- 3
- 35 047
Gitimallika Gogoi
Registrace 7. 06. 2021
Pahoriba khuju moi(পাহৰিব খোজোঁ মই)
Singer = Pulak Banerjee
Lyrics = Gitimallika Gogoi
Composer = Dr. Anjana Sarmah
Music = Purab Gohain
Voice recording/Mixing/Mastering
= Bhupen Uzir
Flute = Lakhinandan Lahon
Tabla/Drum = Ritumoni
Lyrics = Gitimallika Gogoi
Composer = Dr. Anjana Sarmah
Music = Purab Gohain
Voice recording/Mixing/Mastering
= Bhupen Uzir
Flute = Lakhinandan Lahon
Tabla/Drum = Ritumoni
zhlédnutí: 1 632
Video
Imaan achinaki ei prithibi(ইমান অচিনাকি এই পৃথিৱী)।
zhlédnutí 3,6KPřed rokem
Singer = Pulak Banerjee Lyrics = Gitimallika Gogoi Composer = Dr. Anjana Sarmah Music = Purab Gohain Voice recording/Mixing/Mastering = Bhupen Uzir Flute = Lakhinandan Lahon Tabla/Drum = Ritumoni
গধূলি বেলা(Gadhuli bela)
zhlédnutí 30KPřed rokem
Singer - RUPAM BHUYAN Lyrics - GITIMALLIKA GOGOI Composer - DR. ANJANA SARMAH Music - PURAB GOHAIN Violin - SHYAMANTA Flute- SHYAMKANU
Good
গীতৰ কথা,সুৰ আৰু গীতিকাৰে যেন গানটো অন্য এক মাত্ৰা প্ৰদান কৰিছে, গানটো শুনি থাকিলে কোনোবাই কিবা কৈ থাকিলে শুনিবলৈ মন নাযায় ইমান সুন্দৰ হৈছে |
Singer, lyrics,and composer just uuwau, full of package...Heart touching song
Bohut bhal lagil... Hridoi sua jua kontho, music aru gaanor xobdo..... Thanks to each n everyone
Rupomor konthot gamvijyo 1 ta ase,nijosho.
ৰূপম দাৰ প্ৰতিটো গীতেই মোৰ বৰ প্ৰিয়
Bor bixad bhora geet.
কথাখিনি ইমান সুন্দৰ
অতি সুন্দৰ গীত❤❤❤
Ki km aru , imn dhuniya ... Anekuwa gan amk aru lage ... Best wishes to the entire team.
গীতৰ কথা, সুৰ লগতে ৰূপম দাৰ দৰদী কন্ঠ ই গীতটোক বেলেগ এটা মাত্ৰা প্ৰদান কৰিছে৷ ধন্যবাদ।
বহুত ধন্যবাদ। আপোনালোকৰ মন্তব্যই আমাৰ প্ৰেৰণা।
বেলেগ কিবা এটা আছে দাদা আপোনাৰ গানত❤️❤️💐
loved the fact that everyone is credited so well from composer, to lyricist to everyone
a song is made by innumerable contribution by so many people than just the vocalist
It's called song.
Thanks
গীতিকাৰে বৰ গভীৰতাৰে ভবাই তুলিলে ৷
বহুত ধন্যবাদ। আমাৰ প্ৰয়াস সফল হোৱা দেখিলে প্ৰেৰণা পাওঁ।
Godhuli belat'r hobdo godhur
ইমান সুন্দৰ। মন প্ৰাণ ভৰি গ'ল ৰূপম। শ্ৰোতাৰ মন জয় কৰিবলৈ তোমাক সৰস্বতী আই য়ে আৰু দুগুনে শক্তি দিয়ক
Nice voice.
Human is moving from unimportant thing to the basic fact to the fundamental point only mind and heart is clarity together with deep concern for the good of all being is the search well began
মই আগৰ পৰাই কৈ আহিছোঁ ৰূপম দাৰ গানত বেলেগ কিবা এটা পোৱা যায় যিটো আনৰ মাজত পোৱা নাই।
Rupam Bhuya is a singer that never compromise quality. sweet voice, classical touch. 👍👌
👌
❤️
😅😮😅
Ahhhhh mezmerezing scintillating alluring.. Voice. Lyrics ki dhunia
Sundar
অপূৰ্ব
বহুদিনৰ মূৰত এটি গীত শুনিলোঁ, বুকুৰ পুৰণা বিষ অনুভৱ কৰিলোঁ।
Ki kam so meaningful good song with best Tabala performance to the best artist i always with you go ahead
Derikoi hunilu jodiyo Mon bohri gol
ধন্যবাদ জনালোঁ।
ইমান সুন্দৰ গীতৰ কথা,সুৰ আৰু কণ্ঠ।যেন তিনিওটিৰে ত্ৰিবেণী সঙ্গমত সৃষ্টি হৈছে মন পৰশা গীতটি। শুনি সুখী হলোঁ। গীতটি শুনোৱা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏
আন্তৰিক ধন্যবাদ জনালোঁ।
আন্তৰিক ধন্যবাদ জনালোঁ
সংগীতখিনি সুন্দৰ পাইছোঁ
গীতৰ কথা, সুৰ, কণ্ঠ .....অপূৰ্ব। অভিনন্দন জনালোঁ 🌹🌹🌹👏👏👏❤️❤️❤️
আন্তৰিক ধন্যবাদ জনালোঁ।
গীতৰ কথা আৰু সুৰ অতীৱ সুন্দৰ । শ্ৰদ্ধাৰ শিল্পীজনাৰ দৰদী কণ্ঠই গানটোক স্বকীয়তা প্ৰদান কৰিছে।
মন্তব্যৰ বাবে বহুত ধন্যবাদ।
বৰ অৰ্থৱহ গীতটো৷
অ', তোমাৰ ভাল লাগিছে বুলি জানি বৰ ভাল লাগিল।
❤️❤️
ধন্যবাদ।
Rupam da never disappoint us ♥️u r great dada
আন্তৰিক ধন্যবাদ জনালোঁ।
সুন্দৰ গীত ।
ধন্যবাদ জনালোঁ।
গীতৰ কথা , সুৰ , কন্ঠৰ অপূৰ্ব মিলন ঘটিছে
❤️
Bhal gaan
ধন্যবাদ।
গীতৰ কথা,সুৰ, সুৰীয়া কণ্ঠৰ লগতে সংগীতৰ সু- প্ৰয়োগে গীতটো অধিক প্ৰাণৱন্ত কৰি তুলিছে।
বহুত ধন্যবাদ
🙏🙏🙏🙏🙏
খুব সুন্দৰ গীত। ভাল লাগিল।
বহুত বহুত ধন্যবাদ ।
ভাল লাগিল শুনি৷
বহুত ধন্যবাদ।
Melodious and so soothing !!
তোৰ ভাল লাগিছে বুলি জানি ভাল পালোঁ।
Congratulations Gitib
বহুত ধন্যবাদ।