে চাহৰ ব্যৱস্থা কৰা হৈছে 🙏🏻

  • @chandadevirajok2272
    @chandadevirajok2272 Před 16 hodinami

    God bless you .. sister❤❤❤

  • @MrRongmon
    @MrRongmon Před 16 hodinami

    APDCL IS DOING A SCAM OF WORTH THOUSANDS AND LAKHS OF CRORES......APDCL AND THEIR EMPLOYESS ARE SOME KIND OF VERY WORTHLESS JUNK THAT EVEN THE KABARI WALAS REFUSE TO PAY

  • @PabitraBordoloi-jf7is
    @PabitraBordoloi-jf7is Před 16 hodinami

    Thanks mama

  • @inglishvlogs1015
    @inglishvlogs1015 Před 16 hodinami

    এইদৰে লুটি লুটি মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত ঘুৰি ফুৰি নিজৰ বাবে মাটি কিনিছে ভাই,

  • @bikashhandique5777
    @bikashhandique5777 Před 17 hodinami

    Thik koise, sob dalal hoi ehoti

  • @আইনষ্টাইনৰ_জোঁৱাই

    Atiya hei jubotigoraki hoi golge Preomor homporko thokar pisotu Pise Konta shilpi gorakhu Kun..?

  • @thed.m.9054
    @thed.m.9054 Před 17 hodinami

    যোৱা দুই-তিনিমাহ মানৰপৰা যে অবৈধ বাংলাদেশী মিঞাসকলে খিলঞ্জীয়া অসমীয়াৰ ওপৰত সকলো ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে, আপোনালোকে কি ভাবিছে নেকি এইবোৰ সিহঁতে অজানিতে কৰি আছে ? প্ৰকৃত ঘটনাটো অলপমান বেলেগ ৷ এই সমগ্ৰ ঘটনাৱলী পূৰ্বপৰিকল্পিত ৷ আজি ভালেকেইমাহ আগৰে পৰাই মিঞা সমাজৰদ্বাৰা এইলানি অপকৰ্মৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল ৷ আমি ব্যক্তিগতভাৱে কোনো এটা ৰাজনৈতিক দলকেই সমৰ্থন নকৰোঁ যদিও দেখিবলৈ পাইছোঁ যে অসমত যেতিয়াৰ পৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আৰম্ভ হৈছে, তেতিয়াৰপৰা মিঞাবোৰে পূৰ্বৰ লেখীয়াকৈ নিজ ইচ্ছামতে আগ্ৰাসন কৰিব পৰা নাই, মুক্তমনে অপৰাধ কৰিব নোৱাৰাত পৰিছে, অপৰাধ সংঘটিত কৰিলে শাস্তিও পাবলগীয়া হৈছে ৷ এনেবোৰ কাৰণত সিহঁতৰ অপৰাধী তেজবোৰ উথলি আছিল ৷ বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সকলো শ্ৰেণীৰ অবৈধ বাংলাদেশী মিঞাবোৰে (শিক্ষিত-অশিক্ষিত, ধনী-দুখীয়া সকলো) পূৰ্বৰ দৰে কিদৰে অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিব পাৰে তথা আগ্ৰাসনৰ জৰিয়তে সংখ্যালঘু হৈ পৰা ঠাইবোৰৰপৰা অসমীয়াক খেদিব পাৰি, তাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল ৷ নক’লেও হ’ব যে এই ব্লুপ্ৰিণ্টবোৰৰ আঁৰত সিহঁতৰ কোনবোৰ লোক জড়িত হৈ আছিল ৷ কিন্তু এইবাৰৰ লোকসভা নিৰ্বাচনত সিহঁতৰ পক্ষত থকা কংগ্ৰেছৰ চৰকাৰ হ’ব বুলি সিহঁত খাটাং হৈ আছিল যদিও মূৰকত ওলোটা ছবি ওলাই পৰাত সিহঁত হিতাহিত জ্ঞানশূন্য হৈ পৰিছে ৷ কংগ্ৰেছৰ চৰকাৰ হ’লে সিহঁতে যেনেদৰে আগৰ দৰে মুক্তমনে আগ্ৰাসন কৰাৰ পৰিকল্পনা কৰিছিল তথা খিলঞ্জীয়া অসমীয়াক সকলোধৰণৰ অত্যাচাৰ কৰাৰ সংকল্প লৈছিল, সেইবোৰত হেঙাৰ হোৱা দেখা পাই আৰু ধৈৰ্য ধৰিব নোৱাৰি সিহঁতৰ প্ৰধান অপৰাধ ধাৰাবাহিক নাৰী নিৰ্যাতন তথা ধৰ্ষণৰ ঘটনাবোৰ সংঘটিত কৰিবলৈ লয় ৷ উগ্ৰ আৰু কম জ্ঞান থকা মিঞাবোৰে ধাৰাবাহিকভাৱে অপৰাধ আৰম্ভ কৰা দেখি সিহঁতক উচতোৱা মহা চালাক মিঞাবোৰে তথা সিহঁতৰ দল-সংগঠনবোৰে মিঞা জাতিটোক ধোৱা তুলসীৰ পাত সজাবলৈ বিগত কিছুদিন ধৰি কেতবোৰ নাটক আৰম্ভ কৰি দিছে ৷ অসমীয়া ৰাইজলৈ এটাই অনুৰোধ, আপোনালোকৰ অন্তৰত যদি অকণমানো জাতিপ্ৰেম বা স্বদেশপ্ৰেম আছে, তেন্তে ব্লুপ্ৰিণ্ট ৰচনা কৰা সেই মিঞাবোৰৰ নাটক দেখি ভোল নাযায় যেন ৷ মনত ৰাখিব, আমাক সহায় কৰিবলৈ কোনো নাই, আমাক লৈ কন্দাৰ বাবে কোনো নাই ৷ আমি ইজনে সিজনক সহায় কৰিব লাগিব, ইজনে সিজনৰ বাবে জীয়াই থাকিব লাগিব ৷ সিহঁতৰ চাতুৰালিত ভোল যাব লাগিলে ভূপেনদাই কোৱাৰ দৰে আমি নিজৰ মাটিতেই ভগনীয়া হ’ব লাগিব ৷ জয় আই অসম ৷

  • @birensaikia4667
    @birensaikia4667 Před 18 hodinami

    চব মিলি ভকত।

  • @NABA2844
    @NABA2844 Před 18 hodinami

    Nice

  • @ThevedicGamer
    @ThevedicGamer Před 18 hodinami

    Thik Koise ami hokolue aneke maat Matibo hol !!!

  • @user-lh6rn8wi1w
    @user-lh6rn8wi1w Před 18 hodinami

    Jiman ji korileu ai khon sorkare nuhune.

  • @DesiredmixTube01
    @DesiredmixTube01 Před 18 hodinami

    Apdcl should be banned

  • @DesiredmixTube01
    @DesiredmixTube01 Před 18 hodinami

    Failure of administration. They call themselves as civil servants but never serve the people.

  • @mkdigitaldiary577
    @mkdigitaldiary577 Před 18 hodinami

    APDCL Scam Assam expose hobo lage

  • @rumilabegamtapadar
    @rumilabegamtapadar Před 18 hodinami

    Mama e mama kaha he mama dutt koi Roja moharoja hoi niki eitu kot axa tumi